April 4, 2024 8:40 PM

views 68

নগাঁও লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰাৰ মনোনয়ন পত্র দাখিল

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে মনোনয়ন পত্র দাখিলৰ প্ৰক্ৰিয়া আজি সামৰণি পৰে। এই পৰ্যায়ত দেশৰ ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৮৮টা সমষ্টিত নির্বাচন অনুষ্ঠিত হ'ব। ইয়াৰ ভিতৰত অসমৰ ৫টা সমষ্টি ক্রমে দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও আছে। মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা আজি ...

April 4, 2024 7:08 PM

views 45

এন ডি এ চৰকাৰে ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিবলৈ সকলো ধৰণে প্ৰয়াস চলাইছেঃ মোদী

◊ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, এন ডি এ চৰকাৰে ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিবলৈ সকলো ধৰণে প্ৰয়াস চলাইছে। বিহাৰৰ জমুইত আজি এখন নির্বাচনী সভাক সম্বোধন কৰি শ্ৰীমোদীয়ে কয় যে, চন্দ্ৰৰ দক্ষিণ গোলাৰ্ধত এখন মহাকাশযান সফলতাৰে অৱতৰণ কৰোৱাৰ ক্ষেত্ৰত ভাৰতেই বিশ্বৰ প্ৰথমখন দেশ হিচাপে পৰিগ...

April 4, 2024 6:53 PM

views 64

অসমত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন

অসমত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন। এই পৰ্যায়ত ৫টা সমষ্টিক সামৰি লোৱা হ'ব। ৰাজ্যৰ পৰিবহন আৰু আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্য, সাংসদ কৃপানাথ মল্লা আৰু দিলীপ শ‍ইকীয়াই এই পর্যায়ত বিজেপিৰ হৈ প্রতিদ্বন্দ্বিতা কৰিছে। কংগ্ৰেছে নগাঁও আসনখনৰ বাবে সাংসদ প্ৰদ্যুৎ বৰদলৈক...

April 4, 2024 6:47 PM

views 65

ৰাজ্যসভাৰ সাংসদ হিচাপে ছোনিয়া গান্ধীৰ শপতগ্রহণ

⇒ জ্যেষ্ঠ কংগ্ৰেছ নেত্রী ছোনিয়া গান্ধীয়ে আজি ৰাজ্যসভাৰ সাংসদ হিচাপে শপতগ্রহণ কৰে। ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ে শপত গ্ৰহণ কৰোৱায়। শ্ৰীমতী গান্ধী ৰাজস্থানৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছে।

April 4, 2024 6:44 PM

views 68

ওড়িশাত অগ্নি প্রাইম ক্ষেপনাস্ত্রৰ উৰণ পৰীক্ষা সফলতাৰে সম্পন্ন

♦ অগ্নি প্রাইম ক্ষেপনাস্ত্রৰ উৰণ পৰীক্ষা কালি ওড়িশাত সফলতাৰে সম্পন্ন কৰা হয়। প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা ডি আৰ ডিঅ' তথা স্ট্রেটেজিক ফ’চেছ কমাণ্ডে ওড়িশাৰ উপকূলৱৰ্তী এ পি জে আব্দুল কালাম দ্বীপৰ পৰা পৰীক্ষা চলায়। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ সূত্ৰ অনুসৰি বেলেষ্টিক ক্ষেপনাস্ত্র অগ্নি প্রাইমে সকলো...

April 4, 2024 6:49 PM

views 164

ঔষধৰ মূল্য ভালেখিনি বৃদ্ধি পোৱা বুলি প্ৰচাৰিত বাতৰি ভূৱা আৰু বিভ্ৰান্তিকৰঃ কেন্দ্ৰীয় চৰকাৰ

♦ চৰকাৰে একাংশ সংবাদ মাধ্যমযোগে ঔষধৰ মূল্য ভালেখিনি বৃদ্ধি পোৱা বুলি প্ৰচাৰিত বাতৰি ভূৱা আৰু বিভ্ৰান্তিকৰ বুলি অভিহিত কৰিছে। কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে কৈছে যে, এই বাতৰিসমূহত ৫০০ বিধৰো অধিক ঔষধৰ ক্ষেত্ৰত মূল্য বৃদ্ধিৰ প্ৰভাৱ পৰিব বুলি দাবী কৰা হৈছে যদিও প্রকৃততে এই বাতৰিসমূহ ভূৱা-বিভ্ৰান্তিকৰ ...

April 4, 2024 6:23 PM

views 95

বি ডব্লিউ এফ থমাছ-উবেৰ কাপৰ দল ঘোষণাঃ ভাৰতীয় দলত ২ অসম কন্যা, অস্মিতা-ঈশাৰাণী

♦ অসমৰ দুই প্ৰতিভাবান মহিলা শ্বাটলাৰ অস্মিতা চলিহা আৰু ঈষাৰাণী বৰুৱাই বিশ্ব বেডমিণ্টনৰ সন্মানীয় প্ৰতিযোগিতা উবেৰ কাপৰ ভাৰতীয় দলত স্থান লাভ কৰিছে৷ উল্লেখ্য যে প্ৰায় তিনি দশকৰ বিৰতিৰ পাছত উবেৰ কাপৰ ভাৰতীয় দলত স্থান লাভ কৰিছে অসম শ্বাটলাৰে৷ ইয়াৰ পূৰ্বে অসমৰ মল্লিকা বৰুৱা শৰ্মাই ৰাজ্যৰ প্ৰথম শ্বাটলাৰ হি...

April 4, 2024 6:08 PM

views 106

জে পি নাড্ডা দুদিনীয়া ভ্রমণসূচীৰে উত্তৰাখণ্ডত উপস্থিত হ’ব

♦ ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্বাচনী প্ৰচাৰক শক্তিশালী কৰি তুলিবলৈ আৰু ভোটাদাতাৰ সমৰ্থন আদায় কৰিবলৈ দলটোৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আজি দুদিনীয়া ভ্রমণসূচীৰে উত্তৰাখণ্ডত উপস্থিত হ'ব। শ্রীনাড্ডাই আজি ভ্ৰমণৰ প্ৰথম দিনটোত আলমোৰা লোকসভা সমষ্টিৰ পিথোৰাগড় আৰু তেহৰী লোকসভা সমষ্টিৰ বিকাশনগৰত বিজেপি প্রার...

April 4, 2024 1:30 PM

views 58

আই পি এলঃ সন্ধিয়া ৭.৩০ বজাত গুজৰাট টাইটানছ VS পাঞ্জাব কিংছ

♦ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আজি আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত গুজৰাট টাইটানছ পাঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ'ব। ইফালে, কলকাতা নাইট ৰাইডার্হে যোৱানিশা বিশাখাপট্টনমত অনুষ্ঠিত এখন খেলত দেলহি কেপিটেলছক ১০৬ ৰানত পৰাস্ত কৰে। খেলখনত কলকাতা নাইট ৰাইডা...

April 4, 2024 1:23 PM

views 86

অভয়াপুৰীত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত ২৫ টা হেৰ’ইন ভর্তি কণ্টেইনাসহ এটা সৰবৰাহকাৰীক আটক

♦ বঙাইগাঁও জিলাৰ অভয়াপুৰীত কালি আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই ২৫ টা হেৰ'ইন ভর্তি কণ্টেইনাসহ এটা সৰবৰাহকাৰীক আটক কৰে। ধৃত সৰবৰাহকাৰীটো অভয়াপুৰীৰ ডুমুৰীয়া তৃতীয় খণ্ডৰ জাকিৰ আলী বুলি জানিব পৰা গৈছে। আনহাতে, নগাঁৱৰ ৰূপহীহাটত আৰক্ষীয়ে অভিযান চলাই তিনিটা ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচসহ মণিৰুদ্দিন না...