দিল্লীৰ এখন আদালতে প্রাক্তন ৰে’ল মন্ত্ৰী লালু প্রসাদ যাদৱ, তেওঁৰ পুত্ৰ তথা বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱ আৰু আন কেইবাগৰাকীও লোকক ক’লাধন বৈধকৰণ গোচৰ সন্দৰ্ভত চমন জাৰি কৰিছে। দিল্লীৰ ৰ’জ এভিনিউ আদালতে লগতে লালু প্রসাদৰ বৰ পুত্ৰ তেজপ্ৰসাদ যাদৱলৈও এই গোচৰ সংক্ৰান্তত চমন জাৰি কৰিছে। বিশেষ ন্যায়াধীশ বিশাল গগনেই অহা ৭ অক্টোবৰত অভিযুক্তকেইজনক আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিছে।
Assamese | September 18, 2024 6:43 PM | Lalu Prasad
প্রাক্তন ৰে’ল মন্ত্ৰী লালু প্রসাদ যাদৱসহ কেইবাজনো লোকক চমন জাৰি দিল্লী আদালতৰ