January 9, 2025 8:26 PM

views 48

ভালেসংখ্যক গুণমুগ্ধৰ উপস্থিতিত জ্ঞানদা কাকতিৰ নশ্বৰদেহৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন

যোৱা নিশা দেহাৱসান ঘটা বর্ষীয়ান অভিনেত্রী জ্ঞানদা কাকতিৰ নশ্বৰদেহৰ অন্ত্যেষ্টিক্রিয়া আজি দুপৰীয়াৰ ভাগত শ্বিলঙৰ বৈদ্যুতিক শ্মশানত সম্পন্ন কৰা হয়। ইয়াৰ আগতে তেওঁৰ নশ্বৰদেহৰ প্ৰতি শ্বিলঙৰ লাবানৰ আছাম ক্লাব, লাবান নামঘৰ, অসম চৰকাৰৰ সাংস্কৃতিক বিভাগ আৰু অসমৰ মুখ্যমন্ত্ৰীৰ ফালৰ পৰা পুষ্পার্ঘ্য নিবেদন...

January 9, 2025 6:48 PM

views 53

ডেৰ লাখ চৰকাৰী চাকৰিত নিযুক্তিৰ লক্ষ্য পূৰণৰ দিশে অগ্ৰসৰ অসম চৰকাৰ

অসম চৰকাৰ অহা বছৰৰ ভিতৰত ডেৰ লাখ চৰকাৰী চাকৰিত নিযুক্তিৰ লক্ষ্য পূৰণৰ দিশে অগ্ৰসৰ হৈছে বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনত শীঘ্ৰে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক শিক্ষকৰ ৪,৫০০ টা পদৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব বুলি জানিবলৈ দিয়ে। এই চাকৰিসমূহৰ বাবে আব...

January 9, 2025 5:04 PM

views 34

আকাশবাণী গুৱাহাটীৰ অংশকালীন সংবাদদাতা পদৰ বাবে আবেদনৰ সময়সীমা কাইলৈ অন্তিম দিন

আকাশবাণী গুৱাহাটী কেন্দ্রত অংশকালীন সংবাদদাতা হিচাপে ডিব্ৰুগড়, ধেমাজি, বিশ্বনাথ, হোজাই, কামৰূপ, বজালী, পশ্চিম কাৰ্বি আংলং আৰু কাছাৰ জিলাৰ আগ্ৰহী প্রার্থীৰ আবেদনৰ সময়সীমা কাইলৈ উকলি যাব। আগ্রহী প্রার্থীয়ে The Head of Office, Akashvani, Guwahati, Guwahati - 781003 এই ঠিকনাত কাইলৈৰ ভিতৰত আবেদন পত্ৰ ...

January 9, 2025 5:00 PM

views 60

৫০ সংখ্যক জুনিয়ৰ ৰাষ্ট্ৰীয় কাবাডী প্রতিযোগিতাৰ লীগ পৰ্যায়ৰ ছোৱালীৰ খেলত দিল্লীক পৰাজিত অসম দলৰ

উত্তৰাখণ্ডৰ হৰিদ্বাৰত অনুষ্ঠিত ৫০ সংখ্যক জুনিয়ৰ ৰাষ্ট্ৰীয় কাবাড়ী প্রতিযোগিতাৰ লীগ পৰ্যায়ৰ ছোৱালীৰ খেলত অসম দলে দিল্লীক পৰাজিত কৰিছে। অসমে ৪৪-২৪ ব্যৱধানত দলটোক পৰাজিত কৰে। অসম কাবাড়ী সন্থাই এই বিষয়ে প্ৰকাশ কৰিছে।

January 9, 2025 4:56 PM

views 48

বাংলাদেশৰ ঢাকা–অৰিচা ঘাইপথত এম্বুলেঞ্চ আৰু বাছৰ মাজত মুখামুখি সংঘৰ্ষত ৪ জন লোকৰ মৃত্যু

বাংলাদেশৰ চাৱৰ অঞ্চলত ঢাকা–অৰিচা ঘাইপথত আজি এখন এম্বুলেঞ্চে এখন বাছক মুখামুখিকৈ খুন্দা মৰাৰ ফলত এম্বুলেঞ্চখনত গেছ চিলিণ্ডাৰৰ বিস্ফোৰণ ঘটি ৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৫জন লোক গুৰুতৰভাবে আহত হয়। আহত লোকসকলক ততালিকে নিকটৱৰ্তী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আৰক্ষীয়ে মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাব প...

January 9, 2025 4:44 PM

views 50

বাংলাদেশৰ ঢাকা–অৰিচা ঘাইপথত এম্বুলেঞ্চ আৰু বাছৰ মাজত মুখামুখি সংঘৰ্ষত ৪ জন লোকৰ মৃত্যু

বাংলাদেশৰ চাৱৰ অঞ্চলত ঢাকা–অৰিচা ঘাইপথত আজি এখন এম্বুলেঞ্চে এখন বাছক মুখামুখিকৈ খুন্দা মৰাৰ ফলত এম্বুলেঞ্চখনত গেছ চিলিণ্ডাৰৰ বিস্ফোৰণ ঘটি ৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৫জন লোক গুৰুতৰভাবে আহত হয়। আহত লোকসকলক ততালিকে নিকটৱৰ্তী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আৰক্ষীয়ে মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাব প...

January 9, 2025 4:39 PM

views 47

ৰাজস্থানৰ উদয়পুৰত কেন্দ্ৰীয় মন্ত্ৰী অন্নপূর্ণা দেৱীয়ে ৩ দিনীয়া চিন্তণ শিবিৰৰ শুভাৰম্ভ কৰিব

মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অন্নপূর্ণা দেৱীয়ে কাইলৈ ৰাজস্থানৰ উদয়পুৰত তিনিদিনীয়া চিন্তণ শিবিৰৰ শুভাৰম্ভ কৰিব। এই কাৰ্যসূচীত বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতিনিধিসকলে মহিলা আৰু শিশুৰ বিকাশ সম্পৰ্কীয় কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত মত প্রকাশ কৰিব। এই বিষয়ৰ ভালেমান প্ৰত্যাহ্বানৰ মোকাবি...

January 9, 2025 4:33 PM

views 33

বহিঃৰাষ্ট্ৰত থকা ভাৰতীয়সকলৰ সৈতে সম্পৰ্কত নতুন মাত্রা প্ৰদান প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ বহিঃৰাষ্ট্ৰত থকা ভাৰতীয়সকলৰ সৈতে সম্পৰ্কত নতুন মাত্রা প্ৰদান কৰি তেওঁলোকক দেশৰ বিশ্বব্যাপী ভাবমূর্তি আৰু বিকাশৰ অবিচ্ছেদ্য অংগ কৰি তুলিছে। আমেৰিকা-ইণ্ডিয়া কমিউনিটি ফাউণ্ডেশ্যনৰ অধ্যক্ষ ডাঃ ভাৰত বাৰাইয়ে এখন ৰাষ্ট্ৰীয় দৈনিক কাকতত লিখা এটা প্ৰবন্ধত এই বিষয়ে প্র...

January 9, 2025 4:27 PM

views 61

লছ এঞ্জেলছৰ কেইবাটাও এলেকাত বনজুইৰ ফলত ৫জন লোকৰ মৃত্যু

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফর্ণিয়াৰ লছ এঞ্জেলছৰ কেইবাটাও এলেকাত বনজুইয়ে ব্যাপক ৰূপ ধাৰণ কৰাৰ ফলত ৫জন লোকৰ মৃত্যু হোৱাৰ লগতে হাজাৰ হাজাৰ আন্তঃগাঁথনিৰ জুইত জাহ যায়। অঞ্চলসমূহৰ পৰা ৭০ হাজাৰৰো অধিক লোকক সুৰক্ষিত স্থানলৈ লৈ যোৱা হয়। এই ঘটনাৰ পৰিপ্ৰেক্ষিতত দেশখনৰ বিদায়ী ৰাষ্ট্ৰপতি জ' বাইডেনে তেওঁৰ ইটা...

January 9, 2025 4:08 PM

views 40

তিৰুপতিত ভক্তৰ হেঁচা ঠেলাত কেইবাগৰাকী লোকৰ মৃত্যুৰ ঘটনাক লৈ ৰাষ্ট্ৰপতি মুৰ্মু আৰু প্ৰধানমন্ত্ৰী মোদীৰ গভীৰ শোকপ্রকাশ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰপ্ৰদেশৰ তিৰুপতিত ভক্তৰ হেঁচা ঠেলাত কেইবাগৰাকী লোকৰ মৃত্যু হোৱাৰ ঘটনাক লৈ গভীৰ শোকপ্রকাশ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে এটা শোকবার্তাত নিহত লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহত সকলৰ আশুআৰোগ্য কামনা কৰে। প্ৰধানমন্...