নেৰানেপেৰা বৰষুণৰ ফলত মেঘালয়ৰ তানচেন এলেকাত ভূমিস্খলনৰ বাবে বৰাক উপত্যকা-গুৱাহাটী সংযোগী পথত যান-বাহনৰ চলাচলত ব্যাহত

যোৱা কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত মেঘালয়ৰ তানচেন এলেকাত হোৱা ভূমিস্খলনৰ বাবে বৰাক উপত্যকা-গুৱাহাটী সংযোগী পথেৰে যান-বাহনৰ চলাচল ব্যাহত হৈছে।

ভূমিস্খলনৰ ফলত যাত্রীবাহী আৰু সামগ্ৰী পৰিবাহী বাহনৰ চলাচল প্ৰভাৱিত হৈছে। কর্তৃপক্ষসমূহে পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু পথছোৱাৰে পৰিবহন সেৱা পুনৰ স্বাভাৱিক কৰি তোলাৰ বাবে পথৰ পৰা ধ্বংসস্তুপ আঁতৰোৱাৰ প্ৰচেষ্টা অব্যাহত আছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।