October 7, 2026 9:02 PM

views 2

২৫ বছৰ বিৰামহীনভাৱে ৰাজহুৱা সেৱা সম্পূৰ্ণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীক জাপানৰ প্ৰধানমন্ত্ৰী ছানাই টাকাইছিৰ শুভেচ্ছা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰৰ মুৰব্বী হিচাপে ২৫ বছৰ বিৰামহীনভাৱে ৰাজহুৱা সেৱা সম্পূৰ্ণ কৰিছে। জাপান, নাইজেৰিয়া, ডমিনিকা আৰু বেলজিয়ামৰ নেতাসকলে এই মাইলৰ খুঁটি প্রাপ্ত কৰাৰ বাবে তেওঁক অভিনন্দন জ্ঞাপন কৰিছে। জাপানৰ প্ৰধানমন্ত্ৰী ছানাই টাকাইছিয়ে ভাৰতৰ উন্নয়নত নেতৃত্ব আৰু অৱদানৰ প্ৰশংসা কৰি কয় যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ই ভাৰতৰ স্থিতি শক্তিশালী কৰিছে। বেলজিয়ামৰ প্ৰধানমন্ত্ৰী বার্ট ডি ৱেভাৰে ২৫ বছৰীয়া নিৰৱছিন্ন নেতৃত্বৰ বাবে প্রধানমন্ত্রী মোদীক অভিনন্দন জনায় আৰু ভাৰত তথা বেলজিয়ামৰ মা...

October 7, 2026 6:16 PM

views 1

প্রধানমন্ত্ৰী মোদীৰ জনসেৱাৰ ২৫ বছৰ সম্পূৰ্ণ উপলক্ষে লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ শুভেচ্ছা

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনসেৱাৰ ২৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বৰ্ত্তাত অধ্যক্ষগৰাকীয়ে কয় যে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে শ্ৰীমোদীৰ দেশৰ প্রধানমন্ত্ৰী হোৱাটো কৰা এই যাত্ৰাৰ বন্ধৰ সেৱাৰ প্ৰতি উৎসৰ্গ মনোভাৱ, সুপ্ৰশাসন আৰু জনকল্যাণৰ প্ৰতীকৰূপে চিহ্নিত হৈছে। শ্ৰীবিৰলাই কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১০ চনত গুজৰাটত গ্ৰহণ কৰা সংবিধান গৌৰবৰ যাত্ৰা আৰু ২০১৫ৰ পৰা ৰাষ্ট্ৰীয় পর্যায়ত অনুষ্ঠিত কৰি অহা সংবিধান দিৱসৰ জৰিয়তে সংবিধানৰ...

October 7, 2026 11:08 AM

views 14

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ মুৰববী হিচাপে আজি ২৫ বছৰ সম্পূৰ্ণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰৰ মুৰববী হিচাপে ২৫ বছৰ সম্পূৰ্ণ কৰাৰ বাবে কেন্দ্রীয় মন্ত্রীসভাই প্রধানমন্ত্ৰীগৰাকীক শুভেচ্ছা জনাই এটা প্ৰস্তাৱ গ্ৰহণ কৰে। উল্লেখযোগ্য যে শ্রীমোদীয়ে ২০০১ চনৰ ৭ অক্টোবৰত প্ৰথমবাৰৰ বাবে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল। পৰৱৰ্তী পৰ্যায়ত তেওঁ ২০১৪ চনত দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয় আৰু আজি তেওঁ চৰকাৰৰ মুৰবৰী হিচাপে ২৫ বছৰ সম্পূৰ্ণ কৰিলে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰধানমন্ত্ৰী মোদীৰ এই ২৫ বছৰীয়া কাৰ্যকাল দেশৰ গণতন্ত্ৰৰ শক্তি...

October 6, 2026 8:25 PM

views 5

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰৰ মুৰব্বী হিচাপে ২৫ বছৰ সম্পূৰ্ণ কৰাৰ বাবে কেন্দ্রীয় মন্ত্রীসভাৰ প্ৰধানমন্ত্ৰীগৰাকীক শুভেচ্ছা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰৰ মুৰব্বী হিচাপে ২৫ বছৰ সম্পূৰ্ণ কৰাৰ বাবে কেন্দ্রীয় মন্ত্রীসভাই আজি প্ৰধানমন্ত্ৰীগৰাকীক শুভেচ্ছা জনাই এটা প্ৰস্তাৱ গ্ৰহণ কৰে। উল্লেখযোগ্য যে শ্রীমোদীয়ে ২০০১ চনৰ ৭ অক্টোবৰত প্ৰথম বাৰৰ বাবে গুজৰাটৰ মুখ্যমন্ত্ৰী নিৰ্বাচিত হৈছিল। পৰৱৰ্তী পৰ্যায়ত তেওঁ ২০১৪ চনত দেশৰ প্রধানমন্ত্রী হিচাপে নির্বাচিত হয়। কাইলৈ শ্ৰীমোদীয়ে চৰকাৰৰ মুৰব্বী হিচাপে ২৫ বছৰ সম্পূৰ্ণ কৰিব। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰধানমন্ত্ৰী মোদীৰ এই ২৫ বছৰীয়া কাৰ্যকালত দেশৰ গণতন্ত্ৰৰ...