হোজাই বন সুৰক্ষা বাহিনীয়ে আজি পুৱা অভিযান চলাই জিলাখনৰ নন্দপুৰৰ পৰা অবৈধভাৱে সৰবৰাহ কৰা চেগুণ কাঠ ভৰ্তি বাহন এখন জব্দ কৰে। জব্দ কৰা কাঠখিনি আনুমানিক বজাৰ মূল্য লক্ষাধিক টকা হ’ব বুলি অভিযানকাৰী বন বিষয়াগৰাকীয়ে প্ৰকাশ কৰে। বন সুৰক্ষা বাহিনীয়ে কাঠসমূহ নিজ কার্যালয়লৈ লৈ গৈ তদন্ত অব্যাহত ৰাখিছে।
Assamese | May 20, 2025 8:23 PM | Akashvani Guwahati | Hojai | Local news
হোজাই বন সুৰক্ষা বাহিনীৰ অভিযানত অবৈধভাৱে সৰবৰাহ কৰা চেগুণ কাঠ ভৰ্তি বাহন জব্দ