August 5, 2026 7:42 PM

views 30

দেশৰ বিভিন্ন প্ৰান্তৰ ৫৭৯টা মূল্য নিৰীক্ষণ কেন্দ্ৰই দাখিল কৰা ৪১বিধ খাদ্য সামগ্ৰীৰ দৈনিক মূল্য নিৰীক্ষণ কৰি থকা হৈছে

দেশৰ বিভিন্ন প্ৰান্তৰ ৫৭৯টা মূল্য নিৰীক্ষণ কেন্দ্ৰই দাখিল কৰা ৪১বিধ খাদ্য সামগ্ৰীৰ দৈনিক মূল্য নিৰীক্ষণ কৰি থকা হৈছে বুলি চৰকাৰে প্ৰকাশ কৰিছে। লোকসভাত আজি এটা লিখিত উত্তৰত গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ দপ্তৰৰ ৰাজ্যমন্ত্ৰী বি এল বার্মাই কয় যে পশ্চিম এছিয়া সংঘাতৰ পৰিপ্ৰেক্ষিতত চৰকাৰে এই সংকটৰ প্ৰভাৱৰ মূল্যায়ন আৰু পৰিস্থিতি নিৰীক্ষণৰ বাবে ৭টা ক্ষমতাপ্রাপ্ত গোট গঠন কৰিছে আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। মন্ত্ৰীগৰাকীয়ে কয় যে দৈনিক মূল্যৰ ধাৰা অনুসৰি পশ্চিম এছিয়াৰ সংঘৰ্ষ আৰু গোলক...

December 27, 2025 8:26 PM

views 57

অষ্ট্ৰেলিয়াৰ স্বাস্থ্য বিষয়াসকলে ভাৰতৰ এটা আগশাৰীৰ প্ৰতিষেধক নির্মাণ কোম্পানী IIL -এ ভাৰততে জলাতংক প্রতিষেধক অভৈৰেৱৰ নকল ঔষধ বিক্ৰী কৰা অভিযোগক কোম্পানীটোৰ প্ৰত্যাখ্যান

অষ্ট্ৰেলিয়াৰ স্বাস্থ্য বিষয়াসকলে ভাৰতৰ এটা আগশাৰীৰ প্ৰতিষেধক নির্মাণ কোম্পানী Indian Immunologicals Limited চমুকৈ IIL -এ ভাৰততে জলাতংক প্রতিষেধক অভৈৰেৱৰ নকল ঔষধ বিক্ৰী কৰি থকা বুলি উত্থাপন কৰা অভিযোগ কোম্পানীটোৱে প্ৰত্যাখ্যান কৰিছে। অষ্ট্ৰেলিয়াৰ প্ৰযুক্তি পৰামৰ্শদাতা গোটে ২০২৩ চনৰ নৱেম্বৰৰ পৰা কোম্পানীটোৱে নকল প্ৰতিষেধক বিক্ৰী কৰি আহিছে বুলি প্ৰকাশ কৰিছে। অৱশ্যে প্ৰতিষেধক নিৰ্মাণ কোম্পেনীটোৱে এখন বিবৃতিযোগে বিষয়টোৰ সত্যতা নুই কৰিছে। IIL-এ স্পষ্ট কৰি দিয়ে যে দেশত নির্মিত প্রতিপালি প্রতিষেধক ...

April 4, 2024 6:49 PM

views 169

ঔষধৰ মূল্য ভালেখিনি বৃদ্ধি পোৱা বুলি প্ৰচাৰিত বাতৰি ভূৱা আৰু বিভ্ৰান্তিকৰঃ কেন্দ্ৰীয় চৰকাৰ

♦ চৰকাৰে একাংশ সংবাদ মাধ্যমযোগে ঔষধৰ মূল্য ভালেখিনি বৃদ্ধি পোৱা বুলি প্ৰচাৰিত বাতৰি ভূৱা আৰু বিভ্ৰান্তিকৰ বুলি অভিহিত কৰিছে। কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে কৈছে যে, এই বাতৰিসমূহত ৫০০ বিধৰো অধিক ঔষধৰ ক্ষেত্ৰত মূল্য বৃদ্ধিৰ প্ৰভাৱ পৰিব বুলি দাবী কৰা হৈছে যদিও প্রকৃততে এই বাতৰিসমূহ ভূৱা-বিভ্ৰান্তিকৰ আৰু অসূয়াপূর্ণ। ভেষজ বিভাগৰ অধীনৰ ৰাষ্ট্ৰীয় ভেষজ মূল্য নিৰ্ধাৰণ প্ৰাধিকৰণে প্ৰতি বছৰে পাইকাৰী মূল্য সূচ্যাংকৰ ভিত্তিত ঔষধৰ সৰ্বোচ্চ মূল্যৰ সাল-সলনি কৰে। মন্ত্ৰালয়ে কৈছে যে, ৭৮২ বিধ ঔষধৰ বৰ্তমানৰ সর...

April 3, 2024 8:48 PM

views 103

একাংশ সংবাদ মাধ্যমযোগে ঔষধৰ মূল্য ভালেখিনি বৃদ্ধি পোৱা বুলি প্ৰচাৰিত বাতৰি ভূৱা আৰু বিভ্ৰান্তিকৰ

◊ চৰকাৰে একাংশ সংবাদ মাধ্যমযোগে ঔষধৰ মূল্য ভালেখিনি বৃদ্ধি পোৱা বুলি প্ৰচাৰিত বাতৰি ভূৱা আৰু বিভ্ৰান্তিকৰ বুলি অভিহিত কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে কৈছে যে, এই বাতৰিসমূহত ৫শ বিধৰো অধিক ঔষধৰ ক্ষেত্ৰত মূল্য বৃদ্ধিৰ প্ৰভাৱ পৰিব বুলি দাবী কৰা হৈছে যদিও প্ৰকৃততে এই বাতৰিসমূহ ভূৱা-বিভ্ৰান্তিকৰ আৰু অসূয়াপূর্ণ। ভেষজ বিভাগৰ অধীনৰ ৰাষ্ট্ৰীয় ভেষজ মূল্য নিৰ্ধাৰণ প্ৰাধিকৰণে প্ৰতি বছৰে পাইকাৰী মূল্য সূচ্যাংকৰ ভিত্তিত ঔষধৰ সৰ্বোচ্চ মূল্যৰ সাল-সলনি কৰে। মন্ত্ৰালয়ে কৈছে যে, ৭৮২ বিধ ঔষধৰ বৰ্তমানৰ সৰ্...

April 1, 2024 7:49 PM

views 75

আজিৰে পৰা ৯২৩ বিধ জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি

♦ নেচনেচ ফার্মাচিউটিকেল প্রাইচিং অথৰিটিয়ে আজিৰে পৰা ৯২৩ বিধ জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি কৰিছে। সেই অনুসৰি দাম বৃদ্ধি পাবলগীয়া ঔষধসমূহ হৈছে পেইনকিলাৰ, এণ্টি ভাইৰেল, এণ্টি বায়'টিক, এণ্টি মেলেৰিয়া আৰু দ্বিতীয় স্তৰৰ বহুমূত্ৰ ৰোগৰ ঔষধ আদি। তদুপৰি কৰ্কট ৰোগৰ ঔষধৰো দাম বৃদ্ধি পাব।