♦ নেচনেচ ফার্মাচিউটিকেল প্রাইচিং অথৰিটিয়ে আজিৰে পৰা ৯২৩ বিধ জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি কৰিছে। সেই অনুসৰি দাম বৃদ্ধি পাবলগীয়া ঔষধসমূহ হৈছে পেইনকিলাৰ, এণ্টি ভাইৰেল, এণ্টি বায়’টিক, এণ্টি মেলেৰিয়া আৰু দ্বিতীয় স্তৰৰ বহুমূত্ৰ ৰোগৰ ঔষধ আদি। তদুপৰি কৰ্কট ৰোগৰ ঔষধৰো দাম বৃদ্ধি পাব।
Assamese | April 1, 2024 7:49 PM | Essential Medicine | India | medicine
আজিৰে পৰা ৯২৩ বিধ জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি