ৰাষ্ট্ৰীয়

June 19, 2025 8:23 PM

views 48

QS World University Ranking 2026 ক প্রধানমন্ত্ৰী মোদীৰ আদৰণি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিশ্ব শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰখনত ভাৰতৰ ক্ৰমবৰ্ধমান উন্নতিৰ প্ৰমাণ হিচাপে QS World University Ranking 2026-ক আদৰণি জনায়। কেন্দ্রীয় মন্ত্রী ধর্মেন্দ্র প্রধানে সামাজিক মাধ্যমত প্ৰকাশ কৰা এটা পোষ্টৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে QS World University 2026 Ra...

June 19, 2025 8:02 PM

views 47

ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ বাসগৃহত নগদ ধন উদ্ধাৰৰ অভিযোগৰ তদন্ত অব্যাহত

ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ বাসগৃহত নগদ ধন উদ্ধাৰৰ অভিযোগৰ তদন্তৰ বাবে গঠন কৰা তিনিজনীয়া কমিটিখনে দিল্লী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশগৰাকীক আঁতৰোৱাৰ ব্যৱস্থা আৰম্ভ কৰাৰ বাবে পৰ্য্যাপ্ত প্রমাণ আছে। পাঞ্জাৱ আৰু হাৰিয়াণা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ শীল নাগু, হিমাচল প্রদেশ উচ্চ ন্যায়ালয়ৰ...

June 19, 2025 7:55 PM

views 31

ক্ৰ’ৱেছিয়া, কানাডা তথা চাইপ্ৰাছ ভ্রমণ সামৰি নতুন দিল্লীলৈ প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ক্ৰ'ৱেছিয়া, কানাডা তথা চাইপ্ৰাছ ভ্রমণ সামৰি নতুন দিল্লীলৈ উভতি আহিছে। ক্ৰ'ৱেছিয়া ভ্ৰমণ কালত শ্রীমোদীয়ে দেশখনৰ প্ৰধানমন্ত্রী আন্দ্ৰে প্লেংকোভিকৰ সৈতে দুয়ো দেশৰ সম্পর্ক শক্তিশালী কৰাৰ বাবে আলোচনাত মিলিত হয়। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক বাণিজ্য শক্তিশালী কৰাৰ লগতে স্থিত...

June 19, 2025 5:08 PM

views 53

তামিলনাডুৰ ত্ৰিপুৰত ২৬ জন অবৈধ বাংলাদেশীক গ্ৰেপ্তাৰ

তামিলনাডুৰ ত্ৰিপুৰত আজি ২৬ জন অবৈধ বাংলাদেশীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। প্ৰাপ্ত তথ্য মতে এই বাংলাদেশী নাগৰিককেইজনে প্রয়োজনীয় নথি পত্র অবিহনে অঞ্চলটোত বাস কৰি আহিছিল। পালাডম অঞ্চলত ৰাজ্যখনৰ আৰক্ষী বাহিনীয়ে চলোৱা অভিযানত এই কথা পোহৰলৈ আহে। অবৈধ বাংলাদেশী নাগৰিককেইজন ভুৱা আধাৰ কাৰ্ডৰ পৰিচয়েৰে শ্ৰম...

June 19, 2025 5:05 PM

views 72

পুনেৰ জেজুৰি-মৰগাঁও পথত সংঘটিত দুৰ্ঘটনাত ৮ জন লোক নিহত, প্রধানমন্ত্ৰীৰ গভীৰ শোক প্ৰকাশ

মহাৰাষ্ট্ৰৰ পুনেৰ জেজুৰি-মৰগাঁও পথত সংঘটিত দুৰ্ঘটনাত ৮ জন লোক নিহত হোৱা ঘটনাত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা নিহতসকলৰ নিকটাত্মীয়লৈ ২ লাখ টকাকৈ এককালীন সাহায্য ঘোষণা কৰিছে। একেদৰে দুৰ্ঘটনাত আহত সকলৰ বাবে ৫০ হাজাৰ টকাকৈ এককালীন ...

June 19, 2025 4:50 PM

views 18

বিগত ১১ বছৰত জনজাতীয় লোকসকলৰ কল্যাণৰ বাবে বিভিন্ন আঁচনি আৰু কাৰ্যসূচী ৰূপায়ণ কৰিছেঃ কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰাম

কেন্দ্ৰীয় চৰকাৰে দেশৰ জনজাতীয় লোকসকলৰ জীৱনত যুগান্তকাৰী আৰু ইতিবাচক পৰিৱৰ্তন সাধনৰ বাবে নিৰলস প্ৰচেষ্টা অব্যাহত ৰাখিছে। আকাশবাণীৰ বাতৰি বিভাগৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত জনজাতি পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী জুৱেল ওৰামে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে মন্ত্ৰ্যালয়ে বিগত ১১ বছৰত জনজাতীয় লোকসকলৰ কল্যা...

June 19, 2025 3:46 PM

views 102

অসম চৰকাৰৰ স্বচ্ছ আৰু মেধা ভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে ভিন্ন বিভাগত ৪৮১ গৰাকী ব্যক্তিক নিযুক্তি পত্ৰ প্ৰদান

অসম চৰকাৰৰ স্বচ্ছ আৰু মেধা ভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে আজি কেইবাটাও বিভাগত ৪৮১ গৰাকী ব্যক্তিক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। পশুপালন আৰু পশু চিকিৎসা বিভাগত ৪৪৩ গৰাকী পশু চিকিৎসা ক্ষেত্র সহায়ক, পর্যটন বিভাগত ১২ গৰাকী পৰ্যটন উন্নয়ন বিষয়া আৰু শিক্ষা বিভাগত ২৩ গৰাকী জিলা শিক্ষা আৰু প্ৰশিক্...

June 19, 2025 3:36 PM

views 26

কিউ এছ ৱৰ্লৰ্ড ইউনিভাৰচিটী তালিকাত ভাৰতৰ ৫৪ খন শৈক্ষিক প্রতিষ্ঠানৰ স্থান লাভ

কিউ এছ ৱৰ্লৰ্ড ইউনিভাৰচিটী তালিকাত ভাৰতৰ ৫৪ খন শৈক্ষিক প্রতিষ্ঠানে স্থান লাভ কৰিছে। ইয়াৰে ভিতৰত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান দিল্লীয়ে শীৰ্ষস্থান অধিকাৰ কৰিছে। ইয়াৰ পূৰ্বে বিশ্ব ৰেংকিঙত আই আই টি দিল্লীয়ে ১৫০ নম্বৰ স্থান দখল কৰিছিল। শেহতীয়াকৈ বিশ্বৰ উচ্চ শিক্ষাৰ প্রতিষ্ঠানসমূহৰ তালিকাত আই আ...

June 19, 2025 3:31 PM

views 62

দেশৰ ৪ খন ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ বাবে আজি উপ-নির্বাচন অনুষ্ঠিত

দেশৰ ৪ খন ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ বাবে আজি উপ-নির্বাচন অনুষ্ঠিত হৈছে। গুজৰাটৰ বিশ্বভাডৰ আসনৰ বাবে দিনৰ ১১ বজালৈ ২৮ শতাংশ ভোটগ্রহণ সম্পন্ন হোৱাৰ লগতে কাদী বিধানসভা সমষ্টিত ২৪ শতাংশ ভোটগ্রহণ সম্পন্ন হৈছে। কেৰালাৰ নিলাম্বৰ বিধানসভা আসনৰ বাবে ইতিমধ্যে ৩০ শতাংশ ভোটগ্রহণ সম্পন্ন হৈছে। ইয়াৰ লগতে পঞ্জা...

June 19, 2025 3:25 PM

views 42

ইৰানত থকা ভাৰতীয় লোকসকলক নিৰাপদে ওভতাই অনাৰ বাবে সকলো প্ৰচেষ্টা গ্ৰহণ ভাৰত চৰকাৰৰ

ভাৰত চৰকাৰে ইৰানত থকা ভাৰতীয় লোকসকলক নিৰাপদে ওভতাই অনাৰ বাবে সকলো প্ৰচেষ্টা গ্ৰহণ কৰিছে। দেশখনত থকা ভাৰতীয়ক লৈ আন এখন বিমান আজি উভতি অহাৰ সম্ভাৱনা আছে। ইয়াৰ আগেয়ে উত্তৰ ইৰানৰ পৰা ১১০গৰাকী ভাৰতীয় শিক্ষাৰ্থীক লৈ অহা এখন বিমান আজি নিচেই পুৱাতে নতুন দিল্লীত অৱতৰণ কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।