নীটৰ প্রশ্নকাকত ফাদিল গোচৰত অভিযুক্ত মনীষ ৱাঘমাৰেৰ জামিন আবেদন অগ্রাহ্য দিল্লীৰ আদালতৰ

দিল্লীৰ এখন আদালতে আজি চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা নীটৰ প্রশ্নকাকত ফাদিল গোচৰত অভিযুক্ত মনীষ ৱাঘমাৰেৰ জামিন আবেদন অগ্রাহ্য কৰে।

চি বি আয়ে বর্তমান তদন্ত কৰি থকা গোচৰটোৰ দুয়ো পক্ষৰ যুক্তিতর্ক শুনাৰ পাছত ৰাউজ এভিনিউ আদালতে অভিযুক্তজনৰ জামিন আবেদন প্রত্যাখ্যান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।