August 22, 2026 12:37 PM
17
সংস্কাৰ বাধ্যতামূলক নহয়, বৰং ই চৰকাৰৰ প্ৰতি প্ৰতিশ্রুতিবদ্ধতাহে : প্ৰধানমন্ত্ৰী
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কয়, যে সংস্কাৰ বাধ্যতামূলক নহয়, বৰং ই চৰকাৰৰ প্ৰতি প্ৰতিশ্রুতিবদ্ধতাহে। যি প্রতিশ্রুতিয়ে জনসাধাৰণ, বিকাশ আৰু উন্নয়নৰ প্ৰতি দায়বদ্ধ হৈ ইয়াৰ নীতি নির্ধাৰণ কৰে। নতুন দিল্লীত অনুষ্ঠিত ইকনমিক টাইমছ বন্ধু লিডাৰ্ছ মঞ্চত ভাষণ দি প্রধানমন্ত্রী শ্রী মোদীয়ে কয়, যে তেওঁৰ চৰকাৰে সংস্কাৰৰ ক্ষেত্ৰত এটা স্পষ্ট ৰূপৰেখা তৈয়াৰ কৰিছে। যাৰ জৰিয়তে প্ৰশাসনৰ সকলো পৰ্যায়তে সংস্কাৰৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হৈছে। তেওঁ কয়, যে নীতি নির্ধাৰণৰ ক্ষেত্ৰত কৰা সংস্কাৰে দেশৰ ভৱিষ্যতৰ নিৰাপত্তা সুনিশ...