July 18, 2026 8:13 PM
5
আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আৰু আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ ৰাষ্ট্ৰীয় পৰ্যালোচনা বৈঠকৰ আজি সামৰণি
নতুন দিল্লীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আৰু আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ ৰাষ্ট্ৰীয় পৰ্যালোচনা বৈঠকৰ আজি সামৰণি পৰে। এই বৈঠকত প্রধানমন্ত্রী জন আৰোগ্য যোজনা আৰু আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ লগতে ভাৰতৰ স্বাস্থ্য খণ্ডৰ পৰৱৰ্তী পৰ্যায়ৰ সংস্কাৰৰ বাবে বিতংভাৱে আলোচনা কৰা হয়। স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ৰ সচিব পূন্য শলিলা শ্রীবাস্তৱে এই সন্দৰ্ভত কয় যে প্রধানমন্ত্ৰী জন আৰোগ্য যোজনা আৰু আয়ুষ্মান ভাৰত ডিজিটেল মিছন ভাৰ...