April 8, 2024 12:12 PM

views 48

প্রথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যত শাসক-বিৰোধীৰ প্ৰাৰ্থীৰ নির্বাচনী প্ৰচাৰ তীব্ৰতৰ

অহা ১৯ এপ্রিলত প্রথম পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনক লৈ শাসকীয় দলৰ প্ৰাৰ্থীৰ লগতে বিৰোধী দলৰ প্ৰাৰ্থীসকলে নির্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। প্রথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলোৱাৰ বাবে আম আদমী পাৰ্টীৰ কেন্দ্ৰীয় নেত্রী তথা দিল্লী চৰকাৰৰ মন্ত্ৰী আতিশীয়ে আজিৰে পৰা অসমত ক...

April 8, 2024 12:09 PM

views 56

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ প্ৰান্তে প্রান্তে পোষ্টেল বেলটৰ জৰিয়তে বয়োজ্যেষ্ঠ ভোটাৰৰ ভোটদান প্রক্রিয়া অব্যাহত

অহা ১৯ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ প্ৰান্তে প্রান্তে পোষ্টেল বেলটৰ জৰিয়তে বয়োজ্যেষ্ঠ ভোটাৰৰ ভোটদান প্রক্রিয়া চলি আছে। বিশেষভাৱে সক্ষম ভোটাৰৰ বাবেও ইতিমধ্যে পোষ্টেল বেলটৰ জৰিয়তে ভোট সংগ্ৰহৰ ব্যৱস্থা কৰা হৈছে। প্ৰথম পৰ্যায়ৰ ভোটগ্রহণ হ'বলগীয়া সমষ্টিসমূহত...

April 8, 2024 11:48 AM

views 54

অপৰাধীৰ বিৰুদ্ধে তৎকালীন কাৰ্যব্যৱস্থা গ্ৰহণৰ বাবে ১০২ সেৱা আৰম্ভ কৰিব অসম আৰক্ষীয়ে

অসম আৰক্ষীয়ে অপৰাধীৰ বিৰুদ্ধে তৎকালীন কাৰ্যব্যৱস্থা গ্ৰহণৰ বাবে শীঘ্ৰেই ১০২ সেৱা আৰম্ভ কৰিব। ট’ল ফ্রি এই নম্বৰত ফোন কৰিলেই অসম আৰক্ষীৰ লোক ঘৰলৈ আহি অভিযোগৰ ভিত্তিত এজাহাৰ গ্ৰহণ কৰিব। দেৰগাঁৱৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই সেৱাৰ পৰিকল্পনাৰ কথা প্ৰকাশ কৰে। তেওঁ ক...

April 8, 2024 11:40 AM

views 57

ৰঙালী বিহুক আদৰাৰ বাবে ৰাজ্যৰ প্ৰান্তে প্রান্তে ব্যাপক প্রস্তুতি, বিভিন্ন কৰ্মশালাৰ আয়োজন

হেঁপাহৰ ৰঙালী বিহুলৈ মাজত আৰু মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত প্ৰাক ৰঙালীৰ ৰঙেৰে ৰাজ্যৰ চৌদিশ মুখৰিত হৈ পৰিছে। ৰঙালীক আদৰাৰ বাবে ৰাজ্যৰ প্ৰান্তে প্রান্তে ব্যাপক প্রস্তুতি চলিছে। ঠায়ে ঠায়ে বিহুৰ আখৰা চলি থকাৰ লগতে বিভিন্ন ঠাইত বিহুনাচ আৰু ঢোলবাদনৰ কৰ্মশালা অনুষ্ঠিত হৈছে। মৰিগাঁও জিলা ছাত্ৰ সন্থ...

April 8, 2024 11:33 AM

views 67

CAA কাৰ্যকৰীকৰণৰ জাননীৰ বৈধতা সম্পর্কে কাইলৈ উচ্চতম ন্যায়ালয়ত শুনানি

নাগৰিকত্ব সংশোধনী আইন তথা চমুকৈ CAA কাৰ্যকৰী কৰিবলৈ ভাৰত চৰকাৰে জাৰি কৰা জাননীৰ বৈধতা সম্পর্কে কাইলৈ উচ্চতম ন্যায়ালয়ে শুনানি গ্রহণ কৰিব। ভাৰত চৰকাৰে যোৱা ১১ মাৰ্চত জাৰি কৰা নির্দেশনাৱলী স্থগিত ৰাখিবলৈ অসম সন্মিলিত মহাসংঘৰ লগতে বিভিন্ন পক্ষই দাখিল কৰা ২০ খন হস্তক্ষেপ আবেদনৰ পৰিপ্ৰেক্ষিতত এই শুনানি ...

April 8, 2024 11:23 AM

views 134

শংকৰী সাহিত্যৰ পণ্ডিত, অধ্যাপক ভৱপ্ৰসাদ চলিহাৰ দেহাৱসান

শংকৰী সাহিত্যৰ পণ্ডিত, অধ্যাপক ভৱপ্ৰসাদ চলিহাৰ কালি সন্ধিয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়। তেওঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উপ-পদাধিকাৰৰ আসন শুৱনি কৰাৰ লগতে ৰাজ্য চৰকাৰৰ শ্ৰীমন্ত শংকৰদেৱ বঁটাও লাভ কৰিছিল। অসমীয়া, ইংৰাজী আৰু সংস্কৃত ভাষাত ৪০খনৰো অধিক গ্ৰন্থ ৰচনা, সম্পাদনা আৰু অনুবাদ ...

April 8, 2024 11:20 AM

views 79

আই পি এল ক্রিকেটত আজি চেন্নাই ছুপাৰ কিংছ বনাম কলকাতা নাইট ৰাইডাৰ্ছৰ মেচ

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি চেন্নাই এম এ চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া খেলত চেন্নাই ছুপাৰ কিংছ, কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ'ব। ইফালে, যোৱা নিশা লক্ষ্ণৌৰ অটল বিহাৰী বাজপেয়ী একানা ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে গ...

April 7, 2024 9:31 PM

views 77

আই পি এল ক্রিকেট প্রতিযোগিতাত মুম্বাই ইণ্ডিয়ানছ দেলহি কেপিটেলছৰ বিৰুদ্ধে ২৯ ৰানত জয়ী

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি মুম্বাইৰ ৱাংখাড়ে ষ্টেডিয়ামৰ এখন খেলত মুম্বাই ইণ্ডিয়ানছে দেলহি কেপিটেলছক ২৯ ৰানত পৰাস্ত কৰে। প্রথমে বেট ধৰি মুম্বাই ইণ্ডিয়ানছে নিৰ্ধাৰিত ২০ অভাৰত ৫ টা উইকেট হেৰুৱাই ২৩৪ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ ৰোহিত শৰ্মাই ২৭টা বলত ৪৯ ৰান কৰাৰ বিপৰীতে টীম ডেভিডে ২১টা বলত ৪৫ ৰান ...

April 7, 2024 9:23 PM

views 60

কাইলৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰ আৰু গৰচিৰলি নিৰ্বাচনী প্ৰচাৰত ভাগ ল’ব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰ আৰু গৰচিৰলি লোকসভা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা বিজেপি প্রার্থীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে কাইলৈ চন্দ্ৰপুৰ ভ্ৰমণ কৰিব ৷ মৰৱা বিমনবন্দৰ গ্ৰাউণ্ডত আয়োজিত হ'বলগীয়া জনসভাত ৰাজ্যখনৰ কেবাগৰাকীও জ্যেষ্ঠ বিজে...

April 7, 2024 9:13 PM

views 161

পাব্লিক স্পীকঃ অসামৰিক লোকৰ বাবে উপলব্ধ পেন্সন বিকল্পসমূহ সন্দৰ্ভত আলোচনা

আকাশবাণীৰ দ্বিভাষিক অনুষ্ঠান পাব্লিক স্পীকত কাইলৈ নিশা চাৰে ৯ বজাত Pension Options available for General public অর্থাৎ অসামৰিক লোকৰ বাবে উপলব্ধ পেন্সন বিকল্পসমূহ সন্দৰ্ভত বিত্ত বিশেষজ্ঞ বলৱন্ত জৈন আৰু সাৰদ ক’হলিৰ সৈতে এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাটি চলি থকাৰ সময়ত আগ্রহী শ্রোতাই ০১১-২৩৪২১০৫০ আৰু...