বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত শেহতীয়াকৈ দিয়া ভাষণত ভাৰতীয় অর্থনীতি এখন স্পষ্ট ছবি দাঙি ধৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমত প্রধানমন্ত্রীয়ে বিত্ত মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় বাজেট নতুন আয়কৰ বিধেয়ক অন্তর্ভুক্তি সন্দৰ্ভত সংসদত দিয়া ভাষণটো শ্বেয়াৰ কৰে। বিত্তমন্ত্ৰীগৰাকীক প্ৰশংসা কৰি শ্ৰী মোদীয়ে কয়, যে শ্ৰীমতী সীতাৰমণৰ এই ভাষণে কেন্দ্ৰীয় চৰকাৰৰ সংস্কাৰমূলক পদক্ষেপকে প্রতিফলিত কৰিছে।
Assamese | February 15, 2025 7:45 PM | PM Sitaraman
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ভাৰতীয় অর্থনীতিৰ স্পষ্ট ছবি দাঙি ধৰিছে বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ