◊উচ্চতম ন্যায়ালয়ে আজি ইউ পি ব’র্ড অব মাদ্রাছা শিক্ষা আইন, ২০০৪-ক এলাহাবাদ উচ্চ ন্যায়ালয়ে অসাংবিধানিক আৰু ধৰ্ম নিৰপেক্ষতা উলংঘা কৰা বুলি কৰা ঘোষণাৰ ওপৰত স্থগিতাদেশ জাৰি কৰিছে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰ চুড়ৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক প্রত্যাহ্বান জনোৱা আবেদন সন্দৰ্ভত কেন্দ্ৰ আৰু উত্তৰ প্ৰদেশ চৰকাৰক জাননী জাৰি কৰে। ইয়াৰ পূৰ্বে কেন্দ্ৰই নিজৰ আবেদনত দৃঢ়তাৰে কয় যে এই ৰায়দানত ভাৰতীয় সংবিধানত সন্নিবিষ্ট ধৰ্মনিৰপেক্ষতাৰ ধাৰণাটো ভুলকৈ ব্যাখ্যা কৰা হ’ব পাৰে।
Assamese | April 5, 2024 8:52 PM | India | India Govt. | Supreme Court | Supreme Court of India
ইউ পি ব’র্ড অব মাদ্রাছা শিক্ষা আইন, ২০০৪-ক এলাহাবাদ উচ্চ ন্যায়ালয়ে অসাংবিধানিক আৰু ধৰ্ম নিৰপেক্ষতা উলংঘা কৰা কৰা ঘোষণাৰ ওপৰত স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ