মহিলাসকল নিশা ঘৰৰ বাহিৰলৈ ওলাব নালাগে বুলি পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে দিয়া মন্তব্যক লৈ ৰাজনৈতিক প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। দুর্গাপুৰৰ এখন ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ৰ এম বি বি এছ পাঠ্যক্ৰমৰ দ্বিতীয় বৰ্ষৰ এগৰাকী ছাত্রী দলবদ্ধ ধৰ্ষণৰ বলি হোৱা বুলি উঠা অভিযোগ সন্দর্ভত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য দিয়ে। তেওঁ কয়, যে ঘটনাটোৰ তদন্ত চলি আছে আৰু সকলো অভিযুক্তকে শাস্তি প্ৰদান কৰা হ’ব।
Assamese | October 12, 2025 8:54 PM | West Bengal Chief Minister Mamata Banerjee
মহিলাসকল নিশা ঘৰৰ বাহিৰলৈ ওলাব নালাগে বুলি পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীৰ মন্তব্যক লৈ ৰাজনৈতিক প্রতিক্ৰিয়াৰ সৃষ্টি