ৰাষ্ট্ৰীয়

June 17, 2025 9:51 AM

views 29

চাৰধাম যাত্ৰাৰ বাবে নিয়োজিত হেলিকপ্টাৰসমূহত যাত্ৰীৰ সুৰক্ষা সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ ৰাজ্য চৰকাৰক উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ

চাৰধাম যাত্ৰাৰ বাবে নিয়োগ কৰা হেলিকপ্টাৰসমূহত যাত্ৰীসকলৰ সুৰক্ষা সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে। যোৱা দেওবাৰে কেদাৰনাথৰ ওচৰত হেলিকপ্টাৰ দুৰ্ঘটনাত ৭ গৰাকী লোকে প্ৰাণ হেৰুওৱা ঘটনা সন্দৰ্ভত মত প্ৰকাশ কৰি মুখ্য ন্যায়াধীশ জি নৰেন্দ্ৰৰ আৰু ন্যায়াধীশ ...

June 17, 2025 9:50 AM

views 11

দেশৰ বিভিন্ন অঞ্চলত ২,০০০টা মটৰ চালনা প্রশিক্ষণ কেন্দ্ৰ মুকলি কৰাৰ সিদ্ধান্ত চৰকাৰৰ

চৰকাৰে দেশৰ বিভিন্ন অঞ্চলত দুহেজাৰটা মটৰ চালনা প্রশিক্ষণ কেন্দ্ৰ মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে কয়, যে এই প্ৰশিক্ষণ কেন্দ্ৰসমূহ দেশৰ পিছপৰা আৰু জনজাতীয় অঞ্চলসমূহত মুকলি কৰা হ'ব। এই অঞ্চলসমূহৰ যুৱক-যুৱতীসক...

June 17, 2025 9:48 AM

views 43

উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ লগতে চত্তিশগড়, কৰ্ণাটক, পশ্চিমবংগ, গুজৰাট, মহাৰাষ্ট্ৰ আৰু ওড়িশাত অহা দুই-তিনি দিনত মুষলধাৰ বৰষুণৰ সম্ভাৱনা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা দুইৰ পৰা তিনিদিনলৈ উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ লগতে চত্তিশগড়, কৰ্ণাটকৰ উপকূলীয় অঞ্চল, পশ্চিমবংগ, গুজৰাট, গোৱা, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ আৰু ওড়িশাত মুষলধাৰ বৰষুণৰ আগলি বতৰা জাৰি কৰিছে। বিভাগে আজি সৌৰাষ্ট্ৰ আৰু কছৰ ঠাই বিশেষে ধাৰাসাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰ...

June 17, 2025 9:47 AM

views 33

ইৰানৰ চৰকাৰী সম্প্ৰচাৰ কেন্দ্ৰ ইছলামিক ৰিপ্লাবিক অৱ ইৰান ব্ৰডকাষ্টিঙত ইজৰাইলৰ আক্রমণ

ইৰানৰ চৰকাৰী সম্প্ৰচাৰ কেন্দ্ৰ ইছলামিক ৰিপ্লাবিক অৱ ইৰান ব্ৰডকাষ্টিং চমুকৈ আই আৰ আই বিৰ ওপৰত ইজৰাইলে আক্রমণ চলাই ইয়াৰ আন্তঃগাঁথনি ধ্বংস কৰে। ইজৰাইলৰ সামৰিক বিষয়াই জনোৱা অনুসৰি ইৰানৰ সকলো ধৰণৰ আন্তঃগাঁথনি ধ্বংস কৰি দিয়াৰ অংশ হিচাপে এই সম্প্ৰচাৰ কেন্দ্ৰটোতো আক্ৰমণ চলোৱা হৈছে। উল্লেখযোগ্য যে ইৰান আৰ...

June 17, 2025 9:46 AM

views 16

মহিলাৰ এফ আই এইচ হকী প্র’-লীগ প্রতিযোগিতাত আজি ভাৰত-আৰ্জেণ্টিনা মুখামুখি

মহিলাৰ এফ আই এইচ হকী প্র’-লীগ প্রতিযোগিতাত ভাৰত আজি আৰু কাইলৈ লণ্ডনৰ লি ভেলী হকী আৰু টেনিছ কেন্দ্ৰত আৰ্জেণ্টিনাৰ মুখামুখি হ'ব। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পৰাস্ত হোৱাৰ পাছত ভাৰতীয় দলটোৱে বিশ্বক্ৰমৰ দ্বিতীয় স্থানৰ আৰ্জেণ্টিনাৰ বিৰুদ্ধে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনৰ প্ৰয়াস চলাব। প্রতিযোগিতাত এইপর্যন্ত ভাৰতে মুঠ...

June 17, 2025 9:44 AM

views 18

ইংলেণ্ড ভ্রমণলৈ যাবলগীয়া ভাৰতৰ ১৯ বছৰ অনূৰ্ধ্ব ক্ৰিকেট দলটোৰ সালসলনি

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদে (বিচিচিআই) সমাগত ইংলেণ্ড ভ্রমণলৈ যাবলগীয়া ভাৰতৰ ১৯ বছৰ অনূৰ্ধ্ব দলটোৰ সামান্য সালসলনি কৰিছে। কনিষ্ঠ ক্রিকেট কমিটীয়ে দলটোত আঘাতৰ পৰিপ্ৰেক্ষিতত আদিত্য ৰানা আৰু খিলন পেটেলৰ ঠাইত ক্ৰমে ডি দিপেশ আৰু নমনক অন্তৰ্ভুক্ত কৰিছে। আয়ুষ মাহাত্রে নেতৃত্বাধীন ভাৰতীয় দলটোৱে অহা ...

June 17, 2025 9:43 AM

views 16

টাজিকিস্তান আৰু কিৰ্গিস্তানৰ বিৰুদ্ধে প্ৰীতি খেলত ভাগ ল’বলগীয়া ভাৰতৰ ২৩ বছৰ অনূৰ্ধ্ব পুৰুষৰ ফুটবল দলৰ সদস্যৰ নাম ঘোষণা

ভাৰতৰ ২৩ বছৰ অনূৰ্ধ্ব পুৰুষৰ ফুটবল দলৰ মুখ্য প্রশিক্ষক নৌছাদ মুছাই টাজিকিস্তান আৰু কিৰ্গিস্তানৰ বিৰুদ্ধে প্ৰীতি খেলত ভাগ ল'বলগীয়া ২৩জনীয়া দলটোৰ সদস্যসকলৰ নাম ঘোষণা কৰিছে। ভাৰত কাইলৈ ভাৰতীয় সময় অনুসৰি নিশা চাৰে ৮ বজাত টাজিকিস্তানৰ ৰাজধানী ডুছানবেৰ সমীপৱৰ্তী হিছ'ৰৰ চেণ্ট্ৰেল ষ্টেডিয়ামত দেশখনৰ দলট...

June 17, 2025 9:41 AM

views 23

মহিলাৰ এ এফ চি এছিয়ান কাপ ফুটবল প্রতিযোগিতাৰ যোগ্যতা নিৰ্ণয়কাৰী খেলৰ বাবে ভাৰতৰ ২৪জনীয়া দলৰ সদস্যৰ নাম ঘোষণা

২০২৬ চনত অষ্ট্ৰেলিয়াত হ'বলগীয়া মহিলাৰ এ এফ চি এছিয়ান কাপ ফুটবল প্রতিযোগিতাৰ যোগ্যতা নিৰ্ণয়কাৰী খেলত ভাগ লোৱাৰ বাবে থাইলেণ্ডলৈ যাবলগীয়া ভাৰতৰ ২৪ জনীয়া দলৰ সদস্যসকলৰ নাম ঘোষণা কৰা হৈছে। ভাৰতীয় জ্যেষ্ঠ মহিলা দলটোৰ মুখ্য প্রশিক্ষক ক্ৰিছপিন চেত্ৰীয়ে সদস্যসকলৰ নাম প্ৰকাশ কৰে। তেওঁ কয়, যে প্ৰথমখন ...

June 17, 2025 9:39 AM

views 28

চেন্নাইত কাইলৈৰ পৰা মহিলাৰ হকী ইণ্ডিয়া মাষ্টাৰ্ছ কাপ প্রতিযোগিতা

প্ৰথমবাৰৰ বাবে আয়োজন কৰা মহিলাৰ হকী ইণ্ডিয়া মাষ্টাৰ্ছ কাপ প্রতিযোগিতা কাইলৈ তামিলনাডুৰ চেন্নাইত আৰম্ভ হ'ব। কাইলৈ পুৱা ৬ বজাত হিমাচল আৰু মহাৰাষ্ট্ৰৰ মাজত প্ৰতিযোগিতাৰ উদ্বোধনী খেলখন অনুষ্ঠিত হ'ব। ইয়াৰ পাছতে পুৱা চাৰে ৭ বজাত কৰ্ণাটক কেৰালাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ১০ দিনীয়া প্ৰতিযোগিতাখনৰ ফাইনেল খেল...

June 16, 2025 9:00 PM

views 30

ভাৰত–চাইপ্ৰাছ অংশীদাৰিত্ব গণতান্ত্রিক মূল্যবোধ আৰু আইনৰ শাসনত দৃঢ়তাৰে শিপাই আছে : প্ৰধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰত –চাইপ্ৰাছ অংশীদাৰিত্ব গণতান্ত্রিক মূল্যবোধ আৰু আইনৰ শাসনত দৃঢ়তাৰে শিপাই আছে । তেওঁ কয় যে দুয়োখন দেশৰ মাজৰ মিত্ৰতা পৰিস্থিতি অথবা সীমাৰ দ্বাৰা নিৰ্ধাৰিত নহয়, বৰঞ্চ সময়ৰ সোতত এই বন্ধুত্ব গঢ় লৈ উঠিছে। চাইপ্ৰাছৰ ৰাজধানী নিকোচিয়াত ৰাষ্ট্ৰপতি ভৱনত দেশখনৰ ৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।