নতুন দিল্লীৰ ইণ্ডিৰা গান্ধী ষ্টেডিয়ামত আজি বিয়লি খেলো ইণ্ডিয়া পেৰা গেমছৰ দ্বিতীয় সংস্কৰণ মুকলি কৰা হ’ব। প্ৰচাৰ ভাৰতীৰ স্পোর্টছ ইউটিউব চেনেলত এই উদ্বোধনী অনুষ্ঠান পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ’ব। এইবাৰৰ খেলো ইণ্ডিয়া পেৰা গেমছত ১,৩০০ অধিক এথলীটে মুঠ ৬বিধ ক্রীড়াত অংশ ল’ব।
Assamese | March 20, 2025 5:03 PM | Indian Sports | Khelo India | SPORTS
দিল্লীৰ ইণ্ডিৰা গান্ধী ষ্টেডিয়াম খেলো ইণ্ডিয়া পেৰা গেমছৰ দ্বিতীয় সংস্কৰণ মুকলি কৰা হ’ব