উচ্চতম ন্যায়ালয়ে আজি আম আদমী পাৰ্টীৰ নেতা মনীষ চিচডিয়াক আবকাৰী নীতি অনিয়মৰ গোচৰত জামিন মঞ্জুৰ কৰে। উচ্চতম ন্যায়ালয়ে কৈছে যে চিচডিয়া ১৭ মাহধৰি জিম্মাত আছিল। বিধিবলবৎকাৰী সঞ্চালকালয় আৰু কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ দুয়োটা গোচৰতে শ্ৰী চিচ’ডিয়াৰ জামিন মঞ্জুৰ হৈছে।
Assamese | August 9, 2024 8:04 PM | Manish Sisodia
আপ নেতা মনীষ চিচডিয়াৰ জামিন মঞ্জুৰ উচ্চতম ন্যায়ালয়ৰ