September 19, 2025 9:00 PM

views 61

অইল ইণ্ডিয়া লিমিটেড আৰু হিন্দুস্তান ক’পাৰ লিমিটেডৰ মাজত বুজাবুজি চুক্তিত স্বাক্ষৰ

অইল ইণ্ডিয়া লিমিটেড আৰু হিন্দুস্তান ক'পাৰ লিমিটেডৰ মাজত আজি এখন বুজাবুজি চুক্তিত স্বাক্ষৰিত হয়। এই চুক্তি অনুসৰি দুয়োটা প্রতিষ্ঠানে এতিয়াৰে পৰা একেলগে ক'পাৰকে ধৰি আন জটিল খনিজাত দ্রব্যসমূহ উদঘাটনৰ বাবে অন্বেষণ কৰিব। এই বুজাবুজি চুক্তিৰ সন্দৰ্ভত খনি মন্ত্ৰালয়ে প্ৰকাশ কৰে যে দুয়োটা প্রতিষ্ঠানে একেলগে কাম কৰিবলৈ আগবাঢ়ি অহাটো দেশৰ খনিজ উদ্যোগটোৰ বাবে আশাৰ বতৰা। দেশৰ শক্তিখণ্ডৰ সুৰক্ষা, ঔদ্যোগিক উন্নয়ন আৰু প্ৰযুক্তিগত উন্নয়নত এই সমন্বয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলিও মন্ত্ৰালয়ে মন্তব্...

March 2, 2025 12:03 PM

views 52

চৰকাৰে ১৫ বছৰ বা ইয়াৰ অধিক পুৰণি বাহনসমূহ চিনাক্ত কৰাৰ বাবে তেল ডিপো সমূহত যন্ত্ৰ স্থাপন কৰিব

ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে দিল্লী চৰকাৰে ১৫ বছৰ পুৰণি বাহনসমূহত ৩১ মাৰ্চৰ পাছত তেল ডিপোত ইন্ধন যোগান নধৰাৰ সিদ্ধান্ত লৈছে। দিল্লীৰ পৰিৱেশ মন্ত্ৰী মনজিন্দৰ সিং ছিছাই বায়ু প্ৰদূষণ সমস্যা সম্পৰ্কে বিষয়াসকলৰ সৈতে হোৱা বৈঠকৰ অন্তত প্ৰদূষণ ৰোধ কৰাৰ বাবে বিভিন্ন ব্যৱস্থাৰ কথা ঘোষণা কৰে। এই বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সৈত হোৱা কথা-বতৰাত শ্ৰী ছিছাই কয়, যে চৰকাৰে ১৫ বছৰ বা ইয়াৰ অধিক পুৰণি বাহনসমূহ চিনাক্ত কৰাৰ বাবে তেল ডিপো সমূহত যন্ত্ৰ স্থাপন কৰিব। মন্ত্ৰীগৰাকীয়ে কয়, যে ...

December 18, 2024 1:50 PM

views 48

অইল ইণ্ডিয়া লিমিটেডৰ পৰিচালন শাখাৰ নতুন সঞ্চালক হিচাপে ত্রৈলোক্য বৰগোঁহাইৰ দায়িত্বভাৰ গ্ৰহণ

ত্রৈলোক্য বৰগোঁহায়ে কালি অইল ইণ্ডিয়া লিমিটেডৰ পৰিচালন শাখাৰ নতুন সঞ্চালক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। ১৯৯৫ চনত অইলৰ দুলীয়াজানৰ ক্ষেত্ৰীয় মুখ্য কাৰ্যালয়ৰ ভূতাত্বিক বিভাগত কাৰ্যবাহী নবিচ হিচাপে যোগদান কৰা শ্ৰীবৰগোঁহায়ে অইলৰ ভূবিজ্ঞান আৰু তৈলাশয় শাখাৰ মুখ্য মহা-প্ৰৱন্ধক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ২০১৭ৰ পৰা ২০২১ চনলৈকে অইলৰ গেবন অন্বেষণ প্ৰকল্পৰ মহা-প্ৰৱন্ধক হিচাপেও দায়িত্ব পালন কৰিছিল।

October 2, 2024 9:32 AM

views 40

চি বি জি প্ৰকল্পৰ ভূমি পূজন অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে ভার্চুৱেলী অংশগ্ৰহণ কৰিব

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অইল ইণ্ডিয়া লিমিটেড গুৱাহাটী, তিনিচুকীয়া, যোৰহাট আৰু শিৱসাগৰত স্থাপন কৰিবলগীয়া চি বি জি প্ৰকল্পৰ ভূমি পূজন অনুষ্ঠানত ভার্চুৱেলী অংশগ্ৰহণ কৰিব। শিৱসাগৰ, যোৰহাট আৰু তিনিচুকীয়াত আজি পুৱা ৯.৩০ বজাত আৰু গুৱাহাটীত পুৱা ১০ বজাত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অইল ইণ্ডিয়া লিমিটেডে এখন বিবৃতিযোগে এই কথা প্রকাশ কৰিছে।

June 12, 2024 12:49 PM

views 37

অইল ইণ্ডিয়া লিমিটেডৰ আৱাসিক মুখ্য বিষয়া হিচাপে কাৰ্যবাহী সঞ্চালক ৰূপজ্যোতি ফুকন নির্বাচিত

অইল ইণ্ডিয়া লিমিটেডৰ আৱাসিক মুখ্য বিষয়া হিচাপে কাৰ্যবাহী সঞ্চালক ৰূপজ্যোতি ফুকন নির্বাচিত হৈছে। অহা ৩১ আগষ্টত বৰ্তমানৰ অইলৰ আৱাসিক মুখ্য বিষয়া আনফৰ আলী হকে অৱসৰ গ্ৰহণ কৰাৰ পাছত অহা ১ ছেপ্তেম্বৰৰ পৰা ৰূপজ্যোতি ফুকনে দায়িত্বভাৰ গ্ৰহণ কৰিব।