June 22, 2026 6:20 PM

views 6

অসম বিধানসভা সচিবালয়ৰ বিধানসভালৈ নিৰ্বাচিত বিধায়কৰ প্ৰশিক্ষণ ব্যৱস্থা

অসম বিধানসভা সচিবালয়ে পোনপ্ৰথমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত ৪৭গৰাকী বিধায়কৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। অহা ৪ আৰু ৫ জুলাইত গোপীনাথ বৰদলৈ ভৱনত এই প্ৰশিক্ষণ অনুষ্ঠিত হ'ব। এই বিষয়ে সদৰি কৰি অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে সংবাদ মাধ্যমৰ আগত কয়, যে অসম বিধানসভাত থকা সকলো গুৰুত্বপূৰ্ণ বিষ...

June 22, 2026 6:17 PM

views 7

বন বিভাগৰ বিষয়াসকলৰ সৈতে জয়ন্ত মল্ল বৰুৱাৰ পর্যালোচনা বৈঠক

বন আৰু পৰিবেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই খানাপাৰাৰ প্ৰশাসনিক মহাবিদ্যালয়ত বন বিভাগৰ বিষয়াসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে কয় যে তিনি বছৰ কাৰ্যকালৰ অন্তত বন বিভাগৰ সকলো বিষয়া-কৰ্মচাৰীকে বদলি কৰা হ'ব। মন পচন্দ সংমণ্ডল, ৰেঞ্জ, বীট কাৰ্যালয়ত বছৰ বছৰ ধৰি বিষয়াসকলে নিয...

June 22, 2026 6:10 PM

views 9

অহা ৪ আগষ্টৰ পৰা গুৱাহাটীৰ পৰা ডুবাই আৰু আবুধাবিলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ

গুৱাহাটীৰ পৰা বিশ্বৰ অন্যতম বাণিজ্যিক আৰু পৰ্যটন ক্ষেত্ৰ ডুবাই আৰু আবুধাবিলৈ অহা ৪ আগষ্টৰ পৰা পোনপটীয়া বিমান সেৱা আৰম্ভ হ'ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই কথা প্ৰকাশ কৰে। গুৱাহাটীৰ পৰা ইউ এ ই, থাইলেণ্ড, ছিংগাপুৰ আৰু ভূটানলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ হৈছে। এই নত...

June 21, 2026 8:27 PM

views 5

FIH হকী নেচন কাপ জয় কৰাৰ বাবে ভাৰতৰ মহিলা হকী দলটোক প্রধানমন্ত্রীৰ অভিনন্দন

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে FIH হকী নেচন কাপ জয় কৰাৰ বাবে ভাৰতৰ মহিলা হকী দলটোক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে সমগ্র প্রতিযোগিতাত দলটোৰ উন্নত প্ৰদৰ্শনৰ বাবে উচ্চ প্রশংসা কৰে। তেওঁ কয় যে এই বিজয়ে দেশৰ বহু যুৱ খেলুৱৈক হকী খেলৰ প্ৰতি অনুপ্রাণিত কৰিব। প্ৰধানমন্...

June 21, 2026 8:23 PM

views 5

সুস্থ, সুখী আৰু শান্তিপূর্ণ সমাজ গঠনৰ বাবে নাগৰিকসকলে যোগাসনক দৈনন্দিন জীৱনৰ অপৰিহাৰ্য অংগ হিচাপে সামৰি লোৱা উচিতঃ চি পি ৰাধাকৃষ্ণণ

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে আজি লাডাখৰ লেহত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্রহণ কৰে। এই উপলক্ষে ভাষণ প্ৰদান কৰি তেওঁ কয় যে সুস্থ, সুখী আৰু শান্তিপূর্ণ সমাজ গঠনৰ বাবে নাগৰিকসকলে যোগাসনক দৈনন্দিন জীৱনৰ অপৰিহাৰ্য অংগ হিচাপে সামৰি লোৱা উচিত। তেওঁ লগতে কয় যে যোগাসন কেৱল শাৰীৰিক ব্যা...

June 21, 2026 8:19 PM

views 4

দেশৰ ৫৫১খন তথা বিদেশৰ ১৪খন মহানগৰত নীট ইউ জি কটকটীয়া নিৰাপত্তাৰে সফলতাৰে সম্পন্ন

২০২৬ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ পুনৰ পৰীক্ষা- নীট ইউ জি আজি কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত সফলতাৰে সম্পন্ন হয়। দেশৰ ৫৫১খন মহানগৰ তথা বিদেশৰ ১৪খন মহানগৰত অনুষ্ঠিত এই পৰীক্ষাত ২২ লখ ৭৯ হাজাৰতকৈও অধিক প্রার্থী অবতীর্ণ হয়। উল্লেখযোগ্য যে দিনৰ ২ বজাত আৰম্ভ হৈ সন্ধিয়া ৫-১৫ মিনিটত...

June 21, 2026 8:06 PM

views 5

মধ্যপ্ৰদেশৰ ৰাণী দুর্গাবতী বিশ্ববিদ্যালয়ৰে জড়িত ব্যক্তিসকলক জনজাতীয় সমাজ, পিছপৰা শ্ৰেণী আৰু বিশেষকৈ যুৱতীসকলৰ সবলীকৰণৰ বাবে কাম কৰিবলৈ ৰাষ্ট্ৰপতিৰ আহ্বান

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে আজি মধ্যপ্ৰদেশৰ জবলপুৰত অৱস্থিত ৰাণী দুর্গাবতী বিশ্ববিদ্যালয়ৰ ৩৬ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত অংশগ্রহণ কৰে। অনুষ্ঠানত তেওঁ বিশ্ববিদ্যালয়খনৰ বিভিন্ন বিভাগৰ কৃতি শিক্ষার্থীসকলক সোণৰ পদক প্রদান কৰে। সমাৱৰ্তনত ছাত্র ছাত্রীসকলক উদ্দেশ্যি ৰাষ্ট্ৰপতি শ্রীমতী মুর্মুৱে কয় যে ...

June 21, 2026 7:59 PM

views 3

তামিলনাডুৰ পেৰিয়া পালায়ামত এমনিয়া গেছ নির্গমনৰ ঘটনাত ৭ গৰাকী লোক নিহত

তামিলনাডুৰ পেৰিয়া পালায়ামত আজি এটা সাগৰীয় খাদ্য ৰপ্তানি কৰা প্ৰতিষ্ঠানত হোৱা এমনিয়া গেছ নির্গমনৰ ঘটনাত ৭ গৰাকী লোক নিহত হোৱাৰ লগতে ৭০গৰাকীতকৈও অধিক কৰ্মচাৰী গুৰুতৰভাৱে আক্রান্ত হৈছে। প্রাথমিক প্রতিবেদনত প্ৰকাশ কৰা অনুসৰি উদ্ধাৰ অভিযান তথা চিকিৎসা সেৱা অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত নিহত লোকৰ সংখ্যা বৃদ্...

June 21, 2026 7:48 PM

views 3

মহিলাৰ FIH নেচন কাপ হকী প্রতিযোগিতাত ভাৰত চূড়ান্ত বিজয়ী

নিউজিলেণ্ডত অনুষ্ঠিত মহিলাৰ FIH নেচন কাপ হকী প্রতিযোগিতাত ভাৰতে চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰিছে। আজি অকলেণ্ডত অনুষ্ঠিত প্রতিযোগিতাৰ ফাইনেল খেলত আয়োজন দেশ নিউজিলেণ্ডক ভাৰতে ২-০ গ'লত পৰাস্ত কৰি দ্বিতীয়টো FIH নেচন কাপ দখল কৰে। এই জয়েৰে ভাৰতে FIH মহিলা প্রো-লীগলৈ উন্নীত হোৱাটো নিশ্চিত কৰিছে। খেলৰ প্ৰথম...

June 21, 2026 7:34 PM

views 10

ৰাজ্যৰ কৰ্কট চিকিৎসা আৰু চিকিৎসালয়সমূহৰ সেৱাৰ অগ্রগতি সম্পর্কে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ পর্যালোচনা

অসম আৰু উত্তৰ পূৰ্বাঞ্চলত সুলভ তথা সহজলভ্য আৰু মানসম্পন্ন কর্কট চিকিৎসা সুনিশ্চিত কৰাৰ প্রতিশ্রুতি দোহাৰি আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এখন পর্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। লোকসেৱা ভৱনত অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচনৰ পৰিচালনা সমিতিৰ সভাত ভাগ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে সমগ্ৰ ৰাজ্যৰ কৰ্কট চিকিৎসা আ...