October 11, 2026 12:14 PM
6
ৰাজ্যত সেৱা সংকল্প অভিযানৰ অধীনত স্বাস্থ্য আৰু কল্যাণকে ধৰি বিভিন্ন বিভাগৰ শিবিৰ অনুষ্ঠিত
ৰাজ্যত সেৱা সংকল্প অভিযানৰ অধীনত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। এই কাৰ্যসূচীৰ অংশ হিচাপে কালি বজালী জিলাৰ সৰুপেটাৰ বি এইচ বি মহাবিদ্যালয় প্রাংগণত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে দুখীয়া হিতাধিকাৰীৰ বাবে আৱণ্টিত আঁচনিৰ বাবদ কোনোৱে এটকাও দাবী কৰিলে থানাত খবৰ দিবলৈ আহ্বান জনায়। মহাবিদ্যালয়খনত অনুষ্ঠিত স্বাস্থ্য আৰু সজাগতা শিৱিৰত ৫১২ গৰাকী ৰোগীক চিকিৎসা সেৱা প্ৰদান কৰা হয়। নলবাৰী জিলাৰ প্ৰতিটো উন্নয়ন খণ্ডতো চৰকাৰৰ সেৱা সংকল্প অভিযানৰ অংশ হিচাপে বিভি...