প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুড ফ্রাইডে উপলক্ষে সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে যীশুখ্ৰীষ্টৰ বলিদানৰ কথা স্মৰণ কৰিছে। শ্ৰী মোদীয়ে কৈছে যে গুড ফ্রাইডেত আমি যীশুখ্ৰীষ্টৰ বলিদানৰ কথা মনত পেলোৱা উচিত। যীশুখ্ৰীষ্টই শিকোৱা মমতা আৰু ক্ষমাৰ পাঠেৰে সকলোৱে উদ্বুদ্ধ হ’ব বুলি প্রধানমন্ত্ৰীয়ে আশা প্রকাশ কৰিছে।
Assamese | March 29, 2024 7:48 PM | PM
গুড ফ্রাইডেত আমি যীশুখ্ৰীষ্টৰ বলিদানৰ কথা মনত পেলোৱা উচিতঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী