কেন্দ্ৰীয় মন্ত্রী কিৰেণ ৰিজিজুৱে আজি ভূটানত উপস্থিত হৈ প্ৰধানমন্ত্ৰী শ্বেৰিং টৰ্গেক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাৰ জৰিয়তে মন্ত্ৰীগৰাকীয়ে কয় যে ভূটানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে হোৱা আলোচনাই ভাৰত আৰু ভূটানৰ সম্পৰ্ক অধিক সুদৃঢ় কৰিব আৰু দুয়োখন দেশ বিভিন্ন দিশত সহযোগিতাৰে আগবাঢ়ি যাবলৈ সক্ষম হ’ব।
Assamese | November 24, 2025 8:36 PM | Aakashbani | Akashvani | Akashvani News | Bhutan | Kiren Rijiju
ভূটানত উপস্থিত হৈ প্ৰধানমন্ত্ৰী শ্বেৰিং টৰ্গেক কেন্দ্ৰীয় মন্ত্রী কিৰেণ ৰিজিজুৰ সাক্ষাৎ