April 16, 2025 8:18 PM

views 33

বি আৰ গাভাই পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে মনোনীত

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই বি আৰ গাভাইৰ নাম পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে মনোনীত কৰিছে। ন্যায়াধীশ গাভাই হৈছে উচ্চতম ন্যায়ালয়ৰ ন্যায়ধীশসকলৰ ভিতৰত দ্বিতীয় জ্যেষ্ঠ ন্যায়াধীশ আৰু পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে কেন্দ্রীয় ন্যায় মন্ত্ৰালয়ে তেওঁৰ নামটো মনোনীত কৰিছে। উল্লে...

April 16, 2025 8:14 PM

views 44

নতুন দিল্লীৰ সংসদ ভৱনত নতুন আয়কৰ বিধেয়ক ২০২৫ সন্দৰ্ভত বৈঠক

নতুন দিল্লীৰ সংসদ ভৱনত নতুন আয়কৰ বিধেয়ক ২০২৫ ৰ লোকসভাৰ নিৰ্বাচিত কমিটিয়ে আজি এখন বৈঠকত মিলিত হয়। বিজেপি সাংসদ বৈজয়ন্ত পাণ্ডা হৈছে ৩১ গৰাকী সদস্যৰে গঠিত এই কমিটিখনৰ মূৰববী। কমিটিখনে সংসদৰ বৰ্ষাকালীন অধিবেশনত তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰিব। আয়কৰ বিধেয়ক ২০২৫ য়ে আয়কৰৰ লগত জড়িত সকলো আইন সংশোধন আ...

April 16, 2025 8:10 PM

views 26

দেশত মাছৰ উৎপাদন ৯৫ লাখ টনৰ পৰা প্ৰায় ১৮৪ লাখ টনলৈ বৃদ্ধি

দেশত বিগত ১০ বছৰত মাছৰ উৎপাদন ৯৫ লাখ টনৰ পৰা প্ৰায় ১৮৪ লাখ টনলৈ বৃদ্ধি পাইছে। পুডুচেৰীত আজি প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত কেইবাটাও প্ৰকল্পৰ উদ্বোধন কৰি মীন, পশুপালন আৰু দুগ্ধ উৎপাদনৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী জৰ্জ কুৰিয়ানে এইদৰে কয়। পুডুচেৰীত এই আঁচনিৰ অধীনত ২ হেজাৰ ৩০০ খন মাছ মৰা নাওত ট্...

April 16, 2025 8:06 PM

views 65

চীনৰ বাবে আমেৰিকালৈ আমদানিকৃত সামগ্ৰীৰ ক্ষেত্ৰত ২৪৫ শতাংশ প্রতিশুল্ক

চীনে আমেৰিকালৈ আমদানিকৃত সামগ্ৰীৰ ক্ষেত্ৰত ২৪৫ শতাংশ প্রতিশুল্কৰ সন্মুখীন হৈছে। প্ৰতিশোধমূলক কাৰ্যৰ ফলস্বৰূপে চীনে এই বর্ধিত প্ৰতিশুল্কৰ সন্মুখীন হ'বলগীয়া হৈছে বুলি হোৱাইট হাউচ কৰ্তৃপক্ষই প্রকাশ কৰিছে। ইপিনে, মার্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে চীনকে ধৰি বিশ্বৰ কেইবাখনো দেশৰ বিৰুদ্ধে আৰোপ কৰা উচ্চ ...

April 16, 2025 8:02 PM

views 25

ফিনলেণ্ডৰ ৰাষ্ট্ৰপতিৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টেলিফোনিক বার্তালাপ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ষ্টুবৰ সৈতে আজি টেলিফোনিক বার্তালাপত মিলিত হয়। এই বাৰ্তালাপৰ সময়ছোৱাত দুয়োগৰাকী নেতাই পৰস্পৰৰ স্বাৰ্থজড়িত বিষয়সমূহৰ লগতে আঞ্চলিক আৰু গোলকীয় বিষয়সমূহ সন্দৰ্ভতো মত বিনিময় কৰে। দুয়োগৰাকী নেতাই ইউক্রেইনৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্...

April 16, 2025 7:58 PM

views 31

দেশত টোলগে’ট ব্যৱস্থাৰ পৰিৱৰ্তে নতুন জি এন এছ এছ ব্যৱস্থা প্ৰৱৰ্তনৰ সিদ্ধান্ত কেন্দ্ৰৰ

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রণালয়ে পৰৱৰ্তী ১৫ দিনৰ ভিতৰত সমগ্ৰ দেশতে টোলগে’ট ব্যৱস্থাৰ পৰিৱৰ্তে নতুন জি এন এছ এছ ব্যৱস্থা প্ৰৱৰ্তনৰ সিদ্ধান্ত লৈছে। গ্লোবেল নেভিগেশ্বন ছেটেলাইট ছিষ্টেমৰ অধীনত যান-বাহনসমূহত এটা যতন সংযোগ কৰিব লাগিব আৰু এই যতনৰ পৰাই উপগ্ৰহৰ জৰিয়তে সংশ্লিষ্ট যান-বাহনৰ অৱস্থিতি...

April 16, 2025 7:52 PM

views 14

গুৱাহাটীত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো চিকিৎ‍সালয় পৰিদৰ্শন

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ বিৰুবাৰীত নির্মীয়মান প্ৰাগজ্যোতিষপুৰ চিকিৎ‍সা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণকাৰ্য ১৫ আগষ্টৰ পূৰ্বে সম্পূৰ্ণ হ'ব বুলি জানিবলৈ দিয়ে। তেওঁ কয় যে মহাবিদ্যালয়খনৰ নিৰ্মাণ কাৰ্য ৮০ শতাংশ সম্পূৰ্ণ হৈছে আৰু বহিঃবি...

April 16, 2025 7:47 PM

views 29

ৱকফ সংশোধনী আইন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ শুনানি গ্ৰহণ

ৱকফ সংশোধনী আইনৰ সাংবিধানিক বৈধতাৰ প্ৰশ্ন তুলি দাখিল কৰা কেইবাখনো আবেদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে আজি শুনানি গ্ৰহণ কৰে। ন্যায়ালয়ে এই গোচৰটোৰ শুনানি কাইলৈৰ পৰা প্ৰতি দিনে গ্ৰহণ কৰাৰ সিদ্ধান্ত লয়। মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ সঞ্জয় কুমাৰ আৰু ন্যায়াধীশ কে ভি বিশ্বনাথনক লৈ গঠিত খ...

April 16, 2025 7:41 PM

views 46

পঞ্চায়ত নিৰ্বাচনৰ বাবে কাইলৈ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন

আসন্ন পঞ্চায়ত নিৰ্বাচনৰ বাবে কাইলৈ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন। বিয়লি ৩ বজাত মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ সময় উকলি যোৱাৰ পাছত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীৰ চূড়ান্ত তালিকা প্ৰকাশ কৰা হ'ব। ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰাৰ্থীসকলে নিৰ্বাচনৰ বাবে প্ৰচাৰ আৰম্ভ কৰিছে। জিলা আয়ুক্তসকলে ভিন ...

April 16, 2025 7:35 PM

views 63

আকাশবাণী ডিব্ৰুগড় কেন্দ্রত দীর্ঘদিন সেৱা আগবঢ়োৱা কেইবাগৰাকীও প্রাক্তন সতীর্থক বিহুৰ ওলগ

আকাশবাণী ডিব্ৰুগড় কেন্দ্রই আজি ৰঙালী বিহুৰ তৃতীয় দিনাখন কেন্দ্ৰটোত দীর্ঘদিন সেৱা আগবঢ়াই যোৱা কেইবাগৰাকীও প্রাক্তন সতীর্থক একোখনকৈ ফুলাম গামোছাৰে বিহুৰ ওলগ জনায়। আজিৰ অনুষ্ঠানত প্রবীণ অনাতাঁৰ সম্প্ৰচাৰক আৰু শিল্পী হীৰেণ গোঁহাই, চৈয়দ ছাদুল্লা, অঞ্জনা বৰুৱা, ভূপেন গগৈ, ত্রিবেণী দাস গগৈ, ৰূপজ্যোতি ...