ডাঠ কুঁৱলীৰ বাবে দেশৰ বিভিন্ন প্ৰান্তলৈ ৰে’লগাড়ীৰ চলাচলত ব্যাঘাত জন্মিছে। ভাৰতীয় ৰে’লৱেই প্ৰকাশ কৰা অনুসৰি প্ৰায় ১৯খন ৰে’লগাড়ীৰ চলাচল দুঘণ্টাৰো অধিক পলম হৈছে। ৰে’ল ষ্টেচনলৈ যোৱাৰ পূৰ্বে ৰে’লগাড়ীসমূহৰ শেহতীয়া তথ্য পৰীক্ষা কৰিবলৈ যাত্ৰীসকলক আহ্বান জনোৱা হৈছে।
Assamese | December 27, 2025 7:37 PM | Akashvani News | Indian Railway | Indian Railway Dept.
ডাঠ কুঁৱলীৰ বাবে দেশৰ বিভিন্ন প্ৰান্তলৈ ৰে’লগাড়ীৰ চলাচলত ব্যাঘাত