December 6, 2025 3:52 PM

views 56

দিল্লী আৰু কাষৰীয়া অঞ্চলৰ পৰা ১৬ গেংগষ্টাৰ আৰু দুৰ্ধৰ্ষ অপৰাধীক গ্ৰেপ্তাৰ দিল্লী আৰক্ষীৰ

● দিল্লী আৰক্ষীয়ে ৰাষ্ট্ৰীয় ৰাজধানী আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ পৰা ১৬ গেংগষ্টাৰ আৰু দুৰ্ধৰ্ষ অপৰাধীক গ্ৰেপ্তাৰ কৰিছে। দিল্লী-ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত চলি থকা অপৰাধমূলক কাৰ্যৰ বিৰুদ্ধে দিল্লী আৰক্ষীক ৮৫০ৰো অধিক জোৱানে যোৱা নিশা বৃহৎ অভিযান চলায়। দিল্লী আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি এই অভিযানত ব...

December 6, 2025 12:36 PM

views 32

দৃষ্টিহীন মহিলা টি-২০ ক্রিকেট বিশ্বকাপ জয়ী কৰা সিমু দাসক মুখ্যমন্ত্রীৰ সাক্ষাৎ

 দৃষ্টিহীন মহিলা টি-২০ ক্রিকেট বিশ্বকাপ জয়ী কৰা ভাৰতীয় দলৰ অন্যতম সদস্যা সিমু দাসে কালি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে। সাক্ষাৎকাৰত মুখ্যমন্ত্ৰীয়ে অসমক গৌৰৱান্বিত্ব কৰা সিমুক এই সাফল্যৰ বাবে অভিনন্দন জ্ঞাপন কৰে আৰু খেলুৱৈগৰাকীৰ ক্ৰীড়া যাত্ৰা আগুৱাই নিয়াৰ বাবে ১০ লাখ টকাৰ চেক প্রদান ...

December 6, 2025 12:33 PM

views 48

ধেমাজিত অহা ১১ৰ পৰা ১৪ ডিচেম্বৰলৈ তৃতীয় দুলুং সোৱণশিৰি প্রকৃতি মহোৎসৱৰ আয়োজন

ধেমাজিৰ গোগামুখত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ সৌজন্যত অহা ১১ৰ পৰা ১৪ ডিচেম্বৰলৈ তৃতীয় দুলুং সোৱণশিৰি প্রকৃতি মহোৎসৱৰ আয়োজন কৰা হৈছে। এই মহোৎসৱৰ লগত সংগতি ৰাখি ৮ আৰু ৯ ডিচেম্বৰত উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় আৰু গোগামুখ মহাবিদ্যালয়ত প্রকৃতি বিষয়ক এখন ৰাষ্ট্ৰীয় কর্মশালাৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে দু...

December 6, 2025 12:21 PM

views 50

কোকৰাঝাৰত ২৫ সংখ্যক বড়োলেণ্ড ছহিদ গ’ল্ড কাপ ফুটবল চেম্পিয়নশ্বিপ আৰম্ভ

কোকৰাঝাৰ জিলা ক্রীড়া সন্থাৰ খেল পথাৰত কালি সন্ধিয়া ২৫ সংখ্যক বড়োলেণ্ড ছহিদ গ'ল্ড কাপ ফুটবল চেম্পিয়নশ্বিপ আৰম্ভ হয়। বি টি চিৰ কাৰ্যবাহী সদস্য দেবহাছাৎ বসুমতাৰীয়ে প্রতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। কালিৰ উদ্বোধনী খেলত বিজনীৰ ফেৰেংগা ফুটবল ক্লাৱে কচুগাঁৱৰ বৰদ্বি চিখলা স্পর্টছ ক্লাবক ৩-০ গ'লৰ ব্য...

December 6, 2025 12:20 PM

views 49

ডাঃ নীলাক্ষী চলিহা গগৈক সন্তোষ কুমাৰ কৰ্মকাৰ সোঁৱৰণি ৰাজ্যিক বঁটা, ২০২৫ প্রদান

সন্তোষ কুমাৰ কৰ্মকাৰ সোঁৱৰণি ৰাজ্যিক বঁটা, ২০২৫ এইবেলি বিশিষ্ট কবি আৰু ঔপন্যাসিক ডাঃ নীলাক্ষী চলিহা গগৈক প্রদান কৰা হ'ব। সন্তোষ কুমাৰ কৰ্মকাৰ সোঁৱৰণি ন্যাসে আগবঢ়াই অহা এই বঁটা প্রদান অনুষ্ঠানটি কাইলৈ গুৱাহাটীৰ কটন এল'মনাই ভৱনত অনুষ্ঠিত হ'ব। বঁটা প্রদান অনুষ্ঠানত অধ্যাপক উষাৰঞ্জন ভট্টাচার্য সন্মানীয় ...

December 6, 2025 12:19 PM

views 79

আজি ৬৩ সংখ্যক সদৌ ভাৰত অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনী দিৱস উদযাপন

আজি ৬৩ সংখ্যক সদৌ ভাৰত অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনী দিৱস। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো বিভিন্ন কাৰ্যসূচীৰে এই দিৱস উদযাপন কৰা হৈছে। গুৱাহাটীৰ পানীখাইটিৰ কেন্দ্ৰীয় প্রশিক্ষণ প্রতিষ্ঠানত এই দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠিত হৈছে। অনুষ্ঠানত অসামৰিক প্ৰতিৰক্ষা বিভাগ আৰু গৃহৰক্ষী বাহিনীৰ ...

December 6, 2025 11:55 AM

views 28

আন্তর্জাতিক কেটল বেল মাৰাথন ফেডাৰেচনৰ ৬০ মিনিট মাৰাথন শাখাত দীপান্বিতা দাসৰ মাষ্টাৰ অৱ স্পর্টছ খিতাপ অৰ্জন

অসমৰ দীপান্বিতা দাসে হাংগেৰীত অনুষ্ঠিত আন্তর্জাতিক কেটল বেল মাৰাথন ফেডাৰেচনৰ ৬০ মিনিট মাৰাথন শাখাত মাষ্টাৰ অৱ স্পর্টছ খিতাপ অৰ্জন কৰিছে। যোৱা ২৮ৰ পৰা ৩০ নবেম্বৰলৈ এই প্রতিযোগিতা অনুষ্ঠিত হৈছিল আৰু এই খিতাপ লাভ কৰা দীপান্বিতা দাস হৈছে প্ৰথমগৰাকী ভাৰতীয় মহিলা।

December 6, 2025 11:52 AM

views 108

অসম শিশু সাহিত্য ন্যাসৰ কাৰ্যালয়ত আজি নতুনকৈ প্ৰকাশ কৰি উলিওৱা ৫২ খন গ্রন্থ উন্মোচন

গুৱাহাটীস্থিত অসম শিশু সাহিত্য ন্যাসৰ কাৰ্যালয়ত আজি ন্যাসে নতুনকৈ প্ৰকাশ কৰি উলিওৱা ৫২ খন গ্রন্থ উন্মোচন কৰা হ'ব। ইয়াৰ লগতে ন্যাসে অসম ভিত্তিক আয়োজন কৰা পাণ্ডুলিপি প্রতিযোগিতাত পুৰস্কাৰ লাভ কৰা প্ৰতিযোগিসকলক এই সভাতে পুৰস্কাৰসমূহ প্ৰদান কৰা হ'ব। অনুষ্ঠানত শিক্ষা মন্ত্রী তথা ন্যাসৰ সভাপতি ডাঃ ৰণোজ পে...

December 6, 2025 11:51 AM

views 42

সমগ্র দেশতে ড° বি আৰ আম্বেদকাৰৰ ৭০ সংখ্যক মৃত্যু বার্ষিকীত তেওঁক শ্ৰদ্ধাৰে স্মৰণ

ভাৰতৰ সংবিধান প্রণেতা, সমাজ সংস্কাৰক, আইনজ্ঞ তথা ভাৰতৰত্ন সন্মানেৰে বিভূষিত ড° বি আৰ আম্বেদকাৰৰ আজি ৭০ সংখ্যক মৃত্যু বার্ষিকীত সমগ্র দেশে তেওঁক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। ড° আম্বেদকাৰৰ মৃত্যু বার্ষিকী উপলক্ষে দেশৰ বিভিন্ন প্রান্তত ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আজি পুৱা নতুন দিল্লীৰ সংসদভবন চৌহদৰ প্...

December 6, 2025 11:49 AM

views 75

সমাগত বিধানসভা নির্বাচনত বিজেপিয়ে নতুন প্রার্থীক অগ্রাধিকাৰ দিব বুলি মুখ্যমন্ত্রীৰ প্ৰকাশ

সমাগত বিধানসভা নির্বাচনত বিজেপিয়ে নতুন প্রার্থীক অগ্রাধিকাৰ দিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। উমৰাংদ্ভুত কালি আয়োজিত অনুষ্ঠানত অংশ লোৱাৰ পাছত সাংবাদিকৰ আগত মুখ্যমন্ত্রীয়ে কালি কয়, যে এই নির্বাচনত মহিলা আৰু যুৱ শক্তিক প্রাধান্য দিয়া হ'ব। দলটোক তৰুণৰ শক্তিৰে শক্তিশালী কৰি তোলা...