November 28, 2025 12:28 PM

views 42

উচ্চ শিক্ষা প্রতিষ্ঠানসমূহক UGCৰ নিৰ্দেশ জাৰি

বিশ্ববিদ্যালয় অনুদান আয়োগ UGCয়ে উচ্চ শিক্ষা প্রতিষ্ঠানসমূহক সময়মতে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ আৰু চূড়ান্ত ডিগ্ৰী আৰু প্ৰমাণ-পত্ৰ শীঘ্ৰে জাৰি কৰিবলৈ নিৰ্দেশ দিছে। আয়োগে বিলম্বৰ বাবে শিক্ষার্থীসকলে সুযোগ হেৰুৱাবলগীয়া হয় আৰু তেওঁলোকে উপযুক্ত তথা গুণগত কর্মসংস্থান লাভ কৰাত বাধাৰ সৃষ্টি হয় বুলি উল্...

November 28, 2025 12:25 PM

views 49

টি-২০ বিশ্বকাপ জয় কৰা ভাৰতৰ দৃষ্টিহীন মহিলা ক্রিকেট দলটোক প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি টি-২০ বিশ্বকাপ জয় কৰা ভাৰতৰ দৃষ্টিহীন মহিলা ক্রিকেট দলটোক সাক্ষাৎ কৰে। দলটোৱে প্ৰধানমন্ত্ৰী মোদীক এখন নিজৰ হস্তাক্ষৰযুক্ত ক্রিকেট বেট উপহাৰ দিয়ে। মহিলা দৃষ্টিহীন খেলুৱৈৰ দলটোৱে কলম্বোেত অনুষ্ঠিত ফাইনেল খেলখনত নেপালক ৭ উইকেটত পৰাস্ত কৰিছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে ...

November 28, 2025 12:22 PM

views 39

কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ছত্তিশগড়লৈ যাব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে ছত্তিশগড়লৈ যাব। ভ্রমণকালত শ্ৰীমোদীয়ে আৰক্ষী সঞ্চালকপ্ৰধান আৰু আৰক্ষী মহা-পৰিদৰ্শকসকলৰ সৰ্ব ভাৰতীয় সন্মিলনৰ ৬০ সংখ্যক সংস্কৰণত অংশগ্ৰহণ কৰিব । ৰায়পুৰত আজিৰে পৰা ৩ দিনীয়া কাৰ্যসূচীৰে হ'বলগীয়া এই সন্মিলনত শান্তি ৰক্ষাৰ বাবে থকা মূল প্ৰত্যাহ্...

November 28, 2025 12:20 PM

views 71

ভাৰতীয় ৰাজহ সেৱাৰ ৭৬ সংখ্যক বেটছৰ প্ৰশিক্ষাৰ্থী বিষয়াক উদ্দেশ্যি লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ ভাষণ

এখন ৰাষ্ট্র, এটা কৰ ব্যৱস্থাৰ লেখীয়া সংস্কাৰসমূহে দেশৰ কৰ পৰিকাঠামো সৰল আৰু স্বচ্ছ কৰি তুলিছে আৰু ইয়াৰ ফলত দেশত বিকাশ আৰু সমৃদ্ধি ত্বৰান্বিত হৈছে। নতুন দিল্লীত কালি ভাৰতীয় ৰাজহ সেৱাৰ ৭৬ সংখ্যক বেটছৰ প্ৰশিক্ষাৰ্থী বিষয়াসকলক উদ্দেশ্যি দিয়া ভাষণত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই এই কথা প্ৰকাশ কৰে। তেওঁ ক...

November 28, 2025 12:17 PM

views 45

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ আজি লক্ষ্ণৌ ভ্ৰমণ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি লক্ষ্ণৌ ভ্ৰমণ কৰি দুটা অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ৰাষ্ট্ৰপতিগৰাকীয়ে ২০২৫-২৬ বৰ্ষৰ বাবে ব্ৰহ্মকুমাৰীসকলৰ বিশ্ব ঐক্য আৰু বিশ্বাসৰ বাবে ধ্যান শীৰ্ষক বার্ষিক বিষয়বস্তু মুকলি অনুষ্ঠানত ভাগ ল'ব। ইয়াৰ পাছতে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে ভাৰত স্কাউট আৰু গাইডৰ হীৰক জয়ন...

November 28, 2025 12:11 PM

views 55

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কৰ্ণাটক আৰু গোৱা ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি কৰ্ণাটক আৰু গোৱালৈ যাব। ভ্রমণকালত শ্রীমোদীয়ে কৰ্ণাটকৰ উদুপিৰ শ্ৰীকৃষ্ণ মঠ পৰিদৰ্শন কৰিব আৰু লক্ষ কণ্ঠ গীতা পাৰায়ন কাৰ্যসূচীত ভাগ ল'ব। তেওঁ লগতে কৃষ্ণ গৰ্ভ গৃহৰ সন্মুখত থকা সুবৰ্ণ তীৰ্থ মণ্ডপ মুকলি কৰিব আৰু পৱিত্ৰ কনকনাৰ কিন্দিৰ বাবে কনক কৱচ উৎসর্গিত কৰিব। গোৱা ভ্ৰমণ...

November 27, 2025 8:57 PM

views 74

ডিফ অলিম্পিক – ২০২৫ ত অংশগ্ৰহণ কৰা প্ৰতিযোগীসকলক তেওঁলোকৰ সুন্দৰ প্ৰদৰ্শনৰ বাবে প্রধানমন্ত্রীৰ শুভেচ্ছা জ্ঞাপন

টকিঅ’ত অনুষ্ঠিত ২৫ সংখ্যক ছামাৰ ডিফ অলিম্পিক ২০২৫ত অংশগ্ৰহণ কৰা প্ৰতিযোগীসকলক তেওঁলোকৰ সুন্দৰ প্ৰদৰ্শনৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে শুভেচ্ছা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্রী মোদীয়ে কয়, যে ৯ টা সোণসহ ২০ টা পদক লাভ কৰা খেলুৱৈসকলে দৃঢ়তা আৰু উৎসর্গীকৃত মনোভাবেৰে খেলাৰ বাবে এই ফলাফল লাভ...

November 27, 2025 8:52 PM

views 44

কৰদাতাসকলক পৰামৰ্শ দিবলৈ বিশেষ অভিযান মুকলি কেন্দ্ৰীয় প্রত্যক্ষ কৰ পৰিষদ

কেন্দ্ৰীয় প্রত্যক্ষ কৰ পৰিষদ চিবিডিটিয়ে কৰদাতাসকলক পৰামৰ্শ দিবলৈ বিশেষ অভিযান মুকলি কৰিছে। অহা ৩১ ডিচেম্বৰৰ পূৰ্বে শাস্তিমূলক ব্যৱস্থাৰ পৰা ৰেহাই পোৱাৰ লগতে কৰদাতাসকলে যাতে নিজৰ কৰসমূহ সেচ্ছাই পর্যালোচনা কৰিব পাৰে তাৰ বাবে চিবিডিটিয়ে এই ব্যৱস্থা গ্রহণ কৰিছে। চিবিডিটিয়ে সকলো যোগ্য কৰ দাতাক এই সুবিধা ...

November 27, 2025 8:47 PM

views 32

টেক্স ৰেমছ ষ্টার্ট আপ আঁচনিসমূহত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন

কেন্দ্ৰীয় চৰকাৰে বস্তু উদ্যোগৰ সৈতে জড়িত গৱেষণা, মূল্যায়ণ, নিৰীক্ষণ, পৰিকল্পনা আৰু টেক্স ৰেমছ ষ্টার্ট আপ আঁচনিসমূহত অনুমোদন জনাইছে। কেন্দ্রীয় বস্ত্র মন্ত্রী গিৰিৰাজ সিঙে কয়, যে এই টেক্স ৰেমছ স্টার্ট আপ আঁচনিসমূহে গৱেষণা, তথ্য আৰু বিভিন্ন উদ্ভাবনীমূলক পদক্ষেপৰ জৰিয়তে ভাৰতৰ বস্তু উদ্যোগক সৱল কৰাৰ চেষ্...

November 27, 2025 8:35 PM

views 48

ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধন প্ৰক্ৰিয়াৰ দ্বিতীয় পৰ্যায়ত ৫০ কোটি ৫০ লাখতকৈও অধিক গণনা প্ৰ-পত্ৰ বিতৰণ

ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধন প্ৰক্ৰিয়াৰ দ্বিতীয় পৰ্যায়ত ৫০ কোটি ৫০ লাখতকৈও অধিক গণনা প্ৰ-পত্ৰ বিতৰণ কৰা হৈছে বুলি নির্বাচন আয়োগে আজি প্রকাশ কৰে। এই পর্যায়ত ৫১ কোটি ভোটদাতা সংযুক্ত হোৱাৰ লগতে আৰু ৯৯ দশমিক ২৫ শতাংশ প্র-পত্ৰ সামৰি লোৱা হৈছে। যোৱা ৪ নৱেম্বৰত দেশৰ ৯ খন ৰাজ্য আৰু তিনিখন কেন্দ্রীয় শা...