অসম বিধানসভাৰ চলিত বাজেট অধিবেশনৰ আজি সামৰণি পৰিব। উজনি অসমৰ ৪ খন জিলাৰ বান পৰিস্থিতিৰ বাবে নিৰ্ধাৰিত সময়তকৈ দুদিন পূৰ্বে এই অধিৱেশন সামৰা হ’ব। কালি এই বিষয়ে বিধানসভাত ঘোষণা কৰা হয়। আজি প্রশ্নোত্তৰ ঘণ্টাৰে সদনৰ কাম-কাজ আৰম্ভ হৈছে। উল্লেখযোগ্য যে যোৱা ৬ জুলাইৰ পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ বাজেট অধিৱেশন পূর্বে ৩১ জুলাইত অন্ত পৰাৰ দিন ধাৰ্য কৰা হৈছিল।
Assamese | July 29, 2026 1:10 PM | Akashvani | Akashvani Guwahati | Assam assaembly
অসম বিধানসভাৰ চলিত বাজেট অধিবেশনৰ আজি সামৰণি পৰিব