January 22, 2025 12:15 PM

views 34

কলকাতাত আজি ভাৰত-ইংলেণ্ডৰ টি২০ শৃংখলাৰ প্ৰথমখন খেল

কলকাতাৰ ইডেন গার্ডেনত আজি সন্ধিয়া হ'বলগীয়া পাঁচখন টি ২০ শৃংখলাৰ প্ৰথমখন খেলত ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া ৭ বজাত আৰম্ভ হ’ব। অষ্ট্ৰেলিয়াত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী শৃংখলাত পৰাজয়ৰ পিছত ভাৰতে ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখন টি২০ আৰু তিনিখন এদিনীয়া খেল খেলিব। প্রবীণ পেচ বলাৰ মহম্মদ ছাম...

January 22, 2025 12:13 PM

views 24

ইণ্ডোনেছিয়া মাষ্টাৰ্ছ ছুপাৰ-500 বেডমিণ্টনত আজি ভাৰতৰ পি ভি সিন্ধু আৰু ভিয়েটনামৰ টি এল নগুয়েনৰ খেল

জাকার্টাত চলি থকা ইণ্ডোনেছিয়া মাষ্টাৰ্ছ ছুপাৰ-500 বেডমিণ্টনত আজি মহিলাৰ ছিংগলছত ভাৰতৰ প্রবীণ শ্বাটলাৰ পি ভি সিন্ধু ভিয়েটনামৰ টি এল নগুয়েনৰ মুখামুখি হ'ব। খেলখন ভাৰতীয় সময়মতে আবেলি ৪ বাজি ৪০ মিনিটত আৰম্ভ হ'ব। আনহাতে লক্ষ্য সেনে ৰাউণ্ড ৩২ ইভেণ্টত জাপানৰ টাকুমা ওবায়াচীৰ মুখামুখি হ'ব। খেলখন সন্ধিয়...

January 21, 2025 9:25 PM

views 34

দেশত ৪ কোটিৰো অধিক সুকন্যা সমৃদ্ধি একাউণ্ট

চৰকাৰে দেশত ৪ কোটিৰো অধিক সুকন্যা সমৃদ্ধি একাউণ্ট খোলা বুলি প্ৰকাশ কৰিছে। বেটী বচাও-বেটী পঢ়াও অভিযানৰ অংশ হিচাপে ২০১৫ চনৰ ২২ জানুৱাৰীত আৰম্ভ কৰা এই আঁচনিখনৰ অধীনত অভিভাৱকসকলক যিকোনো ডাকঘৰ অথবা নিৰ্ধাৰিত বাণিজ্যিক বেংক শাখাত কন্যা শিশুৰ বাবে সুকন্যা সমৃদ্ধি একাউণ্ট খোলাৰ সুবিধা প্ৰদান কৰা হয়। মাত্র...

January 21, 2025 9:24 PM

views 28

উত্তৰ-পশ্চিম তুৰস্কৰ এখন হোটেলত সংঘটিত অগ্নিকাণ্ডত ৬৬জন লোক নিহত, ৫১জন আহত

উত্তৰ-পশ্চিম তুৰস্কৰ এখন হোটেলত আজি পুৱা সংঘটিত এটা অগ্নিকাণ্ডৰ ঘটনাত কমেও ৬৬ জন লোক নিহত হয় আৰু ৫১ জন আহত হয়। তুৰস্কৰ আভ্যন্তৰীণ সুৰক্ষা বিষয়ক মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি দেশখনৰ বলু প্ৰদেশৰ কাৰতালকায়া নামৰ ঠাইখনত থকা এই বিলাসী হোটেলখনত সেই সময়ত ২৩৪ গৰাকী অতিথি আছিল। জুই লগাৰ কিছু সময়ৰ ভ...

January 21, 2025 9:23 PM

views 23

নতুন দিল্লীত প্রধানমন্ত্রী জনজাতি আদিবাসী ন্যায় মহাঅভিযান-পি এম জনমন সন্দৰ্ভত জিলাধিপতিসকলৰ ৰাষ্ট্ৰীয় অভিৱৰ্তন

চৰকাৰে আজি নতুন দিল্লীত প্রধানমন্ত্রী জনজাতি আদিবাসী ন্যায় মহা-অভিযান-পি এম জনমন সন্দৰ্ভত জিলাধিপতিসকলৰ এখন ৰাষ্ট্ৰীয় অভিৱৰ্তনৰ আয়োজন কৰে। অভিৱৰ্তনত প্রধানমন্ত্ৰী জনমন অভিযানৰ অধীনত বাসগৃহ, পথ, অংগনৱাড়ী, বিদ্যালয় ছাত্ৰাৱাস, বহুমুখী কেন্দ্ৰ আৰু বনধন বিকাশ কেন্দ্ৰ এই ছটা মূল বিষয়ত বিশেষ গুৰুত্ব ...

January 21, 2025 9:21 PM

views 31

‘হাও ইণ্ডিয়া স্কেলড্ মাউণ্ট জি টুৱেণ্টি’ গ্ৰন্থৰ বাবে অমিতাভ কান্তক প্ৰধানমন্ত্ৰী মোদীৰ ভূয়সী প্রশংসা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘হাও ইণ্ডিয়া স্কেলড্ মাউণ্ট জি টুৱেণ্টি’ শীৰ্ষক গ্ৰন্থৰ বাবে জি টুৱেণ্টি শ্বেৰ্পা অমিতাভ কান্তক ভূয়সী প্রশংসা কৰিছে। শ্রীমোদীয়ে আজি সামাজিক মাধ্যমযোগে কয়, যে এই গ্রন্থখনিত উন্নত ধৰিত্ৰী গঢ়ি তোলাৰ বাবে মানৱকেন্দ্ৰিক বিকাশৰ বিস্তৃত বিশ্লেষণ আগবঢ়োৱা হৈছে। ইয়াৰ পূৰ্...

January 21, 2025 9:19 PM

views 24

সংসদীয় নিকায়সমূহ উন্নত আৰু গুৰুত্বপূৰ্ণ বিতৰ্ক আৰু আলোচনাৰ স্থানৰূপে গঢ়ি তোলাত লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ গুৰুত্ব আৰোপ

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সংসদীয় নিকায়সমূহ উন্নত আৰু গুৰুত্বপূৰ্ণ বিতৰ্ক আৰু আলোচনাৰ স্থানৰূপে গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰিছে। বিহাৰৰ ৰাজধানী পাৰ্টনাত আজি ৮৫ সংখ্যক সৰ্বভাৰতীয় অধ্যক্ষ আৰু সভাপতিসকলক অভিৱৰ্তনৰ সামৰণি অনুষ্ঠানত ভাষণ দি অধ্যক্ষগৰাকীয়ে কয়, যে সকলো প্রতিনিধিয়ে আলাপ-আলোচনাৰ প্ৰসাৰৰ হ...

January 21, 2025 9:18 PM

views 25

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ সংকল্প পত্ৰৰ দ্বিতীয় অংশ প্ৰকাশ

৭০জনীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা বিভিন্ন দলৰ প্ৰাৰ্থী আৰু তাৰকা প্ৰচাৰকসকলে ৰ'ডশো, জনসভা আৰু ঘৰে ঘৰে গৈ ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে চেষ্টা চলোৱা পৰিলক্ষিত হৈছে। বিজেপিয়ে আজি দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে সংকল্প পত্ৰৰ দ্বিত...

January 21, 2025 9:16 PM

views 44

ছিংগাপুৰৰ ছাত্ৰ-ছাত্ৰীৰ একেৰাহে মোবাইল ফোন চোৱাৰ সময়ৰ ওপৰত কঠোৰ নিয়মাৱলী জাৰি

গ্ৰো ৱেল এছ জি স্বাস্থ্য পদক্ষেপৰ অংশ হিচাপে ছিংগাপুৰৰ ছাত্ৰ-ছাত্ৰীসকলৰ একেৰাহে মোবাইল ফোন চোৱাৰ সময় অর্থাৎ স্ক্ৰীণ টাইমৰ ওপৰত কঠোৰ নিয়মাৱলী জাৰি কৰা হৈছে। ১ ফেব্ৰুৱাৰীৰ পৰা ১৮ মাহৰ তলৰ বয়সৰ শিশুৰ বাবে মোবাইল ফোন চোৱা কাৰ্য নিষিদ্ধ কৰা হৈছে আৰু ১৮ মাহৰ পৰা ছবছৰীয়া শিশুৰ বাবে কেৱল শিক্ষাৰ সৈতে জড...

January 21, 2025 9:15 PM

views 27

মহিলাৰ ১৯ বছৰ অনূৰ্ধ্ৱ টি২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ এখন খেলত মালয়েছিয়াক ১০ উইকেটত পৰাস্ত ভাৰতৰ

ভাৰতে আজি কোৱালালামপুৰত অনুষ্ঠিত মহিলাৰ ১৯ বছৰ অনূৰ্ধ্ৱ টি২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ এখন খেলত মালয়েছিয়াক ১০ উইকেটত পৰাস্ত কৰে। খেলখনত আয়োজক দেশ মালয়েছিয়াই প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি ১৪ অভাৰ আৰু তিনিটা বলত আটাইকেইটা উইকেট হেৰুৱাই ৩১ ৰান কৰে। ভাৰতৰ হৈ বৈষ্ণৱী শৰ্মাই ৫টা উইকেট দখল কৰে ...