March 1, 2025 9:02 PM | Uttarakhand Rescue

printer

উত্তৰাখণ্ডৰ চাম’লীত হিমস্খলনত আৱদ্ধ হোৱা শ্ৰমিকৰ উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত

উত্তৰাখণ্ডৰ চাম’লী জিলাৰ মানা গাঁৱত হিমস্খলনৰ ফলত আৱদ্ধ হৈ পৰা শ্ৰমিকৰ উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। এতিয়ালৈ ৫০ জন শ্রমিকক উদ্ধাৰ কৰা হৈছে যদিও আন ৫ জন শ্রমিকক উদ্ধাৰৰ বাবে প্রশাসনে চেষ্টা চলাই আছে। এই ঘটনাত চাৰিজন শ্রমিকৰ মৃত্যু হৈছে বুলি নিশ্চিত কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।