ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ বি চি চি আয়ে আই পি এল ক্রিকেট প্রতিযোগিতাৰ পৰৱৰ্ত্তী তিনিটা সংস্কৰণৰ সূচী ঘোষণা কৰিছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি আই পি এলৰ ২০২৫ বৰ্ষৰ সংস্কৰণ ১৪ মাৰ্চৰ পৰা ২৫ মে‘লৈ, ২০২৬ বৰ্ষৰ সংস্কৰণ ১৫ মাৰ্চৰ পৰা ৩১ মে‘লৈ আৰু ২০২৭ বৰ্ষৰ সংস্কৰণ ১৪ মাৰ্চৰ পৰা ৩০ মে‘লৈ অনুষ্ঠিত হ‘ব। ২০২৫ বৰ্ষৰ আই পি এলত মুঠ ৭৪খন খেল অনুষ্ঠিত হ‘ব।
Assamese | November 22, 2024 8:28 PM | BCCI
আই পি এল ক্রিকেট প্রতিযোগিতাৰ পৰৱৰ্ত্তী তিনিটা সংস্কৰণৰ সূচী ঘোষণা বি চি চি আয়ৰ