February 12, 2025 8:49 PM

views 75

বাংলাদেশত কোনো ৰাজনৈতিক দলকেই নিষিদ্ধ ঘোষণা নকৰিবলৈ পৰামৰ্শ ৰাষ্ট্ৰসংঘৰ

ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ কাৰ্যালয়ে বাংলাদেশৰ পূৰ্বৰ চৰকাৰ, সুৰক্ষা আৰু চোৰাংচোৱা সংস্থাৰ লগতে আৱামী লীগৰ সৈতে সম্পৰ্ক থকা হিংসাত্মক শক্তিসমূহ যোৱা বছৰৰ ছাত্ৰ প্ৰতিবাদৰ সময়ত পৰিকল্পিতভাৱে গুৰুতৰ মানৱাধিকাৰ উলংঘনৰ ঘটনাত জড়িত আছিল বুলি কৈছে। তদুপৰি ৰাষ্ট্ৰসংঘই বাংলাদেশত কোনো ৰাজনৈতিক দলকেই নিষিদ্ধ ঘোষ...

February 12, 2025 8:46 PM

views 34

সমগ্ৰ দেশত আজি সন্ত ৰবীদাসৰ জয়ন্তী পালন

সমগ্ৰ দেশত আজি সন্ত ৰবীদাসৰ জয়ন্তী পালন কৰা হৈছে। ৰবীদাস চতুৰ্দশ শতিকাৰ এগৰাকী মহান সন্ত আৰু উত্তৰ ভাৰতৰ শক্তি আন্দোলনৰ প্ৰতিষ্ঠাতা আছিল। হিন্দু দীনপঞ্জী অনুসৰি মঘ মাহৰ পূৰ্ণিমাৰ দিনা ৰবীদাস জয়ন্তী পালন কৰা হয় । ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে এই উপলক্ষে দেশবাসীক ওলগ জনাইছে। ৰাষ্ট্ৰপতিগৰাকীয়...

February 12, 2025 8:44 PM

views 37

মাঘী পূর্ণিমা উপলক্ষে আজি মহাকুম্ভত ১ কোটি ৫৯ লাখৰো অধিক ভক্তৰ পবিত্ৰ স্নান সম্পন্ন

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ মহাকুম্ভত মাঘী পূর্ণিমা উপলক্ষে আজি দুপৰীয়া বাৰ বজালৈ এক কোটি ৫৯ লাখৰো অধিক ভক্তই পবিত্ৰ স্নান সম্পন্ন কৰে। ইয়াকৈ লৈ বৰ্তমানলৈকে প্ৰায় ৪৭ কোটি ৫৫ লাখ ভক্তই পবিত্র স্নান সম্পন্ন কৰিছে। কল্পবাসৰ প্ৰথাৰ সামৰণি প্ৰতীকস্বৰূপ মাঘী পূৰ্ণিমাৰ স্নানৰ বিশেষ গুৰুত্ব আছে। চলিত বৰ্ষত...

February 12, 2025 8:43 PM

views 52

মালদ্বীপৰ এটা সংসদীয় প্রতিনিধি দলৰ আজি উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ক সাক্ষাৎ

Maldives peoples majlis ৰ অধ্যক্ষ আব্দুল ৰহিম আব্দুল্লাৰ নেতৃত্বত অহা মালদ্বীপৰ এটা সংসদীয় প্রতিনিধি দলে আজি নতুন দিল্লীত উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ক সাক্ষাৎ কৰে। বৈঠকত ভাৰত আৰু মালদ্বীপৰ মাজত বিভিন্ন ক্ষেত্ৰত থকা দ্বিপাক্ষিকসম্পৰ্কৰ বিষয়ে আলোচনা কৰা হয়। দুযোখন ৰাষ্ট্ৰৰ মাজত সংসদীয় বিনিময় তথা জনস...

February 12, 2025 8:40 PM

views 44

নতুন দিল্লীত ভাৰতীয় শক্তি সপ্তাহ কাৰ্যসূচীত হৰদীপ সিং পুৰীৰ অংশগ্ৰহণ

২০৫০ চনৰ ভিতৰত বিশ্বজনিন শক্তি চাহিদা ক্ষেত্ৰত ভাৰতৰ অংশ দুগুণলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত শক্তি ব্যৱসায়ত ভাৰতৰ কৌশলগত প্ৰভাৱ প্ৰতিপন্ন হৈছে বুলি পেট্রলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে প্ৰকাশ কৰিছে। তেওঁ কয়, যে ভাৰত বিশ্ব শক্তি বজাৰৰ কেন্দ্ৰস্বৰূপ আৰু বিশ্বৰ মুঠ জনসং...

February 12, 2025 8:38 PM

views 56

ভাৰত ২০২৯ চনৰ ভিতৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অর্থব্যৱস্থাৰূপে পৰিগণিত হব – সৰ্বানন্দ সোণোৱাল

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাৰত ২০২৯ চনৰ ভিতৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অর্থব্যৱস্থাৰূপে পৰিগণিত হব বুলি মন্তব্য কৰিছে। শ্ৰীসোণোৱালে আজি আগৰতলাত এখন সংবাদ মেলত ২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ...

February 12, 2025 8:37 PM

views 69

ইউৰোপ, পশ্চিম এছিয়া আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ ভূ-ৰাজনৈতিক ঘটনাক্রম সম্পৰ্কত প্ৰধানমন্ত্ৰী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ মত বিনিময়

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মাত্ৰুৱে শেহতীয়া আলোচনাকালত ইউৰোপ, পশ্চিম এছিয়া আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ ভূ-ৰাজনৈতিক ঘটনাক্রম সম্পৰ্কে মত বিনিময় কৰা বুলি বৈদেশিক পৰিক্ৰমা সচিব বিক্রম মিশ্ৰীয়ে প্ৰকাশ কৰিছে । ফ্ৰান্সৰ মাৰ্চেত আজি সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত...

February 12, 2025 8:35 PM

views 40

যুটীয়াভাৱে ফ্ৰান্সৰ ঐতিহাসিক চহৰ মাৰ্চেত প্ৰথম ভাৰতীয় বাণিজ্যিক দূতাবাস মুকলি

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মাত্ৰই আজি বিয়লি ফ্ৰান্সৰ ঐতিহাসিক চহৰ মাৰ্চেত প্ৰথম ভাৰতীয় বাণিজ্যিক দূতাবাস যুটীয়াভাৱে মুকলি কৰে। ইয়াৰ পূৰ্বে দুয়োগৰাকী নেতাই চহৰখনৰ প্ৰৱাসী ভাৰতীয়সকলৰ সৈতে মত বিনিময় কৰে। তেওঁলোকে লগতে মজাৰগ্যুজ যুদ্ধ সমাধিক্ষেত্ৰত প্ৰথম আৰু দ্বি...

February 12, 2025 8:19 PM

views 81

সৰ্থেবাৰীৰ ঐতিহাসিক বছেৰেকীয়া সভা মহোৎসৱ আৰম্ভ

কাঁহ শিল্পৰ বাবে বিখ্যাত সৰ্থেবাৰীৰ ঐতিহাসিক বছেৰেকীয়া সভা মহোৎসৱ কালি আৰম্ভ হৈছে। ১৫৯ সংখ্যক এই সভাৰ আজি মূল কার্যসূচী উপলক্ষে হোম যজ্ঞ অনুষ্ঠিত হয়। শ্রীশ্রী জগন্নাথ মহাপ্ৰভুৰ এই সভা মহোৎসৱ সৰ্থেবাৰীৰ ৫ খেল গঞাৰ উদ্যোগত অনুষ্ঠিত হৈছে। উল্লেখযোগ্য যে ব্ৰিটিছ চৰকাৰৰ খাজনা নীতিৰ বিৰুদ্ধে সৰ্থেবাৰীৰ ...

February 12, 2025 8:17 PM

views 72

সমগ্ৰ শিক্ষা অসম আৰু আই আই টি গুৱাহাটীৰ উদ্যোগত সদৌ অসম বিজ্ঞান আৰু গণিত অলিম্পিয়াডৰ আয়োজন

ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ অনুসৰি শিক্ষাৰ্থীসকলৰ সামগ্রিক শিক্ষা নিশ্চিত কৰাৰ উদ্দেশ্যে সমগ্ৰ শিক্ষা অসম আৰু আই আই টি গুৱাহাটীৰ উদ্যোগত সদৌ অসম বিজ্ঞান আৰু গণিত অলিম্পিয়াডৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ ২,৫০০ ৰো অধিক বিদ্যালয়ৰ ১ লাখ ৭৫ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে এই অলিম্পিয়াডত ভাগ লোৱাৰ সুযোগ লাভ কৰ...