October 17, 2026 12:18 PM
6
বিৰোধী দলসমূহে বিদেশী শক্তিৰ দ্বাৰা প্ৰভাৱান্বিত হৈ দেশত অস্থিৰতাৰ সৃষ্টি কৰা বুলি নীতিন নবীনৰ অভিযোগ
বিৰোধী দলসমূহে বিদেশী শক্তিৰ দ্বাৰা প্ৰভাৱান্বিত হৈ দেশত অস্থিৰতাৰ সৃষ্টি কৰা বুলি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে অভিযোগ উত্থাপন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীনবীনে কয় যে শাসন পৰিৱৰ্তন আদি শব্দৰ ব্যৱহাৰৰ জৰিয়তে বিৰোধী দলসমূহৰ মনোভাৱ প্ৰতিফলিত হৈছে। তেওঁ লগতে অভিযোগ কৰে যে বিৰোধী দলসমূহে ভোটাৰ তালিকাৰ সংশোধন বা যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ হকে যুঁজ দিয়াৰ পৰিৱৰ্তে দেশত অৰাজকতাৰ পৰিৱেশ সৃষ্টি কৰা যিকোনো প্ৰকাৰে ক্ষমতা দখল কৰাৰ প্ৰয়াস কৰি আছে। তেওঁ কয়, যে গণতন্ত্ৰত অৰাজকতাৰে নহয়, বৰং জন...