September 14, 2026 1:13 PM

views 53

নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী তৎপৰতা অব্যাহত

নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে মনোনয়ন পত্র দাখিলৰ অন্তিম তাৰিখলৈ মাজত এটা দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহে নিৰ্বাচনক লৈ তৎপৰতা অব্যাহত ৰাখিছে। সমষ্টিটোৰ বিজেপি প্রার্থী দেবাশীষ শৰ্মাই বিভিন্ন স্থানত দলীয় সভাত অংশগ্ৰহণ কৰাৰ লগতে ভোটদাতাৰ সৈতে মত বিনিময় কৰিছে। প্ৰাৰ্থীগৰাকীয়ে কালি নগাঁও জিলা বিজেপি কাৰ্যালয়ত দলৰ কৰ্মীসকলৰ সৈতে মত বিনিময় কৰে। ১৬ ছেপ্তেম্বৰত প্ৰাৰ্থীৰ্গৰাকীয়ে মনোনয়ন পত্র দাখিল কৰিব বুলি জানিবলৈ দিয়ে। বিজেপিৰ নগাঁও জিলাৰ অন্তৰ্গত চামগুৰি সমষ্টিৰ গড়াজান মণ্ডলৰ উ...

September 11, 2026 7:39 PM

views 29

নগাঁও লোকসভা সমষ্টিৰ আসন্ন উপ-নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীৰ নাম ঘোষণা

নগাঁও লোকসভা সমষ্টিৰ আসন্ন উপ-নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে নগাঁও জিলাৰ জিলা আয়ুক্ত পদৰ পৰা শেহতীয়াকৈ স্বেচ্ছাই অৱসৰ গ্ৰহণ কৰা দেৱাশিস শৰ্মাৰ নাম প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে। দলটোৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিয়ে তেওঁৰ প্রার্থিত্বত অনুমোদন জনায়। উল্লেখযোগ্য নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচনৰ বাবে যোৱা সপ্তাহত অধিসূচনা জাৰি কৰা হয়। অহা ৬ অক্টোবৰত ভোটগ্রহণ হ'বলগীয়া এই নিৰ্বাচনৰ বাবে ইচ্ছুক প্রার্থীসকলে অহা ১৬ ছেপ্তেম্বৰ পৰ্যন্ত মনোনয়ন পত্র দাখিল কৰিব পাৰিব। ৯ অক্টোবৰত এই নিৰ্বাচনৰ ভোটগণনা ক...