June 12, 2026 7:11 PM

views 21

‘‘মহিলাসকলৰ বাবে ভালেমান আইনী সুৰক্ষা ব্যৱস্থা আছে যদিও সেই সম্পর্কে বেছিভাগ মহিলাই অৱগত নহয়’’-নগাওঁ জিলা আয়ুক্ত দেৱাশীষ শৰ্মা

মহিলাৰ বিৰুদ্ধে যিকোনো হিংসাত্মক ঘটনা ৰোধ কৰাৰ বাবে প্ৰচলিত আইনী সুৰক্ষা ব্যৱস্থা সম্পৰ্কে ব্যাপক সজাগতা সৃষ্টিৰ লগতে প্রশাসনিক সষ্টমতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। নগাওঁ জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই জিলা মহিলা কোষৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত সভাপতিত্ব কৰি কয় যে মহিলাসকলৰ বাবে ভালেমান আইনী সুৰক্ষা ব্যৱস্থা আছে যদিও সেই সম্পর্কে বেছিভাগ মহিলাই অৱগত নহয়। জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত বৈঠকখনত ঘৰুৱা হিংসা, যৌতুকজনিত নির্যাতন, উৎপীড়নৰ সন্মুখীন হোৱা তথা কর্মক্ষেত্ৰত যৌন নিৰ্যাতনৰ বলি হোৱ...

June 9, 2026 6:34 PM

views 14

ভোটদাতাসকলক আকৰ্ষিত কৰাৰ বাবে নগাওঁ জিলা আয়ুক্তৰ উদ্যোগত আয়োজিত আদর্শ ভোটগ্রহণ কেন্দ্র প্রতিযোগিতাৰ ফলাফল ঘোষণা

বিগত বিধানসভা নিৰ্বাচনত ভোটদাতাসকলক আকৰ্ষিত কৰাৰ বাবে নগাওঁ জিলা আয়ুক্তৰ উদ্যোগত আয়োজিত আদর্শ ভোটগ্রহণ কেন্দ্র প্রতিযোগিতাৰ ফলাফল ঘোষণা কৰা হৈছে। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই প্ৰতিটো ভোটগ্রহণ কেন্দ্ৰত আদর্শ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ জৰিয়তে এই প্ৰতিযোগিতাৰ আযোজন কৰিছিল। প্ৰতিযোগিতাৰ বিষয়বস্তু আছিল আপোনাৰ ভোট আপোনাৰ অধিকাৰ ইয়াক অপচয় নকৰিব। আজি ঘোষিত ফলাফল অনুসৰি ৰূপহীহাট সমষ্টিৰ মাধুৰী বালিকা মোক্তাবে প্রথম স্থান লাভ কৰিছে। আলিটঙানী ওচমানিয়া বিদ্যালয়ে দ্বিত...

July 17, 2025 1:46 PM

views 70

নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ অধ্যক্ষতাত জিলা পৰ্যায়ৰ জল আৰু অনাময় অভিযানৰ সভা

নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ অধ্যক্ষতাত কালি জিলা আয়ুক্তৰ সভাকক্ষত জিলা পৰ্যায়ৰ জল আৰু অনাময় অভিযানৰ দ্বিতীয়খন সভা অনুষ্ঠিত হয়। সভাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তাই জিলাখনত বৰ্তমান ৰূপায়ণ হৈ থকা স্বচ্ছ ভাৰত অভিযান আৰু জল জীৱন মিছনৰ অগ্ৰগতিৰ খতিয়ান দাঙি ধৰে। সভাত জিলাখনৰ বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰসমূহত পানী যোগান সন্দৰ্ভতো আলোচনা কৰা হয় । জিলা আয়ুক্তগৰাকীয়ে জিলাখনৰ প্ৰতিগৰাকী নাগৰিকে যাতে এই আঁচনিসমূহৰ সুবিধা সঠিকভাৱে লাভ কৰিব পাৰে সেয়া সুনিশ্চিত কৰিবলৈ সংশ্লিষ...