আজি উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে অযোধ্যা ভ্ৰমণ কৰিব

♦ উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি অযোধ্যা ভ্ৰমণ কৰিব। নিজৰ এদিনীয়া অযোধ্যা ভ্রমণসূচিত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে অযোধ্যাস্থিত শ্ৰীৰামলালা মন্দিৰ, হনুমানগঢ়ি মন্দিৰ, কুবেৰ টিলা দৰ্শন কৰাৰ লগতে সৰ ঘাটত হ’বলগীয়া আৰতিতো অংশগ্ৰহণ কৰিব।