July 10, 2026 7:45 PM

views 16

নিকা শক্তিৰ জৰিয়তে দ্বিতীয়বাৰৰ বাবে দেশৰ বিদ্যুৎ চাহিদাৰ ৫০ শতাংশৰো অধিক পূৰ্ণ হৈছেঃ প্ৰহ্লাদ যোশী

নতুন আৰু নবীকৰণযোগ্য শক্তি দপ্তৰৰ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে নিকা শক্তিৰ জৰিয়তে দ্বিতীয়বাৰৰ বাবে দেশৰ বিদ্যুৎ চাহিদাৰ ৫০ শতাংশৰো অধিক পূৰ্ণ হৈছে বুলি প্ৰকাশ কৰিছে। শ্ৰীযোশীয়ে আজি সামাজিক মাধ্যমযোগে কয় যে যোৱা ৬ জুলাইত নবীকৰণযোগ্য উৎসৰ জৰিয়তে ৫০ দশমিক ২ শতাংশ বিদ্যুৎ যোগান ধৰা হয়। মন্ত্ৰীগৰাকীয়ে এই সাফল্যক নিকা শক্তি খণ্ডৰ বৰ্ধিত সামর্থ্যৰ প্ৰতীক বুলি অভিহিত কৰে। তেওঁ কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশপ্ৰাকৃতিক সম্পদৰ ক্ষতি নকৰাকৈ অৰ্থনৈতিক কাম-কাজ সম্প্ৰসাৰণৰ দিশে দ্রুত আৰু দৃ...

November 4, 2024 8:08 PM

views 76

চৰকাৰে ৩৭.৫ গিগাৱাট নৱীকৰণযোগ্য শক্তিসম্পন্ন ৫০ খন সৌৰ উদ্যানৰ বাবে অনুমোদন জনাইছেঃ প্রহ্লাদ যোশী

নতুন আৰু নবীকৰণযোগ্য শক্তিমন্ত্রী প্রহ্লাদ যোশীয়ে আজি কৈছে যে, ভাৰতে ৯০ গিগাৱাট শক্তিসম্পন্ন সৌৰ ক্ষমতা স্থাপন কৰিছে আৰু ২০৩০ চনৰ ভিতৰত ৫০০ গিগাৱাট শক্তিসম্পন্ন নবীকৰণযোগ্য শক্তিক্ষমতা লাভ কৰাৰ লক্ষ্যৰে আগবাঢ়িছে। শ্রী যোশীয়ে নতুন দিল্লীত আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতাৰ সপ্তম সত্ৰৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি এইদৰে কয়। স্বচ্ছ আৰু সেউজ শক্তিৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতা সন্দৰ্ভত আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, চৰকাৰে ৩৭.৫ গিগাৱাট নৱীকৰণযোগ্য শক্তিসম্পন্ন ৫০ খন সৌৰ উদ্যানৰ বাবে অনুমোদন জনাইছে...

November 4, 2024 5:58 PM

views 85

ভাৰতে ২০৩০ চনৰ ভিতৰত ৫০০ গিগাৱাৰ্ট নবীকৰণযোগ্য শক্তি লাভ কৰাৰ লক্ষ্যৰে ৯০ গিগাৱাট সৌৰ শক্তি স্থাপন কৰিছেঃ প্রহ্লাদ যোশী

নতুন আৰু নবীকৰণযোগ্য শক্তিমন্ত্রী প্রহ্লাদ যোশীয়ে আজি কৈছে যে, ভাৰতে ২০৩০ চনৰ ভিতৰত ৫০০ গিগাৱাৰ্ট নবীকৰণযোগ্য শক্তি লাভ কৰাৰ লক্ষ্যৰে ৯০ গিগাৱাট সৌৰ শক্তি স্থাপন কৰিছে৷ শ্ৰী যোশীয়ে নতুন দিল্লীত আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতাৰ সপ্তম সত্ৰৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি এইদৰে কয়। মন্ত্ৰীগৰাকীয়ে কয় যে, চৰকাৰে ৩৭ দশমিক ৫ গিগাৱাট নৱীকৰণযোগ্য শক্তিৰ ৫০ খন সৌৰ উদ্যানৰ বাবে অনুমোদন জনাইছে। তেওঁ লগতে কয় যে এইবছৰ বিশ্বৰ সৌৰ খণ্ডই প্ৰায় ২ টেৰাৱাট স্থাপন কৰা সৌৰ ফটোভল্টায়িক ক্ষমতা লাভ কৰিবলৈ সাজু হৈছে। উল্...

October 6, 2024 11:48 AM

views 79

তিনিদিনীয়া ভ্রমণসূচীৰে জাৰ্মানীলৈ কেন্দ্ৰীয় শক্তি মন্ত্ৰী প্ৰহ্লাদ যোশী

কেন্দ্ৰীয় নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে আজি তিনিদিনীয়া ভ্রমণসূচীৰে জাৰ্মানীলৈ যাব। ভ্ৰমণৰ সময়ছোৱাত মন্ত্ৰীগৰাকীয়ে হেমবার্গ স্থায়ী বিকাশ সন্মিলনত ভাগ ল'ব। শ্ৰী যোশীয়ে জার্মানী, লণ্ডনৰ মন্ত্ৰী আৰু আন বহু জ্যেষ্ঠ বিষয়াৰ সৈতে স্থায়ী বিকাশ, সেউজ হাইড্ৰ'জেন আৰু নৱীকৰণযোগ্য শক্তিৰ সন্দৰ্ভত দ্বিপাক্ষিক শৃংখলাৰ বৈঠকত ভাগ ল'ব। মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণৰ জৰিয়তে ভাৰত-জাৰ্মানীৰ সম্পৰ্ক সুদৃঢ় কৰাৰ লগতে ব্যৱসায়ৰ সুযোগ বৃদ্ধি তথা ভাৰত আৰু সমগ্ৰ বিশ্বতে নৱীকৰণযোগ্য শক্তিৰ সম্প্ৰসাৰণ...