ব্যৱসায়

January 4, 2026 7:52 PM

views 261

২০২৫ চনত দেশত ধানৰ উৎপাদন ১৫ কোটি টনৰো অধিক হৈছে বুলি কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ প্ৰকাশ

কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি ২০২৫ চনত দেশত ধানৰ উৎপাদন ১৫ কোটি টনৰো অধিক হৈছে বুলি প্ৰকাশ কৰিছে। ভাৰতীয় কৃষি গৱেষণা পৰিষদ আই চি এ আৰে বিকশাই তোলা ২৫ বিধ শস্যৰ ১৮৪ টা নতুন জাত মুকলি কৰি শ্রীচৌহানে কয় যে ধানৰ উৎপাদনৰ ক্ষেত্ৰত ভাৰতে চীনক পাছ পেলাইছে। তেওঁ লগতে কয় যে ভাৰত বিশ্বৰ...

December 30, 2025 7:07 PM

views 141

অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডৰ অধীনত মাজুলীৰ পকাজৰাত এটা ধান ক্রয় কেন্দ্ৰ মুকলি

অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডৰ অধীনত আজি মাজুলীৰ পকাজৰাত এটা ধান ক্রয় কেন্দ্ৰ মুকলি কৰা হয়। জিলাখনৰ আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকে কেন্দ্ৰটো মুকলি কৰে। উল্লেখযোগ্য যে ২০২৫-২৬ বৰ্ষৰ খাৰিফ শস্যৰ বতৰত শালি ধানৰ বাবে চৰকাৰে ন্যূনতম সমর্থন মূল্য প্রতি কুইণ্টলত ২৩৬৯ টকাৰ উপৰি অতিৰিক্ত সাহায্য ২৫০...

December 29, 2025 4:39 PM

views 112

দেশত পানকাৰ্ড আৰু আধাৰকাৰ্ড সংযোগৰ বাবে অন্তিম সময়সীমা অহা ৩১ ডিচেম্বৰ ধাৰ্য

দেশত পানকাৰ্ড আৰু আধাৰকাৰ্ড সংযোগৰ বাবে অন্তিম সময়সীমা অহা ৩১ ডিচেম্বৰ ধাৰ্য কৰা হৈছে। নাগৰিকে কৰ আদায় দিয়াৰ সময়ত ব্যক্তিৰ আধাৰ আৰু পানকাৰ্ড সংলগ্ন কৰাটো বাধ্যতামূলক কৰা হৈছে। ২০২৪ চনৰ ১ অক্টোবৰতে আধাৰকাৰ্ড আৰু পানকাৰ্ড সংলগ্ন কৰাৰ এটা নিৰ্দেশ জাৰি কৰা হৈছিল আৰু পাছত এই সময়সীমা ২০২৫ চনৰ ৩ এপ্ৰি...

December 21, 2025 8:47 PM

views 156

বিকশিত ভাৰত জি ৰাম জী বিধেয়কখন এম জি এনৰেগাৰ পৰৱৰ্তী পদক্ষেপ বুলি কেন্দ্রীয় মন্ত্রী শিবৰাজ সিং চৌহানৰ প্রকাশ

বিকশিত ভাৰত জি ৰাম জী বিধেয়কখন এম জি এনৰেগাৰ পৰৱৰ্তী পদক্ষেপ বুলি কেন্দ্রীয় মন্ত্রী শিবৰাজ সিং চৌহানে প্রকাশ কৰিছে। তেওঁ কয় যে ইয়াৰ জৰিয়তে সমাজৰ দৰিদ্ৰ লোকসকলে অধিক সুবিধা লাভ কৰিব। সামাজিক মাধ্যমৰ এটা বার্তাত মন্ত্ৰীগৰাকীয়ে কয় যে এই বিধেয়কখনে ১২৫ কর্মদিনৰ সুবিধা প্ৰদান কৰিব। পূৰ্বতে এম জি এনৰেগাৰ জ...

December 21, 2025 11:44 AM

views 139

এটা স্থিতিস্থাপক ব্যৱস্থা প্ৰৱৰ্তনৰ বাবে ২০২৬-২৭ বৰ্ষৰ বাজেটত কৃষি খণ্ডৰ বিভিন্ন দিশ সামৰি মন্ত্ৰ্যালয়ে জনসাধাৰণৰ পৰা কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ দিহা-পৰামৰ্শৰ আহ্বান

বিকশিত ভাৰত নিয়োগ নিশ্চিতকৰণ আৰু জীৱিকা অভিযান গ্রামীণ বিধেয়কখনে কেৱল কৃষক আৰু শ্ৰমিকসকলকে যে উপকৃত কৰিব এনে নহয়, বৰং গাঁওসমূহৰ সকলো দিশৰ উন্নয়নকে ই সংযুক্ত কৰিব। নতুন দিল্লীত কালি অনুষ্ঠিত চৌধুৰী চৰনসিং সন্মান ২০২৫- অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহান...

December 14, 2025 12:08 PM

views 113

যোৱা বছৰৰ তুলনাত বিক্ৰীৰ ক্ষেত্ৰত ষ্টীল অথৰিটী অব্ ইণ্ডিয়াৰ ২৭ শতাংশ বৃদ্ধি লাভ

ষ্টীল অথৰিটী অব্ ইণ্ডিয়াই বিগত মাহত যোৱা বছৰৰ তুলনাত বিক্ৰীৰ ক্ষেত্ৰত ২৭ শতাংশ বৃদ্ধি লাভ কৰিছে। তীখা মন্ত্ৰ্যালয়ে এটা বিজ্ঞপ্তিত এই কথা প্ৰকাশ কৰি কয়, যে বিগত বছৰৰ এই সময়ছোৱাত ০.৮৪ মিলিয়ন টনৰ তুলনাত যোৱামাহত খুচুৰা বিক্ৰী ৬৯ শতাংশ বাঢ়ি  ০. ১৪ মিলিয়ন টন হয়। ইয়াৰ লগতে চলিত বছৰৰ এপ্ৰিলৰ পৰা ন...

December 7, 2025 9:18 PM

views 121

দৰং জিলাৰ দলগাঁৱত নখোৱা উৎসৱ পালন

আঘোণ মাহত পথাৰৰ পৰা লখিমী চপোৱা পৰম্পৰাৰ সৈতে সংগতি ৰাখি দৰং জিলাৰ দলগাঁৱত আজি নখোৱা উৎসৱ পালন কৰা হয়। স্থানীয় সামাজিক সংস্থান দলগাওঁ প্রগতি সংঘৰ উদ্যোগত সাৰ্বজনীন দুর্গা মন্দিৰ প্ৰাঙ্গনত দিনযোৰাকৈ আয়োজিত এই নখোৱা উৎসৱত গীত, মাত, কবিতাৰ অনুষ্ঠান হোৱাৰ লগতে পৰম্পৰাগত অসমীয়া খাদ্য সম্ভাৰৰো আয়োজন কৰা হ...

December 7, 2025 9:12 PM

views 119

কামৰূপ জিলাৰ বকোত বৈজ্ঞানিক পদ্ধতিৰে গো-পালন, গাহৰি পালনৰ প্ৰশিক্ষণ প্ৰদান

কামৰূপ জিলাৰ বকোত ৰাভা হাচং স্বায়ত্ত শাসিত পৰিষদৰ ২০২৪-২৫ বিত্তীয় বৰ্ষৰ পুঁজিৰে নিবনুৱা যুৱক-যুৱতী, পুৰুষ, মহিলাক বৈজ্ঞানিক পদ্ধতিৰে গো-পালন, গাহৰি পালনৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়। কামৰূপ জিলা পশু চিকিৎসা বিভাগৰ তৰফৰ পৰা ৰাভা হাচং স্বায়ত্ত শাসিত পৰিষদৰ অন্তৰ্গত এশগৰাকী প্রশিক্ষার্থীক প্রদান কৰা এই প্ৰ...

November 30, 2025 8:12 PM

views 102

কেন্দ্রীয় গ্রামোন্নয়ন মন্ত্রী শিৱৰাজ সিং চৌহানে সৰস অজীৱিকা খাদ্য মহোৎসৱ ২০২৫ উদ্বোধন কৰিব

কেন্দ্রীয় গ্রামোন্নয়ন মন্ত্রী শিৱৰাজ সিং চৌহানে কাইলৈ নতুন দিল্লীত "সৰস অজীৱিকা খাদ্য মহোৎসৱ ২০২৫" উদ্বোধন কৰিব। গ্রামোন্নয়ন মন্ত্রালয়ে জনোৱা অনুসৰি সমগ্ৰ দেশৰ ২৫ খন ৰাজ্যৰ প্ৰায় ৩০০ গৰাকী লাখপতি দিদি আৰু আত্মসহায়ক গোটৰ মহিলাই এই মহোৎসৱত অংশগ্ৰহণ কৰিব। ইয়াত মুঠ ৬২ খন বিপনীত বিভিন্ন ধৰণৰ খাদ্য উপলদ্ধ...

November 27, 2025 3:13 PM

views 105

আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিয়ে ২০২৫-২৬ বৰ্ষত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ ৬.৬ শতাংশ হ’ব বুলি পূর্বানুমান কৰিছে

আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি আই এম এফে ২০২৫-২৬ বৰ্ষত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ ৬.৬ শতাংশ হ'ব বুলি পূর্বানুমান কৰিছে। সংস্থাটোৱে প্ৰকাশ কৰা মতে, সামগ্ৰী আৰু সেৱা কৰ - জি এছ টি ব্যৱস্থাৰ সংস্কাৰে আমেৰিকা যুক্তৰাষ্ট্ৰই আৰোপ কৰা ৫০ শতাংশ প্রতি শুল্কৰ বিৰূপ প্ৰভাৱৰ পৰা ওলাই অহাত দেশক সহায় কৰিব। আই এম এফৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।