December 28, 2025 10:06 PM

views 32

ইউক্রেইনে শান্তিৰক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ খৰখেদা কৰা নাইঃ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে কৈছে যে ইউক্রেইনে শান্তিৰক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ খৰখেদা কৰা নাই আৰু যদিহে তেওঁলোকে শান্তিপূর্ণভাৱে মস্কোৰ সৈতে সংঘাত দূৰ কৰাৰ প্ৰয়াস নকৰে তেতিয়া ৰাছিয়াই বল প্ৰয়োগ কৰি হ'লেও তেওঁলোকৰ লক্ষ্য সাধন কৰিব। ৰাছিয়াৰ সংবাদ প্ৰতিষ্ঠানৰ সূত্ৰ অনুসৰি ৰাছিয়াৰ ৰাষ্ট্ৰপত...

December 28, 2025 10:03 PM

views 32

থাইলেণ্ডৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্রার্থী প্ৰক্ষেপ

থাইলেণ্ডৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে আজি নিজ নিজ প্রার্থী প্ৰক্ষেপ কৰিছে। ২০২৬ চনৰ ৮ ফেব্ৰুৱাৰীত দেশখনৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি থাইলেণ্ডৰ নিৰ্বাচন আয়োগে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। প্ৰধান বিৰোধী দলে সংবিধানৰ সংশোধন সন্দৰ্ভত অনাস্থা প্ৰস্তাৱ অনাৰ বাবে প্রধানমন্ত্...

December 28, 2025 10:02 PM

views 30

ৰাষ্ট্ৰীয় পৰীক্ষণ গৃহ আৰু প্ৰতিৰক্ষা সামগ্ৰী আৰু প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ সৈতে গৱেষণা পৰীক্ষণ- প্ৰশিক্ষণৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

ৰাষ্ট্ৰীয় পৰীক্ষণ গৃহ চমুকৈ এন টি এইচ আৰু প্ৰতিৰক্ষা সামগ্ৰী আৰু প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ সৈতে গৱেষণা পৰীক্ষণ আৰু প্ৰশিক্ষণৰ বাবে সহযোগিতা সুদৃঢ় কৰাৰ বাবে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। দুয়োটা প্রতিষ্ঠানত উপলব্ধ নথকা বিশেষ সা-সুবিধা নিৰূপন কৰা তথা পৰীক্ষণৰ ক্ষেত্ৰত পাৰস্পৰিক স...

December 28, 2025 9:59 PM

views 48

বিজয়ৱাড়াত অনুষ্ঠিত ছিনিয়ৰ ৰাষ্ট্ৰীয় বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ একক শাখাত ঋত্বিক সঞ্জীৱি এছ বিজয়ী

বিজয়ৱাড়াত অনুষ্ঠিত ৮৭ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ একক শাখাত আজি ঋত্বিক সঞ্জীৱি এছ বিজয়ী হৈছে। প্ৰতিযোগিতাৰ ফাইনেলত তেওঁ বি. ৰাঘৱক ২১-১৬, ২২-২০ পোনপটীয়া গেমত পৰাস্ত কৰে। ঋত্বিকে প্ৰতিযোগিতাৰ ছেমি ফাইনেলত শীর্ষ বাছনি কিৰণ জৰ্জ ২১-১৬, ১৭-২১ আৰু ২২-২০ গেমত পৰাস্ত কৰি ফাইন...

December 28, 2025 9:15 PM

views 53

বছৰৰ শেষৰটো দেওবাৰত ৰাজ্যৰ বনভোজস্থলীসমূহত বনভোজ দলৰ সমাগম

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনভোজস্থলীসমূহত আজি বনভোজ দলৰ ব্যাপক সমাগম পৰিলক্ষিত হয়। আজি বছৰটোৰ অন্তিমটো দেওবাৰ হোৱা হেতুকে ৰাজ্যৰ বিভিন্ন বনভোজস্থলী আৰু পৰ্যটনস্থানসমূহত আনন্দৰে দিনটো অতিবাহিত কৰিবলৈ বহুলোকে ভিৰ কৰে। গুৱাহাটী মহানগৰী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলসমূহত জাৰকো নেওচি অগণন লোকে প্রাকৃতিক পৰিৱেশত ...

December 28, 2025 9:07 PM

views 53

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো বিগত তিনি-চাৰিদিন ধৰি শীতৰ প্ৰকোপ বৃদ্ধি

বিগত তিনি-চাৰিদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰী শীতৰ কবলত পৰিছে। আজিও গোটেই দিনটো ঘন কুঁৱলীয়ে চৌপাশ আৱৰি ৰখাৰ ফলত দূৰণিবটীয়া যাত্ৰা পথত যান-বাহন চলাচলৰ ক্ষেত্ৰতো কিছু অসুবিধাৰ সৃষ্টি হয়। মহানগৰীৰ ঠায়ে ঠায়ে জনসাধাৰণে সন্ধিয়াৰ ভাগত জুই জ্বলাই উম লোৱা পৰিলক্ষিত হৈছে। আজি মহানগ...

December 28, 2025 9:01 PM

views 62

গোলাঘাট জিলাৰ মৰঙীৰ পোৰাবাংলাৰ জুবিন গাৰ্গ সমন্বয় ক্ষেত্ৰত সদৌ অসম মইনা পাৰিজাতৰ অষ্টাদশ দ্বিবার্ষিক সমাৰোহ

গোলাঘাট জিলাৰ মৰঙীৰ পোৰাবাংলাৰ জুবিন গাৰ্গ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত সদৌ অসম মইনা পাৰিজাতৰ অষ্টাদশ দ্বিবার্ষিক সমাৰোহ তথা মহা-ৰজত জয়ন্তী কাৰ্য্যসূচীৰ আজি তৃতীয় দিনাও অঞ্চলটোত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। যোৱা ২৬ৱ ডিচেম্বৰৰ পৰা অনুষ্ঠিত এই সমাৰোহৰ আজি তৃতীয় দিনা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উ...

December 28, 2025 8:58 PM

views 46

বিশ্বনাথ জিলাৰ বাঘমাৰীত ভি জি আৰ ভূমিত জিলা প্রশাসনৰ উচ্ছেদ অভিযান

বিশ্বনাথ জিলাৰ বাঘমাৰীত আজি জিলা প্রশাসনে দখলীকৃত ভি জি আৰ ভূমিত উচ্ছেদ অভিযান চলায়। জিলা প্রশাসনে যোৱা আগষ্টত অঞ্চলটোৰ ভূমি দখল কৰি থকা ৭৩২ টা পৰিয়াললৈ জাননী জাৰি কৰিছিল, কিন্তু ইয়াৰে ৬৮ টা পৰিয়ালে উচ্চ ন্যায়ালয়ৰ কাষ চপাৰ বাবে উচ্ছেদ অভিযান স্থগিত ৰাখিবলগীয়া হৈছিল। প্ৰশাসনে আজি ন্যায়ালয়ৰ ব...

December 28, 2025 8:50 PM

views 44

অস্মিতা পূব মণ্ডল হকী লীগৰ জুনিয়ৰ শাখাৰ এখন খেলত ত্ৰিপুৰাৰ বিৰুদ্ধে ১৯-০ গ’লত অসমৰ জয়

অস্মিতা পূব মণ্ডল হকী লীগৰ জুনিয়ৰ শাখাৰ আজি অনুষ্ঠিত এখন খেলত অসমে-ত্ৰিপুৰাৰ বিৰুদ্ধে ১৯-০ গ’লৰ ব্যৱধানত জয় লাভ কৰে। গুৱাহাটী মহানগৰীৰ ভেটাপাৰাৰ মৌলানা মহম্মদ তৈয়বুল্লা হকী ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত জয়েৰে অসমে পইণ্ট তালিকাৰ শীৰ্ষত উপনীত হৈছে। উল্লেখযোগ্য যে প্রথমখন খেলত অসম-বিহাৰৰ হাতত পৰাস্ত ...

December 28, 2025 6:33 PM

views 46

ভাৰতে চলিত বৰ্ষত উন্নয়নৰ বিভিন্ন ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শক্তিশালী স্থিতিত উপনীত হৈছে বুলি প্রধানমন্ত্ৰীৰ ‘মন কী বাত’ত প্ৰকাশ

ভাৰতে চলিত বৰ্ষত ৰাষ্ট্ৰীয় সুৰক্ষাৰ পৰা ক্ৰীড়া ক্ষেত্ৰলৈকে, বিজ্ঞান পৰীক্ষাগাৰৰ পৰা বৃহৎ মঞ্চলৈকে বিভিন্ন ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত শক্তিশালী স্থিতিত উপনীত হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰে। আকাশবাণীযোগে আজি প্ৰচাৰিত ১২৯ সংখ্যক মন কী বাত অনুষ্ঠানত শ্রীমোদীয়ে আজি এই মন্...