October 17, 2026 12:14 PM

views 11

প্রধানমন্ত্ৰী আৱাস যোজনা- নগৰীয়াৰ দ্বিতীয় সংস্কৰণৰ অধীনত ১,৯৩,০০০ অধিক ঘৰৰ বাবে অনুমোদন প্রদান

প্রধানমন্ত্ৰী আৱাস যোজনা - নগৰীয়াৰ দ্বিতীয় সংস্কৰণৰ অধীনত ১ লাখ ৯৩ হাজাৰৰো অধিক অতিৰিক্ত ঘৰৰ বাবে অনুমোদন প্রদান কৰা হৈছে। এই অনুমোদনৰ লগে লগে যোজনাৰ অধীনত অনুমোদিত মুঠ ঘৰৰ সংখ্যা ২০ লাখ অতিক্ৰম হৈছে। নগৰ উন্নয়ন বিভাগৰ সচিব সতেন্দ্ৰ সিঙৰ অধ্যক্ষতাত নতুন দিল্লীত কেন্দ্রীয় অনুমোদন আৰু নিৰীক্ষণ সমিতিৰ দশম বৈঠকৰ পাছতে কালি কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে এই ঘোষণা কৰে৷ অন্ধ্ৰপ্ৰদেশ, বিহাৰ, ছত্তীশগড়, গুজৰাট, কৰ্ণাটক, মিজোৰাম, ওড়িশা, ছিকিম, তেলেংগানা, উত্তৰ প্ৰদেশ, আৰু পশ্চিম ...

June 8, 2026 5:53 PM

views 40

প্রধানমন্ত্রী আবাস যোজনাৰ অধীনত বৰ্তমানলৈ ৪ কোটিতকৈও অধিক ঘৰ নিৰ্মাণ কৰা হৈছে

প্রধানমন্ত্রী আবাস যোজনাৰ অধীনত বৰ্তমানলৈ ৪ কোটিতকৈও অধিক ঘৰ নিৰ্মাণ কৰা হৈছে। কেন্দ্ৰীয় গৃহ আৰু নগৰীয়া পৰিক্ৰমা মন্ত্রী মনোহৰ লালে কয়, যে শৌচাগাৰ, ৰন্ধন গেছ আৰু পানীৰ নল সংযোগেৰে তথা সকলো আধুনিক সা-সুবিধাৰে প্রধানমন্ত্রী আবাস যোজনা আঁচনি ৰূপায়ণ কৰা হৈছে। এটা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে কয়, যে এই সফলতাই দেশৰ গৃহ খণ্ডৰ সংস্কাৰৰ ৰূপ প্ৰতিফলিত কৰিছে। ইয়াৰ জৰিয়তে দেশৰ কোটি কোটি জনসাধাৰণৰ মুখত সন্মান, নিৰাপত্তা আৰু আশাৰ ভাব ফুটি উঠিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে বিগত ১২ বছৰত প্ৰধানমন্ত্ৰী ...

December 10, 2025 11:40 AM

views 90

প্রধানমন্ত্রী আবাস যোজনা গ্রামীণৰ অধীনত২০২৫-২৬ বৰ্ষৰ বাবে ৩ লাখৰো অধিক হিতাধিকাৰীক মঞ্জুৰী পত্ৰ প্ৰদান কৰা হ’ব

প্রধানমন্ত্রী আবাস যোজনা গ্রামীণৰ অধীনত কালি ৰাজ্যৰ হিতাধিকাৰীসকলক মঞ্জুৰী পত্ৰ বিতৰণৰ ৰাজ্যিক কাৰ্যসূচী মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বকোৰ গান্ধী ময়দানত উদ্বোধন কৰে। ২০২৫-২৬ বৰ্ষৰ বাবে তিনি লাখৰো অধিক হিতাধিকাৰীক এই মঞ্জুৰী পত্ৰ প্ৰদান কৰা হ'ব। কেন্দ্ৰীয়ভাৱে বকোত আয়োজিত বিতৰণ কাৰ্যসূচীত উপস্থিত থাকি মুখ্যমন্ত্ৰীয়ে কয়, যে এই আঁচনিৰ অধীনত চৰকাৰে বহুসংখ্যক নতুন হিতাধিকাৰীকো অন্তৰ্ভুক্ত কৰিব। পূৰ্বে অতি ন্যূনতম পৰিমাণত আৱণ্টন কৰা ধনৰাশিৰ তুলনাত বৰ্তমান চৰকাৰে এই আঁচনিৰ ঘৰ নিৰ্মাণৰ বাবে হ...

September 5, 2025 9:00 PM

views 76

প্রধামন্ত্ৰী আৱাস যোজনাৰ অধীনত অংগীকাৰ ২০২৫ অভিযান মুকলি কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্রী মনোহৰ লালৰ

কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্রী মনোহৰ লালে আজি দ্বিতীয় পৰ্যায়ৰ প্রধামন্ত্ৰী আৱাস যোজনাৰ অধীনত অংগীকাৰ ২০২৫ অভিযান মুকলি কৰে। সমগ্ৰ দেশতে নগৰীয়া অঞ্চলত প্ৰধানমন্ত্ৰী আৱাস যোজনা সন্দৰ্ভত ব্যাপক সজাগতা সৃষ্টি কৰা আৰু ইয়াৰ ৰূপায়ণ ক্ষীপ্ৰ কৰি তোলাৰ উদ্দেশ্যে এই অভিযান মুকলি কৰা হৈছে। এই অভিযানৰ অধীনত প্রধানমন্ত্ৰী আৱাস যোজনাৰ আবেদনকাৰীসকলৰ নথিপত্ৰৰ পৰীক্ষণ কম সময়ৰ ভিতৰতে সম্পন্ন কৰা হ'ব আৰু ইতিমধ্যে অনুমোদন পোৱা বাসগৃহসমূহৰ নিৰ্মাণ খৰতকীয়া কৰা হ'ব। নগৰীয়া অঞ্চলত প্ৰধানমন্ত্ৰী আৱাস যোজ...