ৰাষ্ট্ৰীয়

June 22, 2024 1:29 PM

views 72

মানৱ সৰবৰাহ আৰু চাইবাৰ জালিয়াতিত জড়িত ৫ জন অভিযুক্তৰ বিৰুদ্ধে NIAৰ অভিযোগনামা দাখিল

ৰাষ্ট্ৰীয় তদন্ত সংস্থা NIAএ মানৱ সৰবৰাহ আৰু চাইবাৰ জালিয়াতিৰ আন্তঃৰাষ্ট্ৰীয় চক্ৰৰ সৈতে সম্পর্ক থকা এটা গোচৰত কালি দুগৰাকী বিদেশী নাগৰিকসহ মুঠ পাঁচজন অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে। এন আই এৰ মুম্বাইস্থিত বিশেষ আদালতত দাখিল কৰা অভিযোগনামাত এই গোচৰত কেইবাজনো বিদেশী নাগৰিক জড়িত থকাৰ কথা উল্...

June 22, 2024 1:25 PM

views 52

যোগে ভিন্ন সংস্কৃতি আৰু পৃষ্ঠভূমিৰ লোকক ঐক্যবদ্ধ কৰি একতা সৃষ্টিকাৰী শক্তিৰূপে পৰিগণিত হৈছে বুলি প্ৰধানমন্ত্ৰীৰ মন্তব্য

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, যোগ ভিন্ন সংস্কৃতি আৰু পৃষ্ঠভূমিৰ লোকক ঐক্যবদ্ধ কৰি একতা সৃষ্টিকাৰী শক্তিৰূপে পৰিগণিত হৈছে। যুৱ প্ৰজন্মই যোগ অভ্যাসৰ সত্ৰত প্ৰৱল আগ্ৰহেৰে অংশগ্ৰহণ কৰাটো আনন্দৰ কথা বুলিও প্রধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। শ্ৰীমোদীয়ে কালি সামাজিক মাধ্যম যোগে কয় যে, সমগ্ৰ বিশ্বতে দশ...

June 22, 2024 1:21 PM

views 24

অৰবিন্দ কেজৰিৱালৰ জামিন আবেদনৰ চূডান্ত ৰায়দান ঘোষণা নোহোৱা পৰ্যন্ত স্থগিত

বিধি বলবৎকাৰী সঞ্চালকালয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক জামিন প্রদান কৰিবলৈ বিচাৰ আদালতে প্ৰদান কৰা নিৰ্দেশক প্রত্যাহ্বান জনাই দাখিল কৰা আবেদন সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ে শুনানি গ্রহণ কৰি বিচাৰ আদালতৰ নিৰ্দেশ স্থগিত ৰাখিছে। সুৰা কেলেংকাৰীৰ এটা গোচৰত অভিযুক্ত আপৰ মুৰব্বীগৰাকীৰ জামিন চূ...

June 22, 2024 1:12 PM

views 48

অনিবাৰ্য কাৰণবশতঃ ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষা CSIR UGC NET 2024 পিছুৱাই দিয়া হৈছে

সংযুক্ত বৈজ্ঞানিক আৰু উদ্যোগিক গৱেষণা পৰিষদ-বিশ্ববিদ্যালয় অনুদান আয়োগ ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষা CSIR UGC NET 2024 অনিবাৰ্য কাৰণবশতঃ পিছুৱাই দিয়া হৈছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTA কৈছে, যে ২৫ জুন আৰু ২৭ জুনৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল। আনুষ্ঠানিক ৱেবচাইটযোগে পৰীক্ষাৰ সংশোধিত সময়সূচী...

June 22, 2024 12:57 PM

views 46

আই চি চি টি-টুৱেণ্টি ক্রিকেট প্রতিযোগিতাৰ ছুপাৰ-এইট পর্যায়ৰ সপ্তমখন খেলত আজি ভাৰত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ

ভাৰত আজি এণ্টিগুৱাৰ নৰ্থ ছাউণ্ডৰ ছাৰ ভিভিয়ান ৰিছাৰ্ডছ ষ্টেডিয়ামত হ'বলগীয়া আই চি চি টি-টুৱেণ্টি ক্রিকেট প্রতিযোগিতাৰ ছুপাৰ-এইট পর্যায়ৰ সপ্তমখন খেলত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত আৰম্ভ হ'ব। ব্ৰীজটাউনত অনুষ্ঠিত ছুপাৰ-এইট পর্যায়ৰ ষষ্ঠখন খেলত আমেৰিকা যুক্তৰাষ্...

June 22, 2024 12:52 PM

views 47

অহা ৩০ জুনত আকাশবাণীযোগে প্ৰধানমন্ত্ৰীৰ মন কী বাত

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অহা ৩০ জুনত আকাশবাণীযোগে প্ৰচাৰ হ'বলগীয়া মন কী বাত অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। প্রধানমন্ত্রীয়ে সামাজিক মাধ্যমযোগে নবেন্দ্র মোদী এপ, মাই গভ মুকলি মঞ্চৰ জৰিয়তে অথবা ১৮০০-১১-৭৮০০ এই শুল্কবিহীন নম্বৰত ফোন কৰি পৰামৰ্শ আগবঢ়াবলৈ সকলোৰে প্ৰতি আহ্বান...

June 22, 2024 12:38 PM

views 39

প্ৰতিযোগিতামূলক পৰীক্ষাত অসৎ পন্থা অৱলম্বনৰ ঘটনা আৰু অনিয়ম ৰোধ কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ কঠোৰ আইন প্ৰণয়ন

কেন্দ্ৰীয় চৰকাৰে প্ৰতিযোগিতামূলক পৰীক্ষাত অসৎ পন্থা অৱলম্বন কৰাৰ ঘটনা আৰু অনিয়ম ৰোধ কৰাৰ উদ্দেশ্যে এখন কঠোৰ আইন প্ৰণয়ন কৰিছে। এই আইনখনত দোষীসকলক সৰ্বাধিক ১০ বছৰ কাৰাদণ্ডৰ আৰু ১ কোটি টকা পৰ্যন্ত জৰিমনা বিহাৰ ব্যৱস্থা কৰা হৈছে। কৰ্মচাৰী মন্ত্ৰ্যালয় আনুষ্ঠানিক ৰাজপত্ৰ অধিসূচনা যোগে এই আইনৰ ব্যৱস্থা...

June 22, 2024 12:21 PM

views 49

নির্মলা সীতাৰমনৰ অধ্যক্ষতাত আজি নতুন দিল্লীত জি এছ টি পৰিষদৰ ৫৩ সংখ্যক বৈঠক

কেন্দ্ৰীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে আজি নতুন দিল্লীত জি এছ টি পৰিষদৰ ৫৩ সংখ্যক বৈঠকত অধ্যক্ষতা কৰিব। এয়া হ'ব নতুন চৰকাৰ গঠনৰ পাছত পৰিষদৰ প্ৰথমখন বৈঠক। ইয়াৰ পূৰ্বে যোৱা বছৰৰ ৭ অক্টোবৰত জি এছ টি পৰিষদৰ অন্তিমখন বৈঠক অনুষ্ঠিত হৈছিল।

June 22, 2024 1:33 PM

views 60

নতুন দিল্লীত আজি শ্বেইখ হাছিনাৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নতুন দিল্লীত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ সৈতে বৈঠকত মিলিত হ'ব। বৈঠকত দুয়োগৰাকী নেতাই ভাৰত-বাংলাদেশৰ দ্বিপাক্ষিক সম্পর্কক নতুন গতি প্ৰদানৰ উদ্দেশ্যে বিভিন্ন বিষয় লৈ আলোচনা কৰিব। ভাৰত আৰু বাংলাদেশে বিভিন্ন বিষয়ত কেইবাখনো চুক্তি স্বাক্ষৰ কৰিব। শ্ৰীমতী হাছিন...

June 21, 2024 8:43 PM

views 18

বাংলাদেশৰ প্ৰধানমন্ত্রী শ্বেইখ হাচিনা দুদিনীয়া ভাৰত ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত

বাংলাদেশৰ প্ৰধানমন্ত্রী শ্বেইখ হাচিনা আজি বিয়লি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্রণমৰ্মে দুদিনীয়া ভাৰত ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হয়। ভাৰতত নতুন চৰকাৰ গঠন হোৱাৰ পাছত এয়া কোনো বিদেশী নেতাৰ প্রথম দ্বিপাক্ষিক চৰকাৰী ভ্ৰমণ। অভ্যাগত প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি বিয়লি ড০ এছ জয়শংকৰৰ সৈতে আলোচনাত...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।