● চতুৰ্দশ নাগালেণ্ড বিধানসভাৰ সপ্তম অধিৱেশন কাইলৈ আৰম্ভ হ’ব। দুদিনীয়াকৈ হ’বলগীয়া এই অধিৱেশন শ্রদ্ধাঞ্জলি জ্ঞাপনেৰে আৰম্ভ হ’ব। তাৰ পাছতে প্রশ্নোত্তৰ পৰ্ব অনুষ্ঠিত হ’ব। অধিৱেশনত ৰাজহুৱা স্বার্থজড়িত বহু আলোচনা অনুষ্ঠিত হোৱাৰ লগতে কেইবাখনো চৰকাৰী বিধেয়ক উত্থাপন কৰা হ’ব আৰু কেইবাটাও চৰকাৰী সিদ্ধান্ত গ্ৰহণ কৰা হ’ব। অধিৱেশনত বার্ষিক প্রশাসনিক প্ৰতিবেদন আৰু বিধানসভা সমিতিৰ প্ৰতিবেদনো উত্থাপন কৰা হ’ব।
Assamese | September 1, 2025 3:16 PM | Akashvani | Akashvani Guwahati | Nagaland:
চতুৰ্দশ নাগালেণ্ড বিধানসভাৰ সপ্তম অধিৱেশন কাইলৈ আৰম্ভ হ’ব