জম্মু আৰু কাশ্মীৰত ১৭ ডিচেম্বৰত জম্মুৰ মৌলানা আজাদ ষ্টেডিয়ামত প্ৰথমবাৰৰ বাবে পৰম্পৰাগত মল্লযুদ্ধ প্ৰতিযোগিতা আন্তঃৰাষ্ট্ৰীয় দংগল আৰু ৰুষ্টম-ই-জম্মু কাশ্মীৰ খিতাপ ২০২৫ৰ আয়োজন কৰা হৈছে। আমাৰ সংবাদাতাই জনাইছে যে, ভাৰত, ইৰাণ আৰু কেইবাখনো দেশৰ পেছাদাৰী মল্লযুঁজাৰুসকলক একত্ৰিত কৰা এই চেম্পিয়নশ্বিপত কেন্দ্ৰীয় শাসিত অঞ্চলটোত এতিয়ালৈকে আয়োজিত হোৱা অন্যতম বৃহৎ মল্লযুঁজ প্রতিযোগিতা হিচাপে পৰিগণিত হ’ব।
Assamese | December 10, 2025 12:05 PM | Akashvani | Akashvani News | Jammu and Kashmir
জম্মু আৰু কাশ্মীৰত ১৭ ডিচেম্বৰত প্ৰথমবাৰৰ বাবে পৰম্পৰাগত মল্লযুদ্ধ প্ৰতিযোগিতা