ৰাষ্ট্ৰীয়

June 17, 2025 8:14 PM

views 37

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নতুন খচৰা নীতি-নিৰ্দেশনা জাৰি

ভাৰতীয় ৰিজাৰ্ভ বেংক আৰ. বি. আইয়ে সূদৰ হাৰৰ সৈতে জড়িত একপ্ৰকাৰৰ বিত্তীয় চুক্তি Rupee interest rate দেখিয়েভেটিভছ্ আই আৰ ডি ব্যৱসায়ৰ নিয়ম উন্নত কৰাৰ বাবে খছৰা নীতি নিৰ্দেশনা জাৰি কৰিছে। বেংক, কোম্পানী আৰু বিনিয়োগকাৰীসকলে সূদৰ হাৰ পৰিৱৰ্তনৰ সৈতে জড়িত বিপদাশংকা নিয়ন্ত্রণ কৰাৰ বাবে এই চুক্তিৰ সহ...

June 17, 2025 8:04 PM

views 45

কংগ্ৰেছে জাতিগত লোকপিয়ল সন্দৰ্ভত জনসাধাৰণক বিপথে পৰিচালনা কৰা বুলি বিজেপিৰ অভিযোগ

কংগ্ৰেছে জাতিগত লোকপিয়ল সন্দৰ্ভত চৰকাৰৰ স্থিতিৰ বিষয়ে জনসাধাৰণক বিপথে পৰিচালনা কৰা বুলি বিজেপিয়ে অভিযোগ তুলিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দলৰ মুখপাত্র সুধাংশু ত্রিবেদীয়ে কয় যে চৰকাৰে পিয়ল অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু আৰ্থসামাজিক আৰু জাতিগত গণনা কৰা হ'ব বুলি প্ৰক...

June 17, 2025 7:44 PM

views 24

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত নিহত প্ৰায় ১৬২ গৰাকী লোকৰ ডি এন এ চিনাক্ত

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত নিহত প্ৰায় ১৬২ গৰাকী লোকৰ মৃতদেহ ডি এন এ পৰীক্ষাৰ জৰিয়তে চিনাক্ত কৰা হৈছে বুলি গুজৰাটৰ গৃহ, ৰাজ্যিক মন্ত্ৰী হৰ্ষ সংঘৱিয়ে সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰকাশ কৰে। ৰাজ্য চৰকাৰে কেন্দ্ৰীয় সংস্থাসমূহৰ সহযোগত ফৰেনচিক আৰু আইনী আনুষ্ঠানিকতা ক্ষীপ্ৰতাৰে সম্পন্ন কৰিছে। শোকাবহ বি...

June 17, 2025 7:38 PM

views 23

পণ্ডিচেৰী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী, অধ্যাপক, কৰ্মচাৰীৰে উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ মত বিনিময়

বিকশিত ভাৰত মাথো এটা সপোনেই নহয় বৰং জ্ঞান অর্থব্যৱস্থা চালিত নিশ্চিত লক্ষ্য বুলি উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে প্রকাশ কৰিছে। পণ্ডিচেৰী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী, অধ্যাপক আৰু কৰ্মচাৰীসকলৰ সৈতে মত বিনিময় কৰি শ্ৰীধনখড়ে আজি এইদৰে মন্তব্য কৰে। তেওঁ কয় যে প্রধান অংশীদাৰ হিচাপে দেশক উন্নত ৰাষ্ট্ৰ হিচাপে গ...

June 17, 2025 12:46 PM

views 29

নতুন দিল্লীত অসমৰ বানবিষয়ক মানচিত্ৰ মুকলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কালি অসমৰ বানবিষয়ক এখন মানচিত্ৰ মুকলি কৰে। উপগ্ৰহৰ তথ্যৰ সহায়ত ৰাজ্যৰ বান ব্যৱস্থাপনা গঢ়ি তোলাৰ বাবে ৰাষ্ট্ৰীয় দুৰ্যোগ কেন্দ্রই ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অনুৰোধ মৰ্মে ১৯৯৮ৰ পৰা ২০২৩ চনলৈকে উপগ্ৰহৰ চিত্ৰ ব্যৱহাৰ কৰি যুগুত কৰা মানচিত্ৰখন শ্ৰীশ্বাহে...

June 17, 2025 12:43 PM

views 30

দেশত ২০২৬ চনৰ ১ অক্টোবৰ আৰু ২০২৭ৰ ১ মাৰ্চৰ পৰা দুটা পৰ্যায়ত হ’ব লোকপিয়ল

২০১১ চনৰ পাছত দুটা পৰ্যায়ত ভাৰতত প্ৰথমটো লোকপিয়ল অনুষ্ঠিত হ'ব। এই সন্দৰ্ভত দেশৰ মহাপঞ্জীয়কে জাৰি কৰা অধিসূচনা গৃহ মন্ত্ৰ্যালয়ৰ অধীনৰ ৰাজপত্ৰিকাত প্ৰকাশ পাইছে। কেন্দ্রীয় গৃহ মন্ত্ৰালয়ে ঘোষণা কৰা অনুসৰি লাডাখৰ দৰে তুষাৰপাত হোৱা ৰাজ্যৰ বাবে ২০২৬ চনৰ ১ অক্টোবৰ আৰু দেশৰ আন ৰাজ্যৰ বাবে ২০২৭ৰ ১ মাৰ্চ...

June 17, 2025 12:42 PM

views 25

মহাকাশ প্রযুক্তি তথা উপগ্ৰহৰ প্ৰতিবিম্বৰ সহায়ত অসম-নাগালেণ্ডৰ সীমা সমস্যাৰ শান্তিপূর্ণ সমাধানৰ প্ৰচেষ্টা

অসম আৰু নাগালেণ্ডৰ সীমা সমস্যা সমাধানৰ বাবে প্ৰচেষ্টা অব্যাহত আছে আৰু মহাকাশ প্রযুক্তি তথা উপগ্ৰহৰ প্ৰতিবিম্বৰ সহায়ত এই সমস্যাৰ শান্তিপূর্ণ সমাধান উলিওৱা হ'ব। কেন্দ্ৰীয় বিজ্ঞান প্রযুক্তি আৰু ভূ-বিজ্ঞান দপ্তৰৰ স্বতন্ত্র ৰাজ্য মন্ত্ৰী ড০ জিতেন্দ্র সিঙে কালি নাগালেণ্ডত এই বিষয়ে প্রকাশ কৰে। তেওঁ কয়,...

June 17, 2025 12:33 PM

views 26

মহিলাৰ এদিনীয়া বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ সময়সূচী ঘোষণা, গুৱাহাটীত হ’ব ৪খন মেচ

অহা ৩০ ছেপ্তেম্বৰৰ পৰা ভাৰতত হ'বলগীয়া মহিলাৰ এদিনীয়া বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ বাবে সময়সূচী ঘোষণা কৰা হৈছে। ভাৰতীয় ক্রিকেট কন্ট্রোল ব'র্ডে জানিবলৈ দিয়া মতে এই প্রতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ চাৰিখন খেল গুৱাহাটীৰ বর্ষাপাৰা ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। ব'ৰ্ডৰ সচিব দেৱজিৎ শ‍ইকীয়াই কয়, যে বর...

June 17, 2025 9:54 AM

views 26

কানাডাৰ কানানাস্কিছত জি-ছেভেন শীর্ষ সন্মিলনত অংশগ্ৰহণ কৰিব প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি কানাডাৰ কানানাস্কিছত জি-ছেভেন শীর্ষ সন্মিলনত অংশ ল'ব। এয়া হ'ব প্ৰধানমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰা ক্ৰমাগত ষষ্ঠখন জি-ছেভেন শীৰ্ষ সন্মিলন। কানাডাৰ প্রধানমন্ত্রী মার্ক কাৰ্নিৰ আমন্ত্রণমৰ্মে দেশখনলৈ যোৱা শ্ৰীমোদীয়ে সন্মিলনৰ আপাহতে ভালেকেইখন দ্বিপাক্ষিক বৈঠকতো ভ...

June 17, 2025 9:53 AM

views 21

আহমেদাবাদৰ বিমান দুর্ঘটনাত নিহত ১২৫গৰাকী লোকক ডি এন এ পৰীক্ষাৰ জৰিয়তে চিনাক্ত

যোৱা নিশালৈকে আহমেদাবাদৰ বিমান দুর্ঘটনাত নিহত ১২৫ গৰাকী লোকক ডি এন এ পৰীক্ষাৰ জৰিয়তে চিনাক্ত কৰা হৈছে। ইয়াৰে ৮৩টা মৃতদেহ ইতিমধ্যে পৰিয়ালক অৰ্পণ কৰা হৈছে। গুজৰাটৰ স্বাস্থ্যমন্ত্ৰী ৰুশিকেশ পেটেলে সামাজিক মাধ্যমৰ এটা পোষ্টত এই বিষয়ে প্ৰকাশ কৰি কয় যে যথাযথ প্ৰক্ৰিয়া আৰু চিনাক্তকৰণৰ প্রয়োজনীয় বিধ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।