August 11, 2026 12:04 PM
12
‘আজাদী কা অমৃত মহোৎসৱ’ৰ উদযাপনৰ অংশ হিচাপে নাগালেণ্ডৰ ক’হিমাতো “হৰ ঘৰ তিৰংগা” প্রদর্শনী অনুষ্ঠিত
দেশজুৰি চলি থকা 'আজাদী কা অমৃত মহোৎসৱ'ৰ উদযাপনৰ অংশ হিচাপে কালিৰে পৰা নাগালেণ্ডৰ ক'হিমাতো "হৰ ঘৰ তিৰংগা" প্রদর্শনী অনুষ্ঠিত হৈছে। কলা আৰু সংস্কৃতি বিভাগ তথা গৃহ বিভাগৰ যৌথ উদ্যোগত আয়োজিত এই বিশেষ প্রদর্শনীখন নাগালেণ্ড অসামৰিক সচিবালয়ৰ এক নম্বৰ গেটত অনুষ্ঠিত হৈছে৷ দেশৰ চহকী ঐতিহাসিক ঐতিহ্য প্ৰদৰ্শন কৰা আৰু দৰ্শকৰ মাজত দেশপ্ৰেমৰ ভাব জাগ্ৰত কৰাই এই প্ৰদৰ্শনীৰ মূল উদ্দেশ্য। শিক্ষাৰ্থীৰ লগতে সাধাৰণ লোককো এই প্রদর্শনী চাবলৈ আৰু উদযাপনত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে। ৰাইজৰ অংশগ্রহণ বৃদ্ধি কৰাৰ ...