অডেনছেত আজি ডেনমার্ক মুকলি বেডমিণ্টন প্রতিযোগিতা আৰম্ভ হ’ব। ভাৰতৰ তাৰকা খেলুৱৈ পি ভি সিন্ধুৱে আজি মহিলাৰ ছিংগলছত দক্ষিণ কোৰিয়াৰ আন ছে- য়ঙৰ বিৰুদ্ধে খেলিব।
আনহাতে, তনভি শৰ্মা জাপানৰ নাটচুকি নিডাইৰাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। ভাৰতৰ অস্মিতা চলিহা, দেৱীকা ছিহাগ আৰু উন্নতি হুদা তেওঁলোকৰ প্ৰিকোৱাৰ্টাৰ খেলত কাইলৈ অৱতীৰ্ণ হ’ব। ইপিনে পুৰুষৰ ছিংগলছত লক্ষ্য সেন আৰু কিদাম্বি শ্রীকান্ত আজি নিজৰ নিজৰ খেলত অৱতীৰ্ণ হ’ব।