ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে গণৰাজ্য দিৱসৰ প্ৰাকসন্ধ্যা কাইলৈ দেশবাসীক উদ্দেশ্যি ভাষণ দিব। সন্ধিয়া ৭ বজাৰ পৰা এই ভাষণ আকাশবাণীৰ সকলো নেটৱৰ্ক আৰু দূৰদৰ্শনৰ সকলো চেনেলে সম্প্ৰচাৰ কৰিব। হিন্দী আৰু ইংৰাজীত এই ভাষণ প্ৰচাৰৰ পাছতে আঞ্চলিক ভাষাতো এই ভাষণ প্ৰচাৰ কৰা হ’ব। আকাশবাণী গুৱাহাটীয়ে নিশা ৯.৩০ বজাত এই ভাষণৰ অসমীয়া ভাষান্তৰ প্ৰচাৰ কৰিব৷
Assamese | January 24, 2026 9:36 PM | Akashvani | Akashvani News | Droupadi Murmu
ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে গণৰাজ্য দিৱসৰ প্ৰাকসন্ধ্যা কাইলৈ দেশবাসীক উদ্দেশ্যি ভাষণ দিব