November 14, 2025 12:04 PM

views 47

ধেমাজিত আজি মুখ্যমন্ত্রীৰ মহিলা উদ্যমিতা আঁচনিৰ নিৰ্বাচিত হিতাধিকাৰীক চেক প্রদান

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ধেমাজি জিলাৰ অকাজানত অনুষ্ঠিত হ'বলগীয়া জন সমাবেশত অংশগ্ৰহণ কৰি মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ নিৰ্বাচিত হিতাধিকাৰীক চেক প্রদান কৰিব। ইতিমধ্যে ধেমাজিত মুখ্যমন্ত্ৰীৰ আগমনৰ কাৰণে সভাস্থলীত সকলোবোৰ যাৱতীয় প্রস্তুতি সম্পন্ন কৰা হৈছে। এই আঁচনিৰ অধীনত কালি বিশ্বন...

November 14, 2025 12:02 PM

views 80

অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোতে নেলী কাণ্ডৰ প্রতিবেদন সদনত দাখিলৰ বাবে ৰাজ্যিক মন্ত্রীসভাৰ সিদ্ধান্ত গ্ৰহণ

অহা ২৫ নৱেম্বৰত আৰম্ভ হ'বলগীয়া অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোতে নেলী কাণ্ডৰ প্রতিবেদন সদনত দাখিলৰ বাবে ৰাজ্যিক মন্ত্রীসভাই সিদ্ধান্ত গ্ৰহণ কৰিছে। দিছপুৰৰ লোকসেৱা ভবনত কালি অনুষ্ঠিত মন্ত্রীসভাৰ বৈঠকৰ পাছত এখন সংবাদমেলত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা প্রকাশ কৰে। তেওঁ কয়, যে ১৯...

November 13, 2025 8:40 PM

views 54

কানাডাৰ আন্তৰ্জাতিক বাণিজ্য মন্ত্ৰী মনিন্দৰ সিন্ধুৰে মন্ত্ৰী পীযুষ গোৱেলৰ বৈঠক

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ বিভাগৰ মন্ত্ৰী পীযুষ গোৱেলে কানাডাৰ আন্তৰ্জাতিক বাণিজ্য মন্ত্ৰী মনিন্দৰ সিন্ধুৰ সৈতে এখন বৈঠকত মিলিত হয়। সামাজিক মাধ্যমৰ এটা পোষ্টৰ জৰিয়তে মন্ত্ৰী শ্ৰী গোৱেলে জানিবলৈ দিয়ে যে, এই বৈঠকত দুয়োজন মন্ত্ৰীয়ে ভাৰত আৰু কানাডাৰ মাজত হ'বলগীয়া সপ্তম বিভাগীয় স্তৰৰ আলোচনাত অন...

November 13, 2025 8:37 PM

views 58

কেন্দ্ৰীয় চৰকাৰৰ বীজ বিধেয়ক ২০২৫ৰ খচৰা প্ৰস্তুত

চৰকাৰে বৰ্তমানৰ কৃষি আৰু নিয়ন্ত্ৰণ আৱশ্যকতা অনুসৰি বীজ বিধেয়কৰ ২০২৫ৰ খচৰা প্ৰস্তুত কৰি উলিয়াইছে। প্ৰস্তাৱিত বিধায়কখনে বীজ আইন ১৯৬৬ আৰু বীজ নিয়ন্ত্ৰণ নির্দেশ ১৯৮৩ৰ ঠাই ল'ব বুলি কৃষি আৰু কৃষককল্যাণ মন্ত্ৰ্যালয়ে প্রকাশ কৰিছে। মন্ত্ৰ্যালয়ে নতুন বিধায়কখনৰ জৰিয়তে কৃষসকলৰ অধিকাৰ সুৰক্ষিত কৰাৰ লগতে...

November 13, 2025 8:34 PM

views 40

১৯ নৱেম্বৰত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কইম্বাতুৰ ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা ১৯ নৱেম্বৰত তামিলনাডুৰ কইম্বাতুৰলৈ যাব। এই ভ্ৰমণ কালত শ্ৰীমোদীয়ে তামিলনাডুৰ কৃষক সংস্থাসমূহে আয়োজন কৰা দক্ষিণ ভাৰত প্ৰাকৃতিক শীৰ্ষ সন্মিলনত ভাষণ দিব। প্রধানমন্ত্ৰীয়ে লগতে জৈৱিক কৃষিত বিশেষ দক্ষতা থকা দাক্ষিণাত্যত বিভিন্ন ৰাজ্যৰ ৫০গৰাকী বিজ্ঞানীৰ সৈতে মত বিনিময় কৰি...

November 13, 2025 8:32 PM

views 40

বোটছোৱানাত প্রবাসী ভাৰতীয়সকলক উদ্দেশ্যি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ ভাষণ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মূৱে আজি বোটছোৱানা প্রবাসী ভাৰতীয়সকলক উদ্দেশ্যি ভাষণ দিয়ে। ৰাষ্ট্ৰপতিয়ে অলপতে দিল্লীত সংঘটিত সন্ত্রাসবাদী আক্ৰমণত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ অনুষ্ঠানত এই আক্ৰমণত নিহত লোকসকলৰ আত্মাৰ সদগতি কামনা কৰি এক মিনিট মৌনতা অৱলম্বন কৰা হয়। ৰ...

November 13, 2025 8:17 PM

views 52

কাইলৈ ভাৰত-দক্ষিণ আফ্ৰিকাৰ টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল কাইলৈ কলকাতাৰ ইডেন গার্ডেনছত অনুষ্ঠিত হ'ব। খেলখন পুৱা চাৰে ৯ বজাত আৰম্ভ হ'ব। শৃংখলাটোত দুয়োটা দলৰ মাজত দুখন খেল অনুষ্ঠিত হ'ব। এই শৃংখলাটো বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ চলিত ছিজনৰ বাবেও গুৰুত্বপূৰ্ণ ৰূপে বিবেচিত হৈছে। শৃংখলাৰ দ্বিতীয় তথা...

November 13, 2025 8:13 PM

views 51

সোণাপুৰত নিৰ্মীয়মান বিজ্ঞান নগৰী প্ৰকল্প পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ

গুৱাহাটীৰ সমীপৱৰ্ত্তী সোণাপুৰত নিৰ্মীয়মান দেশৰ চতুৰ্থখন অত্যাধুনিক বিজ্ঞান নগৰী প্ৰকল্প শীঘ্ৰেই সম্পূর্ণ হৈ উঠিব। আজি বিজ্ঞান প্রযুক্তি মন্ত্ৰী কেশৱ মহন্তই এই প্রকল্পস্থলীত বিজ্ঞান সংগ্রাহালয় আৰু বিজ্ঞান দর্শনশালাৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি অগ্ৰগতিৰ বুজ লয়। তেওঁ বিজ্ঞান নগৰী প্ৰকল্প, ৰাষ্ট্ৰীয় ...

November 13, 2025 8:08 PM

views 21

মৰিগাঁৱত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অধীনৰ আঁচনিসমূহ পৰিদৰ্শন

মৰিগাঁও জিলা কৃষি বিভাগৰ দ্বাৰা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অধীনৰ আঁচনিসমূহ ৰূপায়ণ সন্দৰ্ভত পর্যালোচনাৰ বাবে আজি অসম কৃষি সঞ্চালকালয়ৰ এটা জিলা পৰ্যায়ৰ দলে আজি মৰিগাঁও জিলা পৰিদৰ্শন কৰে। নিৰীক্ষণকাৰী দলটোৰ নডেল বিষয়া দুগৰাকীয়ে জিলা কৃষি বিষয়াৰ উপস্থিতিত এটা মত বিনিময় অনুষ্ঠানত মিলিত হয়। কৃষি ...

November 13, 2025 8:04 PM

views 64

দিল্লী বোমা বিস্ফোৰণ সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত ১৫জনক আটক

দিল্লী বোমা বিস্ফোৰণ সন্দৰ্ভত সামাজিক মাধ্যমত আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত ৰাজ্যত বৰ্তমানলৈকে ১৫জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে যোৱা নিশা এই ঘটনা সংক্রান্তত ৯জন লোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে ইয়াৰ পূৰ্বে আপত্তিজনক মন্তব্য পোষ্ট কৰাৰ অভিযোগত ছজন লোকক গ্ৰেপ্তাৰ কৰিছিল। মুখ্যমন্ত্ৰী ড০ হিমন্ত ব...