January 3, 2025 12:43 PM

views 21

যোৰহাট আজিৰেপৰা দুদিনীয়াকৈ আমন্ত্রণমূলক ৰাষ্ট্ৰীয় পৰ্যায়ৰ দিবা- নৈশ ভলীবল প্রতিযোগিতা

যোৰহাট জিলা ক্রীড়া সন্থাৰ খেলপথাৰত আজিৰেপৰা দুদিনীয়াকৈ আমন্ত্রণমূলক ৰাষ্ট্ৰীয় পৰ্যায়ৰ দিবা- নৈশ ভলীবল প্রতিযোগিতা অনুষ্ঠিত হ'ব। দেশৰ ছটা আগশাৰীৰ ভলীবল দলে এই প্রতিযোগিতাত অংশগ্রহণ কৰিব। বিশিষ্ট ক্রীড়া সংগঠক, অসম ভলীবল সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা ৰাজ্য চৰকাৰৰ ক্ৰীড়া পেঞ্চনাৰ অমল বৰুৱাৰ স...

January 3, 2025 12:40 PM

views 20

তিনিদিনীয়া কাৰ্যসূচীৰে টাই আহোম যুৱ পৰিষদ, অসমৰ ষষ্ঠ কেন্দ্ৰীয় অধিবেশনৰ আয়োজন

টাইপাৰ চৰাইদেউ জিলা সমিতিৰ আতিথ্যত আৰু চৰাইদেউবাসীৰ সহযোগত ভজো বেচিক মাজপথাৰ চাওল্যুং চ্যুকাফা সমন্বয় ক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে টাই আহোম যুৱ পৰিষদ, অসমৰ ষষ্ঠ কেন্দ্ৰীয় অধিবেশনৰ আয়োজন কৰা হৈছে। আজি পুৱা ৯ বজাত পতাকা উত্তোলনেৰে এই অধিবেশন আৰম্ভ হৈছে। বিয়লি ২ বজাত কেন্দ্রীয় কার্যন...

January 3, 2025 12:38 PM

views 53

অসম সাহিত্য সভাৰ অধিৱেশনত প্ৰতিনিধিত্ব কৰিবলগীয়া ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক বিশেষ নৈমিত্তিক ছুটী প্ৰদান

অসম সাহিত্য সভাৰ সমাগত অধিৱেশনত প্ৰতিনিধিত্ব কৰিবলগীয়া ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে বিশেষ নৈমিত্তিক ছুটী লাভ কৰিব। সাধাৰণ প্ৰশাসন বিভাগে জাৰি কৰা এখন জাননীত উল্লেখ কৰে যে ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ পাঠশালাত অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশনত অংশগ্রহণ কৰিবলগীয়া কৰ্মচাৰীসকলক এই সুবিধা প্ৰদান কৰা হৈছে।...

January 3, 2025 12:36 PM

views 41

জোঙাল বলহুৰ স্মৃতিত আজি জোঙাল বলহু দিৱস পালন

তিৱাসকলৰ শৌর্য বীৰ্যৰ প্ৰতীক জোঙাল বলহুৰ স্মৃতিত আজি জোঙাল বলহু দিৱস পালন কৰা হৈছে। তিৱাসকলৰ পৰম্পৰাগত পিতৃ পূজাৰে এই দিৱসৰ কাৰ্যসূচী আৰম্ভ হৈছে। ইতিহাস প্রসিদ্ধ জোঙাল বলহুগড়ত দিনজোৰা কাৰ্যসূচীৰে তিৱা স্বায়ত্ত শাসিত পৰিষদৰ পৃষ্ঠপোষকতাত আৰু তিৱা জাতীয় সংগঠনসমূহৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানৰ মুকলি ...

January 3, 2025 12:34 PM

views 39

উৎপল দত্তলৈ ২০২৫ বৰ্ষৰ অমূল্য মান্না আলোকচিত্র বঁটা

ৰাজ্যৰ বিশিষ্ট আলোকচিত্র শিল্পী, ৰাষ্ট্ৰীয় বঁটাৰে স্বীকৃত চলচ্চিত্র সমালোচক তথা পৰিচালক উৎপল দত্তলৈ ২০২৫ বৰ্ষৰ অমূল্য মান্না আলোকচিত্র বঁটা আগবঢ়োৱা হৈছে। ৰাজ্যৰ প্ৰখ্যাত আলোকচিত্র শিল্পী অমূল্য মান্নাৰ স্মৃতিত অমূল্য মান্না স্মৃতিৰক্ষা সমিতিয়ে ২০২১ বৰ্ষৰ পৰা এই বঁটা প্ৰদান কৰি আহিছে। অমূল্য মান্ন...

January 3, 2025 12:29 PM

views 45

প্ৰতিবছৰে ১৩ মে’ত অন্ধ বিশ্বাস বিৰোধী দিৱস পালনৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ

ৰাজ্য চৰকাৰে প্ৰতিবছৰে ১৩ মে'ত অন্ধ বিশ্বাস বিৰোধী দিৱস পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ডাইনী হত্যাৰ দৰে সামাজিক ব্যাধিৰ বিৰুদ্ধে যুঁজ দিয়া পদ্মশ্ৰী সন্মানেৰে বিভূষিত বীৰুবালা ৰাভাৰ মৃত্যুৰ দিনটো এনেদৰে পালন কৰিবলৈ ৰাজ্যপালৰ অনুমোদন সাপেক্ষে মহিলা আৰু শিশু বিকাশ বিভাগে অধিসূচনা জাৰি কৰিছে। অধিসূচন...

January 3, 2025 12:27 PM

views 34

অসম আৰু অৰুণাচল প্ৰদেশৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়নৰ বাবে ৫২০ কোটি টকা আবণ্টন কেন্দ্ৰীয় পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়ৰ

কেন্দ্ৰীয় পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়ে অসম আৰু অৰুণাচল প্ৰদেশৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়নৰ বাবে শেহতীয়াকৈ ৫২০ কোটি টকা আবণ্টন দিছে। যোৱা ৩১ ডিচেম্বৰত পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়ৰ গুৱাহাটী আৰু ইটানগৰত থকা আঞ্চলিক কার্যালয়ত পত্রযোগে এই কথা অৱগত কৰোৱা হৈছে। পত্ৰখনত উল্লেখ ...

January 3, 2025 12:23 PM

views 57

স্তনৰ কৰ্কট ৰোগৰ চিকিৎসাৰ উদ্ভাৱনীমূলক হাইড্ৰজেল প্ৰস্তুত আই আই টি, গুৱাহাটীৰ গৱেষকৰ

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান, আই আই টি গুৱাহাটী আৰু কলকাতাৰ বসু প্ৰতিষ্ঠানৰ এটা গৱেষক দলে স্তনৰ কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে উদ্ভাৱনীমূলক হাইড্ৰজেল প্ৰস্তুত কৰি উলিয়াইছে। এই উদ্ভাৱনীমূলক হাইড্রজেল ভিত্তিক চিকিৎসাৰ সহায়ত টিউমাৰৰ স্থানলৈ পোনপটীয়াকৈ কৰ্কট ৰোগ প্ৰতিৰোধী ঔষধ প্ৰেৰণ কৰিব পৰা যাব। ইয়...

January 2, 2025 8:33 PM

views 68

যোৱা ১০ বছৰত দেশত ৩৬ শতাংশ উল্লেখযোগ্য কর্মসংস্থান বৃদ্ধি

যোৱা ১০ বছৰত দেশত ৩৬ শতাংশ উল্লেখযোগ্য কর্মসংস্থান বৃদ্ধি হৈছে। শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য মতে ২০১৪ চনৰ পৰা ২০২৪ চনলৈ ১৭ কোটিতকৈও অধিক অতিৰিক্ত কর্মসংস্থাপনৰ সৃষ্টি কৰা হৈছে। বিগত বৰ্ষত প্ৰায় ৪ কোটি ৬০ লাখ সংস্থাপন সৃষ্টি হৈছিল বুলি মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ পাইছে। মন্ত্ৰ্যালয়ে ক...

January 2, 2025 8:32 PM

views 61

নতুন দিল্লীত Jammu Kashmir and Ladakh: Through the Ages উন্মোচন অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত Jammu Kashmir and Ladakh: Through the Ages নামৰ এখন গ্ৰন্থ উন্মোচন কৰে। কিতাপখন হিন্দী আৰু ইংৰাজী দুয়োটা ভাষাতে প্ৰকাশ কৰা হৈছে। আজিৰ অনুষ্ঠানত কেন্দ্ৰীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধান উপস্থিত থাকে।